[rev_slider alias=”ad-slider-1″]
ড্ৰাগছৰ কৰাল গ্ৰাসত ৰাজ্যৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী
Health Plus - 0
অসমত অধিকাংশ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ভয়াৱহ ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে৷ অৰ্থাৎ ড্ৰাগছৰ প্ৰতি অধিক আসক্ত হৈ কম বয়সীয়া স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল৷ ৰাজ্যৰ এখন জিলাত...
১৫৬ বিধ ক্ষতিকাৰক ঔষধ নিষিদ্ধ কেন্দ্ৰীয় চৰকাৰৰ
Health Plus - 0
স্বাস্থ্যৰ প্ৰতি সম্ভাব্য বিপদৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে দেশত বহুলভাৱে ব্যৱহাৰ হৈ থকা ১৫৪ বিধ ঔষধ নিষিদ্ধ ঘোষণা কৰিছে৷ কম্বিনেশ্যন ড্ৰাগ ৰূপে পৰিচিত...
শিশুটিৰ কৃমি হ’লে ঘৰুৱাভাৱে এই ব্যৱস্থা
Health Plus - 0
শিশুৰ পেটত কৃমিৰ বাস এটা সাধাৰণ সমস্যা৷ এই সমস্যা সকলো শিশুৰ মাজতে দেখা যায়৷ ইয়াৰ ফলত শিশুৰ এনিমিয়া হোৱাৰ লগতে দৈহিক আৰু...
কোন প্ৰাণীৰ হৃদযন্ত্ৰ মূৰত থাকে জানেনে ?
Health Plus - 0
আমি শৰীৰ বিভিন্ন অংগ-প্ৰত্যংগৰে গঠিত৷ শৰীৰৰ এনে কিছুমান অংগ আছে, যাৰ অবিহনে আমি জীয়াই থকাটো সম্ভৱ নহয় আৰু প্ৰতিটো অংগৰে ভিন্ ভিন্...
সন্তান ধাৰণৰ পৰিকল্পনা সফল নহ’লে এই আসন কৰক
Health Plus - 0
সন্তান ধাৰণৰ পৰিকল্পনা কৰিছে নেকি? শৰীৰৰ ওজন বৃদ্ধিৰ ফলত সেই পৰিকল্পনাত বাধাৰ সৃষ্টি কৰিব পাৰে৷ চিকিৎসকে কোৱা মতে ওজন বেছি হ’লে গৰ্ভধাৰণ...
ৰুটী পেটৰ কাৰণে বেয়া নেকি ? কি জনালে পুষ্টিবিদে
Health Plus - 0
কাৰ্বহাইড্ৰেটযুক্ত ৰুটী আমাৰ শৰীৰৰ বাবে অতি আৱশ্যক৷ ভাত বা ৰুটীয়ে শৰীৰক শক্তিৰ যোগান ধৰাৰ লগতে শৰীৰ শক্তিশালী কৰাত সহায় কৰে৷ আনহাতে বহুতে...
খাদ্যত অধিক বেকিং ছ’ডা ব্যৱহাৰ কৰিলে কি হ’ব পাৰে
Health Plus - 0
সকলোৰে পাকঘৰত বহুলভাৱে ব্যৱহূত এবিধ প্ৰয়োজনীয় সামগ্ৰী হৈছে বেকিং ছ’ডা৷ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বনাওঁতে বেকিং ছ’ডা ব্যৱহাৰ কৰা হয়৷ কিন্তু অধিক...
চুলি পাতল হৈছে নেকি ? লওক এটা মাত্ৰ সমাধান
Health Plus - 0
চুলি সৰা সমস্যাটো আজিকালি প্ৰায় সকলো লোকৰ ক্ষেত্ৰতে দেখা যায়৷ আপুনি জানি আচৰিত হ’ব যে চুলি সৰাৰ একমাত্ৰ সমাধান কণীয়ে কৰিব পাৰে৷...
