[rev_slider alias=”ad-slider-1″]
ব্লাড কেঞ্চাৰ নিয়ন্ত্ৰণৰ বাবে ‘ট্ৰ’জান হৰ্ছ’ থেৰাপী
Health Plus - 0
ব্লাড কেঞ্চাৰ ধৰা পৰিলে ৰোগীৰ আতংকৰ শেষ নাথাকে৷ মৃত্যু ভয়ৰ গ্ৰাসে সকলো সময়তে খেদি ফুৰে৷ ব্লাড কেঞ্চাৰ ইমান দ্ৰুতভাৱে সংক্ৰমিত হয় যে...
শৰীৰত কলেষ্টৰেল বঢ়াৰ এইবোৰ প্ৰাথমিক লক্ষণ
Health Plus - 0
তেজত কলেষ্টৰেলৰ মাত্ৰা বাঢ়ি গ’লে ধমনীত ব্লকেজৰ সৃষ্টি হয়৷ যাৰ ফলত তেজ হাৰ্টলৈ সৰবৰাহৰ ক্ষেত্ৰত যথেষ্ট সমস্যাই দেখা দিব পাৰে৷ ফলস্বৰূপে হাৰ্টৰ...
প্ৰথমবাৰৰ বাবে মানৱদেহত সফল মস্তিষ্ক প্ৰতিস্থাপন
Health Plus - 0
প্ৰথমবাৰৰ বাবে মানৱ মস্তিষ্কৰ সফলভাৱে প্ৰতিস্থাপন বা ইমপ্লেণ্ট কৰা হ’ল যুক্তৰাষ্ট˜ৰ নিউৰোটেক ষ্টাৰ্টআপ পেৰাড্ৰমিকছে৷ প্ৰায় তিনি বছৰ ধৰি জন্তুৰ দেহত চলোৱা গৱেষণাৰ...
কিডনী হস্পিটেল iUKDৰ ১১৫সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
Health Plus - 0
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ২ জুলাই, ২০২৫, বুধবাৰে ডবকাৰ ২৭নং ৰাষ্ট˜ীয় ঘাইপথৰ ডিফু বাইপাছত অৱস্থিত নিউ...
ক’লা হৈছে সমুদ্ৰৰ ৰং! ভৱিষ্যতৰ ভয়ংকৰ সংকেত পালে বিজ্ঞানীয়ে
Health Plus - 0
পৃথিৱীৰ ৭১ শতাংশই সমুদ্ৰ৷ স্থলভাগ মাত্ৰ ২৯-৩০ শতাংশ৷ জীৱৰ জীৱন-ধাৰণৰ বাবে সমুদ্ৰৰ গুৰুত্ব অপৰিসীম৷ এতিয়া এই সমুদ্ৰক লৈয়ে চিন্তিত হৈ পৰিছে বিজ্ঞানীয়ে৷...
কিডনী হস্পিটেল iUKDৰ ১১৮সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
Health Plus - 0
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ২২ জুন, ২০২৫, দেওবাৰে কামৰূপ জিলাৰ বকোৰ সোণতলীৰ ঈদগাহৰ ওচৰৰ...
ৰজোনিবৃত্তি-পৰ্বত কোনবোৰ খাদ্য বেছি খোৱা বিপজ্জনক
Health Plus - 0
মহিলাসকলৰ ৰজোনিবৃত্তি পৰ্বত বিভিন্ন নিয়ম মানি চলাৰ লগতে খাদ্য গ্ৰহণৰ ক্ষেত্ৰতো কিছু সাৱধানতা অৱলম্বন কৰিব লাগে৷ ৰজোনিবৃত্তি পৰ্বত মহিলাসকলৰ শৰীৰত ইষ্টোজেন...
খাদ্যৰ সৈতে থাইৰয়েডৰ সম্পৰ্ক কিদৰে জড়িত?
Health Plus - 0
বেয়া থাইৰয়েডৰ কাৰ্যকাৰিতা ইতিবাচক বা নেতিবাচক দুই ধৰণে প্ৰভাৱিত কৰে৷ থাইৰয়েড হৰমনৰ উৎপাদন আৰু নিয়ন্ত্ৰণৰ বাবে আয়ডিন, ছেলেনিয়াম, জিংক আৰু আইৰনৰ দৰে...
কিডনী হস্পিটেল iUKDৰ ১০৮সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
Health Plus - 0
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু শিৱসাগৰৰ ৰংপুৰ জ্যোতি ক্লাব আৰু মেডলাইফ মেডিকেল ষ্ট’ৰৰ উদ্যোগত তথা ESKFৰ সহযোগত ১৫ জুন, ২০২৫, দেওবাৰে...
বিশ্বব্ৰহ্মাণ্ডত জীৱৰ শেষ কেতিয়া? পৰিষ্কাৰ কৰিলে বিজ্ঞানীয়ে
Health Plus - 0
পৃথিৱীত জল, স্থল, অন্তৰীক্ষৰ আকাৰ, প্ৰাণীজগতৰ নানা প্ৰজাতি আদিৰ স্থায়িত্ব কিমানদিন? কিমানদিনলৈ জীয়াই থাকিব ইয়াৰ জীৱকুল৷ পৃথিৱীৰ বুকুৰ পৰা এইবোৰ কেতিয়া নিশ্চিহ্ন...
প্ৰখৰ স্মৃতিশক্তিৰ বাবে এইবোৰ পানীয় সেৱন কৰক
Health Plus - 0
পানীত বাদেও গোটেই দিনটোত আমি বিভিন্ন প্ৰকাৰৰ পানীয় সেৱন কৰোঁ৷ যি মূলতঃ সুস্বাদু তথা মানসিক তৃপ্তিদায়ক৷ আমাৰ পৰিচিত এইধৰণৰ কিছু পানীয়...
প্লাষ্টিক আমাৰ শৰীৰৰ কাৰণে কিমান ক্ষতিকাৰক, সেইটো আমি সকলোৱে জানো৷
Health Plus - 0
দীৰ্ঘদিন ধৰি যিকোনো প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত ভয়ংকৰ বিপদৰ সন্মুখীন হ’বলগীয়া হয়৷ তাৰ ভিতৰত প্লাষ্টিকৰ বটলত পানী খোৱাটো আমাৰ সকলোৰে এটা...
Most Read
ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী
আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...
মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক
আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...
পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ
যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...
নিয়মিত ছচ্মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?
ছচ্মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...