[rev_slider alias=”ad-slider-1″]
WHO-ৰ ধূম্ৰপায়ীসকলৰ বাবে চিকিৎসা নিয়মাৱলী জাৰি
Health Plus - 0
ধূমপান সেৱনে অভ্যাসে মানৱ শৰীৰৰ বিস্তৰ ক্ষতি কৰে৷ শৰীৰৰ বিভিন্ন মাৰাত্মক ৰোগৰ চিকাৰ হ’বলগীয়া হয় ধূমপান সেৱনৰ ফলত৷ ধূমপান সেৱনৰ ফলত হ’বপৰা...
সমুদ্ৰৰ গভীৰতাত আছে পৃথিৱী শীতল কৰাৰ উপায়
Health Plus - 0
ইয়াৰ অস্তিত্ব আগতে জনা নাছিল৷ কিন্তু ইয়াৰ যে কি মহিমা সেই কথা আৱিষ্কাৰ হোৱাৰ পাছতে বিজ্ঞানীয়ে জানিবলৈ সক্ষম হৈছে৷ যাক এক অনন্য...
পাইলছৰ সমস্যা, কিডনীৰ পাথৰ গলাবলৈ এইবিধ শাক ধনন্বৰী
Health Plus - 0
কিডনীত পাথৰ হোৱাৰ বিভিন্ন কাৰণ থাকে যদিও কম পৰিমাণে পানী সেৱন কৰাটো অন্যতম৷ পাথৰ হোৱাৰ পাছত ইয়াক বাহিৰ কৰিবৰ বাবে অস্ত্ৰোপচাৰ কৰিবলগীয়া...
গুৱাহাটীৰ স্বাগত হস্পিটেলে Fasciotens-ৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰে সম্পন্ন কৰিলে জটিল অস্ত্ৰোপচাৰ
Health Plus - 0
জাৰ্মানিৰ সন্মানীয় চিকিৎসক বিশেষজ্ঞ ডাঃ গেৰিয়ান হিলে আৰম্ভ কৰা এক নতুন অভিনৱ হাৰ্নিয়া কৌশল ফাচিঅ’টেন্সৰ প্ৰৱৰ্তনৰ কথা ঘোষণা কৰি Swagat Hospital-য়ে গৌৰৱ...
ৰাতি দেৰিকৈ খোৱাৰ অভ্যাস আজিয়েই পৰিত্যাগ কৰক
Health Plus - 0
গৱেষণা অনুসৰি জনা গৈছে যে আপুনি যদি প্ৰতিদিনে ৰাতি এটা নিৰ্দিষ্ট সময়ত খাদ্য গ্ৰহণ কৰে, তেন্তে ই স্বাস্থ্যকৰ জীৱনধাৰা প্ৰস্তুত কৰাত সহায়...
দৈনিক অংকুৰিত মগু খালে পাব আচৰিত লাভ
Health Plus - 0
মগু বা বুট পানীত তিয়াই থৈ পাছত পানীৰ পৰা উঠাই বাচন এটা ৰাখিলেই তাৰ পৰা গজালি বাহিৰ হয়৷ এইধৰণে গজালি ওলোৱা মগু...
বিজ্ঞানীয়ে সমুদ্ৰৰ গভীৰতাত সন্ধান পালে আশ্চৰ্য জীৱৰ
Health Plus - 0
সমুদ্ৰৰ গভীৰতাত যে কত ৰকমৰ প্ৰাণী আছে, তাৰ কোনো সীমা-সংখ্যা নাই৷ প্ৰায় প্ৰতিবছৰে বিজ্ঞানীয়ে কোনো নহয় কোনো নতুন প্ৰাণীৰ সন্ধান লাভ কৰে...
ছুগাৰত ভোগাসকলে দিনে কিমানবাৰ খোৱা উচিত
Health Plus - 0
ডায়েবেটিছ এবিধ খাদ্য তথা জীৱনধাৰা সম্পৰ্কিত ৰোগ৷ ডায়েবেটিছ হ’লে শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যায়৷ সঠিক জীৱনধাৰা আৰু স্বাস্থ্যসন্মত নিয়ম পালনৰ দ্বাৰাহে...
