[rev_slider alias=”ad-slider-1″]
১২ জুলাই, ২০৩৮পৃথিৱীৰ শেষ দিন ?!
Health Plus - 0
আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ এটা কাল্পনিকটেবিলটপ এক্সাৰছাইড ৰিপ’ৰ্টত এক আ(ৰ্যজনক কথা প্ৰকাশ পাইছে৷ এটা বিপজ্জনক গ্ৰহাণুৱে পৃথিৱীত আঘাত হনাৰ সম্ভাৱনাই দেখা...
আনন্দত থাকিব বিচাৰে ? বঢ়াওক হেপ্পী হৰমন
Health Plus - 0
মানুহৰ দৈনন্দিন জীৱনশৈলী, কৰ্মব্যস্ত জীৱন, ৰুটিনমাফিক কাম-কাজ, শাৰীৰিক শ্ৰম, অত্যধিক ব্যস্ততাৰ মাজত দিনটো ব্যয় কৰা আদিবোৰে মনৰ আনন্দ বা স্ফূৰ্তি কৰিবলৈ সময়...
গৰমৰ দিনত ঘামচিৰ পৰা কিদৰে পৰিত্ৰাণ পাব?
Health Plus - 0
প্ৰচণ্ড গৰমৰ আমি সকলোৱে উহ্-আহ্ কৰিয়েই দিনটো পাৰ কৰোঁ৷ এনে অসহ্যকৰ গৰমত যদি আপোনাৰ গাত ঘামচি ওলায়, তেন্তে আৰু ৰক্ষা নাই৷ উষ্ণ...
আপোনাৰ কল গোপনে ৰেকৰ্ড হ’লে বুজাৰ উপায়
Health Plus - 0
বিভিন্ন সময়ত বহুতেই ফোন কৰাৰ সময়ত আপোনাৰ কলটো ৰেকৰ্ড কৰি দিয়ে৷ ইয়াৰ ফলত কেতিয়াবা বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে৷ কিয়নো কল ৰেকৰ্ড...
মহাকাশৰ পৰা পৃথিৱীৰ এই পাঁচ ঠাই দেখা পায়
Health Plus - 0
পৃথিৱীৰ পৰা মহাকাশলৈ শত শত কোটি কিলোমিটাৰ দূৰ৷ কিন্তু ইমান দূৰত্ব হোৱাৰ সত্ত্বেও ইয়াৰ পৰা পৃথিৱীৰ বহু ঠাই দৃশ্যমান হয়, অৰ্থাৎ স্পষ্টকৈ...
উদ্বেগ বৃদ্ধি বিজ্ঞানীৰ সমুদ্ৰৰ অস্বাভাৱিক পৰিৱৰ্তন
Health Plus - 0
বিজ্ঞানীৰ বিগত এবছৰকৈও বেছি সময় ধৰি প্ৰতিদিনে সমুদ্ৰৰ তাপমাত্ৰাৰ ৰেকৰ্ড কৰা হৈছে৷ ২০২৩ চনৰ পৰা আৰম্ভ কৰা এই ধাৰা এইপৰ্যন্ত অব্যাহত আছে৷...
তথ্য : আগন্তুক ৬০ বছৰত বিশ্বৰ জনসংখ্যা ২০০ কোটি বৃদ্ধি পাব
Health Plus - 0
আগন্তুক ৬০ বছৰত বিশ্বৰ জনসংখ্যা ২০০ কোটি বৃদ্ধি পাব৷ আনহাতে ভাৰত শতিকাটোৰ শেষলৈকে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হৈয়ে থাকিব৷ ভাৰতৰ জনসংখ্যা ২০৬০...
ৰাজ্যলৈ গৌৰৱ : অসম সন্তানলৈ ইউনেস্ক’ৰ বঁটা
Health Plus - 0
পুনৰবাৰ এক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰে ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে এগৰাকী অসম সন্তানে৷ অসমৰ যুৱ বিজ্ঞানী বৃন্দা কাশ্যপে ইউনেস্ক’ মেব ইয়ং ছায়েণ্টিষ্ট এৱাৰ্ড ফৰ ২০২৪...
