[rev_slider alias=”ad-slider-1″]
একো কামতে মন বহুৱাব পৰা নাই : শীৰ্ষাসন কৰক
Health Plus - 0
কেতিয়াবা আপোনাৰো এনেকুৱা নহয়নে বাৰু যে কোনো কমাতে সঠিকভাৱে মন বহুৱাব পৰা নাই৷ মনটো কিবা অশান্তিত আছে, মনটো সুস্থিৰ নাথাকি কিবা উল্টা-পুল্টা...
গৱেষণা : প্লাষ্টিকজাত দ্ৰব্যই স্তন কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি কৰে
Health Plus - 0
দ্য আমেৰিকান কেমিকেল ছ’চাইটিৰ এক গৱেষণা পত্ৰত কোৱা হৈছে যে খাদ্যপণ্য আৰু নিত্য ব্যৱহাৰ্য বিভিন্ন সামগ্ৰীত প্লাষ্টিকৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ কণা বা মাইক্ৰ’প্লাষ্টিকৰ অৱস্থিতি...
গৰ্ভাৱস্থাত আয়ডিনৰ প্ৰয়োজনীয়তা কিমান জানেনে ?
Health Plus - 0
আয়ডিন হৈছে এনে এবিধ উপাদান, যি আমাৰ শৰীৰৰ বাবে অিত প্ৰয়োজনীয়৷ শৰীৰত আয়ডিনৰ অভাৱ হ’লে বিভিন্ন সমস্যাই দেখা দিয়ে৷ বিশেষকৈ, গৰ্ভৱতী মহিলা...
আৱিষ্কাৰ : মহাবিশ্বৰ সম্প্ৰসাৰণৰ হাৰ আশ্চৰ্যজনকভাৱে দ্ৰুত
Health Plus - 0
সম্প্ৰতি জেমছ ৱেৰ স্পেচ টেলিস্কোপৰ দুই বছৰৰ পৰ্যবেক্ষণৰ গুৰুত্বপূৰ্ণ তথা প্ৰকাশ কৰিছে৷ যি তথ্যই নিশ্চিত কৰিছে যে মহাবিশ্ব সম্প্ৰসাৰণৰ হাৰ আঠ শতাংশ...
শৰীৰৰ ওজন কমাবলৈ দৈনিক এইবোৰ ঘৰুৱা কাম কৰক
Health Plus - 0
আপোনাৰ শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বাঢ়িছে নেকি অথবা আপোনাৰ তলপেটত চৰ্বি পূৰাদ্যমে জমা হৈছে নেকি? যাৰ কাৰণে যিকোনো ঘৰুৱা কাম অলপ কৰিলেই ভাগৰ...
গৱেষণা : পৰিমিত কফি পানে হৃদৰোগৰ সম্ভাৱনা কমায়
Health Plus - 0
শীতকালত প্ৰচণ্ড শীতৰ পৰা পৰিত্ৰাণ পাবলৈ গৰম গৰম কফি একাপত চুমুক দিয়াৰ অভ্যাস বহুতৰে আছে৷ বিশেষকৈ শীতৰ দিনকেইটাত বিছনাৰ পৰা উঠিয়েই একাপ...
শীতকালত নিমখ কমাই খাওক ইয়াৰ কাৰণ কি জানক
Health Plus - 0
শীতকালৰ সময়ছোৱাত প্ৰায়ভাগ পাচলিয়ে যিহেতু উপলব্ধ হয়, সেয়ে ভাতৰ সৈতে আঞ্জাৰ পৰিমাণে বাঢ়ি যায়৷ পাচলিৰ লগতে চালাড, চাটনি, পিটিকা, আচাৰ আদিৰো সোৱাদ...
মঙল গ্ৰহত আৰু এটা হ্ৰদ আৱিষ্কাৰ
Health Plus - 0
এদল বিজ্ঞানীয়ে মঙল গ্ৰহত এটা হ্ৰদ আৱিষ্কাৰ কৰিছে৷ ধাৰণা কৰা হৈছে এই হ্ৰদত অতীতৰ কোনো এক সময়ত প্ৰাণীৰ বাসস্থান আছিল, অৰ্থাৎ এই...