মস্তিষ্ক সক্ৰিয়-প্ৰখৰ ৰাখিবলৈ এই আসন কৰক
Health Plus - 0
যোগাসনে আমাৰ শৰীৰৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰে৷ মন-শৰীৰৰ ৰোগ-ব্যাধি দূৰ কৰিবলৈ যোগৰ বিকল্প আন নাই৷ মনক প্ৰফুল্লিত কৰি ৰাখিবলৈ নিয়মিতভাৱে যোগ...
ধাৰণা কৰাতকৈও ডেৰশ কোটি বছৰ আগতেই প্ৰাণৰ সূচনা হৈছিল
Health Plus - 0
বেছিভাগ বিশেষজ্ঞই দাবী কৰে যে পৃথিৱীত জটিল প্ৰাণৰ আৰম্ভ প্ৰায় ৬৩ কোটি ৫০ লাখ বছৰ আগতে হৈছিল৷ পৃথিৱীত জটিল প্ৰাণৰ সূচনা হৈছিল...
জোতাই কাটিছে সমাধানৰ এইবোৰ ঘৰুৱা উপায়
Health Plus - 0
নতুন জোতা-ছেণ্ডেল পিন্ধি এপাক ওলাই যোৱাৰ মজাই বেলেগ৷ পিছে পয়মাল তেতিয়াহে লাগে, যেতিয়া জোতাযোৰে ভৰিখন কাটি পুনৰ নতুন জোতাযোৰ পিন্ধিব নোৱৰাৰ সমস্যাৰ...
শুক্ৰ গ্ৰহত প্ৰাণৰ জীৱনকাঠীৰ সন্ধান পালে বিজ্ঞানীয়ে
Health Plus - 0
পৃথিৱীৰ এক দিশে যিদৰে প্ৰতিবেশী গ্ৰহ মঙল, একেদৰে আনদিশে প্ৰতিৱেশী গ্ৰহ হ’ল শুক্ৰ গ্ৰহ৷ যাক শুক্ৰতৰা বা ভোটাতৰা বু্লি ক’লেও হয়তো বেছি...
Most Read
জৰায়ুত নহয়, লিভাৰত বাঢ়িছে ভ্ৰূণ ‘এক্টোপিক প্ৰেগনেন্সি’ৰ চিকাৰ মহিলা
জৰায়ুৰ সলনি লিভাৰত ভ্ৰূণ বাঢ়িবলৈ লৈছে৷ এনেধৰণৰ বিৰল ঘটনা ভাৰতত প্ৰথমবাৰৰ কাৰণে হৈছে বুলি দাবী কৰিছে চিকিৎসকে৷ সমগ্ৰ বিশ্বত অন্তঃসত্ত্বা 0.২৫ ৰ...
ফিতাকৃমিৰ সংক্ৰমণৰ বাবে ভাৰতত স্নায়ুৰ ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি
বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ‘হু’ আৰু চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন ৰ ফালৰ পৰা সতৰ্ক কৰি দিয়া হৈছে যে ভাৰতত...
বহি থাকিলে ভৰি লৰাই থকাৰ অভ্যাসেও হ’ব পাৰে ৰোগৰ লক্ষণ
বহুতৰে বহি থাকিলে ভৰি লৰাই থকাৰ এটা অভ্যাস থাকে৷ য’তেই নহওক কিয় বহিবলৈ সুবিধা পালেই এইচাম লোকৰ ভৰি জোকাৰণি আৰম্ভ হয়৷ পিছে...
যেতিয়াই-তেতিয়াই উজুটি খায়? শিকক ৩০ ছেকেণ্ডৰ ‘বেলেন্স টেষ্ট’
কামৰ তাগিদাত খৰধৰকৈ ৰাস্তাত খোজকাঢ়িলে হঠাতে উজুটি খাই পৰি অঘটন হোৱা দেখা যায়৷ এই ক্ষেত্ৰত বয়সিয়ালসকলৰ সমস্যা আৰু বেছি হয়৷ মূৰ ঘূৰোৱা,...