আপু্নিও ফ’বিয়াত ভুগিছে নেকি ? নিৰাময়ৰ সহজ উপায়
Health Plus - 0
ফ’বিয়া সম্পৰ্কে আমাৰ চিন্তা ভাবনাৰ চেলেঞ্জ কৰাৰ পৰা আৰম্ভ কৰি লাহে লাহে নিজক ইয়াক প্ৰকাশ কৰাপৰ্যন্ত ইয়াৰ পৰা উপশমৰ বহুতো উপায় আছে৷...
মহাকাশৰ পৰা পৃথিৱীলৈ ৰহস্যময় লেজাৰ ৰশ্মি
Health Plus - 0
মহাকাশৰ পৰা এক ৰহস্যময় সংকেত আহিছে পৃথিৱীলৈ৷ এই ৰহস্যময় সংকেত ধৰা পেলাইছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ এখন মহাকাশযানে৷ বিজ্ঞানীয়ে কৈছে যে...
আবেলি খোজকঢ়া নে মৰ্নিং ৱাক বেছি উপকাৰী?
Health Plus - 0
শাৰীৰিক ব্যায়াম হিচাপে বহুতেই যিমানেই ব্যস্ততা নাথাকক লাগিলে পুৱাৰ ভাগত মৰ্নিং ৱাক কৰি উঠিহে পাছত দিনটোৰ নিজৰ কাম কৰিবলৈ লয়৷ মানুহৰ এইটো...
চাউলত থকা পোক কেনেদৰে আঁতৰাব ?
Health Plus - 0
যিহেতু প্ৰায় সকলো মানুহৰে প্ৰধান খাদ্য ভাত, সেয়েহে চাউলক বহুদিনলৈ ষ্ট’ৰ কৰি ৰখা হয়৷ কিন্তু এনেদৰে বহুদিনলৈ ষ্ট’ৰ কৰি ৰখাৰ ফলত চাউলত...
Most Read
ৰাতিৰ টোপনিত ব্যাঘাত জন্মাইছে ‘নকচুৰিয়া’ই! কি এই ৰোগ ?
ৰাতি টোপনিৰ সময়ত বাৰে বাৰে প্ৰস্ৰাৱ লগা অথবা প্ৰস্ৰাৱৰ প্ৰৱণতাই টোপনিত ব্যাঘাত জন্মায়৷ গোটেই দিনৰ কামৰ ভাগৰ, ক্লান্তি দূৰ কৰিবলৈ নিশা চকুৰ...
গেছৰ সমস্যা হ’লেই এণ্টাছিড খায়? সতৰ্ক নহ’লে বিপদ অৱশ্যম্ভাৱী
বহুতৰে পুৱা টোপনিৰ পৰা উঠিয়েই খালী পেটত গেছৰ সমস্যাৰ বাবে ঔষধ সেৱন কৰে৷ মজিয়াত ভৰি দিয়েই এণ্টাছিড এটা নাখালে দিনটো শান্তি...
জৰায়ুত নহয়, লিভাৰত বাঢ়িছে ভ্ৰূণ ‘এক্টোপিক প্ৰেগনেন্সি’ৰ চিকাৰ মহিলা
জৰায়ুৰ সলনি লিভাৰত ভ্ৰূণ বাঢ়িবলৈ লৈছে৷ এনেধৰণৰ বিৰল ঘটনা ভাৰতত প্ৰথমবাৰৰ কাৰণে হৈছে বুলি দাবী কৰিছে চিকিৎসকে৷ সমগ্ৰ বিশ্বত অন্তঃসত্ত্বা 0.২৫ ৰ...
ফিতাকৃমিৰ সংক্ৰমণৰ বাবে ভাৰতত স্নায়ুৰ ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি
বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ‘হু’ আৰু চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন ৰ ফালৰ পৰা সতৰ্ক কৰি দিয়া হৈছে যে ভাৰতত...