Home Daily news

Daily news

[rev_slider alias=”ad-slider-1″]

ষ্ট্ৰেচ কমাই মন শান্ত ৰাখে উত্তানাসনে

বৰ্তমান যান্ত্ৰিকতা যুগত সৰ্বসাধাৰণ লোকৰ মাজত সমাজত কোনো কিদৰে বৰ্তি থাকিব তাক লৈ প্ৰতিযোগিতা চলিছে৷ অফিচ-কাছাৰীৰ ঘড়ীৰ কাঁটাই সঠিক সয়ম মানি কৰ্ম...

তেজৰ গ্ৰুপ সলনি হ’ব পাৰে নেকি! জানক সবিশেষ

মানৱ শৰীৰৰ অধিকাৰী প্ৰতিজন ব্যক্তিৰে তেজৰ গ্ৰুপ ভিন্ন আৰু এই গ্ৰুপৰ জৰিয়তে মানুহ এজনৰ শাৰীৰিক ক্ৰিয়া-প্ৰক্ৰিয়াবোৰ পৰিচালিত হয়৷ তেজৰ গ্ৰুপৰ ভিন্নতা অনুসৰি...

জানি থওক অমিতাৰ গুটিৰ অসাধাৰণ গুণ

সাধাৰণতে অমিতা তৰকাৰী হিচাপে বা পকা অমিতা সকলোৱে খোৱা খায়৷ আমি অমিতা কটোতে ইয়াৰ সাহখিনি ৰাখি গুটিবোৰ পেলাই দিওঁ৷ অমিতাৰ ক’লা গুটিবোৰৰো...

এই উপজাতিয়ে পৰ্যটকৰ আতিথেয়তাৰ বাবে স্ক্ৰীক যৌনসম্ভোগ কৰায়

পৃথিৱীৰ চাৰিওদিশে বিভিন্ন জাতি-উপজাতিয়ে বসবাস কৰে৷ এই উপজাতিবোৰ আচাৰ-আচৰণ, খাদ্যাভ্যাস, জীৱন প্ৰণালী, বাসস্থানৰ ধৰণ আদি সকলো সুকীয়া সুকীয়া৷ এইধৰণৰ এটা উপজাতি হ’ল...

থিয় হৈ পানী সেৱন নকৰিব ইয়াৰ ক্ষতিকৰ কাৰণ কি ?

আমি থিয় হৈ পানী সেৱন কৰাটো শৰীৰৰ কাৰণে ক্ষতিকাৰক৷ এই কথা জনালে স্বাস্থ্য বিশেষজ্ঞই৷ কথাতে আছে বোলে পানীয়েই হৈছে প্ৰাণীৰ প্ৰাণ আৰু...

পৃথিৱীৰ দিশে ৫০০ ফুটৰ দৈত্যকায় গ্ৰহাণু : প্ৰলয়ৰ আশংকা নাছাৰ

অনন্ত মহাকাশৰ বুকু ফালি পৃথিৱীৰ দিশে ধাৱমান হৈছে এক দৈত্যকায় গ্ৰহাণু৷ ৫০০ ফুট দৈৰ্ঘ্যৰ বিশাল এই প্ৰস্তৰখণ্ড পৃথিৱীত পৰিলে ঘটিল পাৰে মহাপ্ৰলয়৷...

এইবোৰ এক মিনিটৰ বিউটি টিপছ লওক

ব্যস্ততাপূৰ্ণ জীৱনত দৈনিক ধূলি-বালিৰ মাজেৰে কাম কৰি থকাৰ ফলত ছালখনৰ যতন ল’বলৈ যেন কাৰোৰে আহৰিয়েই নাই৷ সেয়েহে আজি আমি লৈ আহিছোঁ এনেকুৱা...

এণ্টাৰ্কটিকাত বৰফৰ তলত মিলিল নতুন পৃথিৱীৰ সন্ধান

এণ্টাৰ্কটিকাৰ বৰফৰ তলত সন্ধান পোৱা গৈছে এক নতুন মেৰিন দুনীয়াৰ৷ এই আ(ৰ্যকৰ ঠাইত অদ্ভুত ধৰণৰ প্ৰাণী পোৱা গৈছে বুলি দাবী কৰিছে নিউজিলেণ্ডৰ...

