Home Daily news

Daily news

[rev_slider alias=”ad-slider-1″]

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...

হজমৰ সমস্যা সমাধানৰ বাবে মৎস্যাসন কৰক

শৰীৰৰ স্বাস্থ্য উন্নত তথা নিৰোগী কৰি ৰাখিবলৈ যোগাসন কৰাৰ প্ৰয়োজনীয়তা আছে৷ নিয়মিতভাৱে কৰা যোগ অভ্যাসে এজন লোকক বিভিন্ন...

পুৱাই কৰা কি ভুলৰ বাবে দ্ৰুতভাৱে ওজন বৃদ্ধি হ’ব পাৰে

পুৱাই যিমানেই ভাল অভ্যাস গঢ় দিব, সিমানে শৰীৰক ভালে ৰখাত সহায় কৰে৷ পুৱাৰ ভাগৰ কিছুমান বদঅভ্যাসে হোৰাহোৰে বঢ়াব পাৰে শৰীৰৰ ওজন৷ কথাতে...

বিজ্ঞানীৰ নতুন সম্ভাৱনাময় বাসযোগ্য গ্ৰহৰ সন্ধান

সম্প্ৰতি ইউৰোপিয়ান ছাউডাৰ্ন অবজাভেটৰি ভেৰি লাৰ্জ টেলিস্কোপৰ সহায়ত বিজ্ঞানীয়ে নতুন এক সম্ভাৱনাময় বাসযোগ্য গ্ৰহৰ সন্ধান লাভ কৰিছে৷ পৃথিৱীৰ পৰা আনুমানিক ৫.৯৬ আলোকবৰ্ষ...

WHO-ৰ ঘোষণা : ভাৰতত নিৰ্মূল হ’ল ট্ৰাকোমা

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-এ ঘোষণা কৰিছে যে এই বছৰ ভাৰতে ৰাজহুৱা স্বাস্থ্য সমস্যা হিচাপে চকুৰ ৰোগ ট্ৰাকোমা নিৰ্মূল কৰিলে৷ ইয়াৰ লগে...

মাতৃ হোৱাৰ স্বপ্ন পূৰণ কৰিবলৈ মালাসন কৰক

মাতৃত্বৰ গৌৰৱেৱে গৌৰৱান্বিত হ’বলৈ প্ৰতিগৰাকী মহিলাই কামনা কৰে৷ মাতৃত্ব হোৱাটোৱেই যেন প্ৰতিগৰাকী মহিলাৰ একমাত্ৰ ইচ্ছা তথা জীৱন চৰ্যা৷ এগৰাকী মহিলাই মাতৃ হোৱাৰ...

শিশুৰ ভোক বৃদ্ধিৰ কেইটামান উপায়

যেতিয়া আপোনাৰ সন্তানটিয়ে খাবলৈ ইচ্ছা নকৰে বা ভালকৈ খোৱা-বোৱা নকৰে, তেন্তে নি(য় আপোনাৰ চিন্তা হয় যে হঠাৎ আপোনাৰ শিশুটিৰ ভোক নাইকিয়া কিয়...

পুৰুষ নে নাৰী : কোনে বেছি শোৱে? সত্যটো জানিলে চমকি উঠিব

পুৰুষ নে নাৰী কোনে বেছি সময় টোপনি মাৰে৷ ইয়াৰ সত্যতা জানিলে হয়তো আপুনিও চমক খাই উঠিব পাৰে৷ প্ৰায়েই শুনা যায় যে মহিলাসকলে...

অতিৰিক্ত পৰিশ্ৰমৰ পাছত ক্লান্তি দূৰ কৰিবলৈ পাৰ্শ্ব সুখাসন কৰক

যোগাসনে আমাৰ তন-মন উৎফুল্ল কৰি ৰখাত সহায় কৰে৷ ঋষি-মুনিসকলৰ দিনৰে পৰা অতি পুৰণি এই যোগ সাধনাই সেই তাহানিৰ পৰাই গুৰত্ব লাভ কৰি...

দিনত শোৱা স্বাস্থ্যৰ পক্ষে উপকাৰী ! কি কয় বিশেষজ্ঞই ?

গোটেই দিন কামৰ ব্যস্ততাৰ পাছত শৰীৰ অৱশ, ক্লান্ত হৈ পৰে৷ এই ভাগৰ তথা ক্লান্তি দূৰ কৰাৰ বাবে জিৰণিৰ প্ৰয়োজন হয়৷ সেয়ে দুপৰীয়া...

আপুনি কথা পাহৰিবলৈ লৈছে কি ভিটামিনৰ অভাৱ হৈছে জানেনে ?

বয়স বৃদ্ধিৰ লগে লগে মানুহে কথা পাহৰিলৈ আৰম্ভ কৰে৷ বহু কথা বহু চিন্তা কৰিহে মনত পেলাব লগীয়া হয়৷ এইটো বাৰ্ধক্যৰ এটা স্বাভাৱিক...

Most Read

জৰায়ুত নহয়, লিভাৰত বাঢ়িছে ভ্ৰূণ ‘এক্টোপিক প্ৰেগনেন্সি’ৰ চিকাৰ মহিলা

জৰায়ুৰ সলনি লিভাৰত ভ্ৰূণ বাঢ়িবলৈ লৈছে৷ এনেধৰণৰ বিৰল ঘটনা ভাৰতত প্ৰথমবাৰৰ কাৰণে হৈছে বুলি দাবী কৰিছে চিকিৎসকে৷ সমগ্ৰ বিশ্বত অন্তঃসত্ত্বা 0.২৫ ৰ...

ফিতাকৃমিৰ সংক্ৰমণৰ বাবে ভাৰতত স্নায়ুৰ ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ‘হু’ আৰু চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন ৰ ফালৰ পৰা সতৰ্ক কৰি দিয়া হৈছে যে ভাৰতত...

বহি থাকিলে ভৰি লৰাই থকাৰ অভ্যাসেও হ’ব পাৰে ৰোগৰ লক্ষণ

বহুতৰে বহি থাকিলে ভৰি লৰাই থকাৰ এটা অভ্যাস থাকে৷ য’তেই নহওক কিয় বহিবলৈ সুবিধা পালেই এইচাম লোকৰ ভৰি জোকাৰণি আৰম্ভ হয়৷ পিছে...

যেতিয়াই-তেতিয়াই উজুটি খায়? শিকক ৩০ ছেকেণ্ডৰ ‘বেলেন্স টেষ্ট’

কামৰ তাগিদাত খৰধৰকৈ ৰাস্তাত খোজকাঢ়িলে হঠাতে উজুটি খাই পৰি অঘটন হোৱা দেখা যায়৷ এই ক্ষেত্ৰত বয়সিয়ালসকলৰ সমস্যা আৰু বেছি হয়৷ মূৰ ঘূৰোৱা,...