শীতত গাখীৰৰ সৈতে চাৱনপ্ৰাছৰ খাওক
Health Plus - 0
শীতত চৰ্দি, কাহৰ পৰা নিৰাময় পাবলৈ বহুতেই বজাৰত উপলব্ধ চাৱনপ্ৰাছ খোৱা দেখা যায়৷ আমলখি, তুলসী, পিপলি, জালুক আৰু একাধিক বনৌষধি তৈয়াৰী এই...
হাঁপানিৰ সমস্যাৰ পৰা মুুক্তি পাবলৈ উষ্ট্ৰাসন কৰক
Health Plus - 0
শৰীৰ সুস্থ তথা সক্ষম কৰি ৰাখিবলৈ খাদ্যবস্তু লগতে নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰা ভাল৷ শৰীৰৰ সুস্থতাইহে আপোনাক কাম কৰাৰ প্ৰতি আগ্ৰহ জন্মায়৷...
কৃত্ৰিম বুদ্ধিমত্তাৰে আৱিষ্কাৰ কৰিলে ‘মানুহ ধোৱা যন্ত্ৰ’
Health Plus - 0
১৫ মিনিটতে সম্পূৰ্ণ চাফা কৰি দিব এই যন্ত্ৰটোৱে৷ কৃত্ৰিম বুদ্ধিমত্তাৰে মেধাচালিত ‘মানুহ ধোৱা’ যন্ত্ৰ আৱিষ্কাৰ কৰিছে জাপানে৷ জাপানী সংস্থা ছায়েন্স কোং-এ তৈয়াৰ...
দৃষ্টিশক্তি বৃদ্ধিৰ বাবে এইকেইবিধ খাদ্য খাওক
Health Plus - 0
বৰ্তমান প্ৰায় সকলোৱে ইলেকট্ৰনিকছ ডিভাইচ ব্যৱহাৰ কৰে৷ চকুৰ নজৰ ডিভাইচৰ স্ক্ৰিনত দীৰ্ঘসময় ধৰি থাকিলে দৃষ্টিশক্তি সংক্ৰান্তীয় সমস্যা ক্ৰমে বাঢ়িবলৈ ধৰে৷ বহুতেই চকুত...
Most Read
টেপেৰে ঠিকমতে পানী নসৰকাত এচামুচ তেলেই মেজিকৰ কাম কৰিব
কেতিয়াবা ঘৰৰ পানীৰ টেপৰ পৰা টোপটোপকৈ পানী সৰে৷ টেপত আৱৰ্জনা তথা ময়লা জমা হৈ স্তৰৰ সৃষ্টি কৰি পানী অহাত বাধা দিয়ে, যাৰ...
হাতৰ জৰিয়তে জানিব পাৰি ছুগাৰ বঢ়াৰ লক্ষণ
বৰ্তমান সময়ত ডায়েবেটিছ এক জটিল ৰোগ৷ এই ৰোগত আক্ৰান্ত হ’লে মানুহৰ নানাধৰণৰ সমস্যাই দেখা দিয়ে৷ ভাৰতত এই ৰোগত আক্ৰান্তৰ সংখ্যা নিতৌ...
ব্লাড কেঞ্চাৰ নিয়ন্ত্ৰণৰ বাবে ‘ট্ৰ’জান হৰ্ছ’ থেৰাপী
ব্লাড কেঞ্চাৰ ধৰা পৰিলে ৰোগীৰ আতংকৰ শেষ নাথাকে৷ মৃত্যু ভয়ৰ গ্ৰাসে সকলো সময়তে খেদি ফুৰে৷ ব্লাড কেঞ্চাৰ ইমান দ্ৰুতভাৱে সংক্ৰমিত হয় যে...
গাৰ বৰণৰ ওপৰত নিৰ্ভৰ কৰে সূৰ্যালোকত ভিটামিন-ডি শোষণ
ঘণ্টাৰ পাছত ঘণ্টা ধৰি ৰ’দৰ পোহৰ ৰশ্মি বা পোহৰ লগালে ভিটামিন-ডি প্ৰস্তুত হয়নে? উত্তৰত– মুঠেও নহয়৷ ওলোটাই সূৰ্যৰ ৰশ্মিয়ে ছালখনৰ ক্ষতিসাধন কৰি...