গৰ্ভাৱস্থাত স্বাস্থ্য উপযোগী আসন পদবি উত্তোলন কৰক

আসন তথা যোগৰ অনুশীলনে শৰীৰ মন সুস্থ তথা নিৰোগী কৰি ৰখাত সহায় কৰে৷ নিয়মিতভাৱে পুৱা বা গধূলি যিকোনো সময়তে আমি যদি আধা...

বিশেষজ্ঞৰ আহ্বান : হৃদপিণ্ডৰ স্বাস্থ্যক মনোযোগ দিয়ক

এখন সুস্থ হৃদয় অতি প্ৰয়োজনীয়৷ কাৰণ ইয়ে শৰীৰৰ সৰ্বত্ৰ ৰক্ত সঞ্চালনত সহায় কৰে৷ হৃদয়ৰ দ্বাৰা টিছুবোৰত অক্সিজেন আৰু পুষ্টি উপাদান যোগান ধৰা...

কেঁচা কলৰ আছে মিৰাকল স্বাস্থ্য উপকাৰিতা

কল এনেকুৱা এবিধ ফল, যাৰ একো এটা অংশই পেলনীয়া নহয়৷ কলৰ গা-গছৰ পৰা আৰম্ভ কৰি পাত, মূল, কাণ্ড, শিপা, ফল, ফুল প্ৰতিটো...

মানুহ মঙলত জন্মিলে কেনে হ’ব : জনালে বিজ্ঞানীয়ে

মঙল গ্ৰহত মানুহৰ বসতি স্থাপনৰ চেষ্টা কৰি আছে স্পেচএক্সৰ প্ৰতিষ্ঠাতা ইলন মাস্কে৷ অনাগত বিশ বছৰৰ ভিতৰত মঙলত মানুহৰ বসতি গঢ়াৰ পৰিকল্পনা কৰিছে...

Most Read

জৰায়ুত নহয়, লিভাৰত বাঢ়িছে ভ্ৰূণ ‘এক্টোপিক প্ৰেগনেন্সি’ৰ চিকাৰ মহিলা

জৰায়ুৰ সলনি লিভাৰত ভ্ৰূণ বাঢ়িবলৈ লৈছে৷ এনেধৰণৰ বিৰল ঘটনা ভাৰতত প্ৰথমবাৰৰ কাৰণে হৈছে বুলি দাবী কৰিছে চিকিৎসকে৷ সমগ্ৰ বিশ্বত অন্তঃসত্ত্বা 0.২৫ ৰ...

ফিতাকৃমিৰ সংক্ৰমণৰ বাবে ভাৰতত স্নায়ুৰ ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ‘হু’ আৰু চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন ৰ ফালৰ পৰা সতৰ্ক কৰি দিয়া হৈছে যে ভাৰতত...

বহি থাকিলে ভৰি লৰাই থকাৰ অভ্যাসেও হ’ব পাৰে ৰোগৰ লক্ষণ

বহুতৰে বহি থাকিলে ভৰি লৰাই থকাৰ এটা অভ্যাস থাকে৷ য’তেই নহওক কিয় বহিবলৈ সুবিধা পালেই এইচাম লোকৰ ভৰি জোকাৰণি আৰম্ভ হয়৷ পিছে...

যেতিয়াই-তেতিয়াই উজুটি খায়? শিকক ৩০ ছেকেণ্ডৰ ‘বেলেন্স টেষ্ট’

কামৰ তাগিদাত খৰধৰকৈ ৰাস্তাত খোজকাঢ়িলে হঠাতে উজুটি খাই পৰি অঘটন হোৱা দেখা যায়৷ এই ক্ষেত্ৰত বয়সিয়ালসকলৰ সমস্যা আৰু বেছি হয়৷ মূৰ ঘূৰোৱা,...