যুৱ প্ৰজন্মৰ ৯৩ শতাংশই ভুগিছে ইণ্টাৰনেট আসক্তিত
Health Plus - 0
মোবাইল, ইণ্টাৰনেট কৰি ঔষধ কিনা, টকা-পইচাৰ লেনদেন, খাদ্যবস্তু, কাপোৰ, কিতাপ ক্ৰয় কৰা আদি সকলোবোৰ কামেই ঘৰতে বহিয়েই কৰিব পৰা হৈছে৷ অৱশ্যে মোবাইল,...
গৱেষণা : মানুহৰ ছদ্মৱেশত পৃথিৱীত বাস এলিয়েনৰ
Health Plus - 0
এলিয়েনৰ অস্তিত্ব আছে নে নাই সেই ৰহস্যৰ অদম্য কৌতূহল মানুহৰ মাজত বহু বছৰ ধৰি আছে৷ আমাৰ অৰ্থাৎ মানুহৰ বাদে এই মহাবিশ্বত আন...
বজ্ৰাসনৰ উপকাৰিতা আৰু কেনেকৈ কৰিব লাগে
Health Plus - 0
যদি আপোনাৰ হাতত ৰাতিপুৱাৰ ভাগত মৰ্নিংৱাক কৰাৰ পৰ্যাপ্ত সময় নাই; তেন্তে বিশেষ চিন্তাৰ কোনো কাৰণ নাই৷ আপোনাৰ খোৱা খাদ্যবস্তু বহি বহিয়েই হজম...
বৃহস্পতিৰ গাত আশ্চৰ্য ৰঙা দাগ কি জনালে বিজ্ঞানীয়ে
Health Plus - 0
বৃহস্পতি হৈছে সৌৰমণ্ডলৰ আটাইতকৈ ডাঙৰ গ্ৰহ৷ এই গ্ৰহৰ গাত অতিকায় ৰঙা দাগ দেখিবলৈ পোৱা যায়৷ সেই দাগটো আচলতে কি এই বিষয়ে জনালে...
Most Read
ৰাতিৰ টোপনিত ব্যাঘাত জন্মাইছে ‘নকচুৰিয়া’ই! কি এই ৰোগ ?
ৰাতি টোপনিৰ সময়ত বাৰে বাৰে প্ৰস্ৰাৱ লগা অথবা প্ৰস্ৰাৱৰ প্ৰৱণতাই টোপনিত ব্যাঘাত জন্মায়৷ গোটেই দিনৰ কামৰ ভাগৰ, ক্লান্তি দূৰ কৰিবলৈ নিশা চকুৰ...
গেছৰ সমস্যা হ’লেই এণ্টাছিড খায়? সতৰ্ক নহ’লে বিপদ অৱশ্যম্ভাৱী
বহুতৰে পুৱা টোপনিৰ পৰা উঠিয়েই খালী পেটত গেছৰ সমস্যাৰ বাবে ঔষধ সেৱন কৰে৷ মজিয়াত ভৰি দিয়েই এণ্টাছিড এটা নাখালে দিনটো শান্তি...
জৰায়ুত নহয়, লিভাৰত বাঢ়িছে ভ্ৰূণ ‘এক্টোপিক প্ৰেগনেন্সি’ৰ চিকাৰ মহিলা
জৰায়ুৰ সলনি লিভাৰত ভ্ৰূণ বাঢ়িবলৈ লৈছে৷ এনেধৰণৰ বিৰল ঘটনা ভাৰতত প্ৰথমবাৰৰ কাৰণে হৈছে বুলি দাবী কৰিছে চিকিৎসকে৷ সমগ্ৰ বিশ্বত অন্তঃসত্ত্বা 0.২৫ ৰ...
ফিতাকৃমিৰ সংক্ৰমণৰ বাবে ভাৰতত স্নায়ুৰ ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি
বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ‘হু’ আৰু চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন ৰ ফালৰ পৰা সতৰ্ক কৰি দিয়া হৈছে যে ভাৰতত...