Home Beauty Plus

Beauty Plus

[rev_slider alias=”ad-slider-1″]

টুথপেষ্ট লগোৱাৰ আগতে ব্ৰাছ ভিজোৱা উচিতনে ?

ৰাতি পুৱা টোপনিৰ পৰা উঠি সকলোৰে দাঁত ব্ৰাছ কৰাটো এটা নিয়ম৷ সকলোৱে দাঁত, মুখ ধুই-মেলিহে ব্ৰেক ফাষ্ট কৰিবলৈ টেবুলত বহে৷ দাঁত নষ্ট...

এইবোৰ খাদ্যই শৰীৰতহেপ্পী হৰমন বঢ়ায়

ষ্ট্ৰেচ এটা গুৰুতৰ সমস্যা, যিয়ে আপোনাৰ স্বাস্থ্যৰ বহুত ক্ষতি কৰিব পাৰে৷ ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষজ্ঞৰ দ্বাৰা পৰিচালিত খাদ্য গ্ৰহণ কৰা উচিত৷...

গৰমত ঘামৰ দুৰ্গন্ধ কেনেদৰে নিৰাময় কৰিব !

ঘামৰ সমস্যা মানুহৰ গোটেই বছৰে থাকে যদিও গৰমৰ দিনকেইটাত এই সমস্যা বেছিকৈ বাঢ়িবলৈ লয়৷ উৎকট গৰমত গোটেই দিনটো লৰি-ঢাপৰি ফুৰোঁতে ওলোৱা ঘামে...

দৈনিক চাবোনেৰে গা ধোৱাছালৰ বাবে ক্ষতিকাৰক

সুস্থ থাকিবলৈ অকল স্বাস্থ্যকৰ খাদ্য খালেই নহয়, শৰীৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা খুবেই জৰুৰী৷ ব্যক্তিগত স্বাস্থ্যবিধিয়ে আমাৰ স্বাস্থ্য সুস্থ ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সেয়ে...

সন্তান খুব আঁকোৰগোজ, জেদীহৈছে নেকি? কেনেকৈ সতৰ্ক হ’ব

সন্তান ডাঙৰ-দীঘল কৰা কামটো আটাইতকৈ কঠিন৷ বয়োজ্যেষ্ঠসকলৰ মাজত এই কথাটো প্ৰায়েই শুনা যায়৷ আনহাতে এই কথাও ঠিক যে সকলোৰে পিতৃ-মাতৃয়ে এই কথাটো...

এসপ্তাহতে মুখৰ ক’লা দাগ গুচাবলৈঘৰুৱাভাৱে এই তিনি ফেচপেক

গৰমৰ দিনত ছাল তথা মুখৰ যত্ন লোৱাৰ সময়ত বিশেষ কিছু টিপছ লোৱা হয়৷ প্ৰখৰ ৰ’দত চকু-মুখ সূৰ্যৰ তাপত পুৰি ক’লা হয়৷ মুখখন...

সূৰ্যৰ ৰশ্মিৰ বিষক্ৰিয়াৰপৰা পৰিত্ৰাণৰ উপায়

বহুতেই ভাবে যে ছানবাৰ্ন আৰু ছান পইজনিং একেই৷ জনা ভাল যে এই দুটা সম্পূৰ্ণ ভিন্ন সমস্যা৷ কিন্তু এই দুই সমস্যাৰ বাবে দায়ী...

দাঁতৰ অযত্নত হ’ব পাৰে হৃদৰোগ ! দাঁতৰ যত্ন কিদৰে ল’ব ?

আমাৰ দাঁত দুপাৰী হৈছে সৌন্দৰ্যৰ প্ৰতীক৷ দাঁত দুপাৰীয়ে মানুহৰ সৌন্দৰ্য গুগুণে বঢ়াই দিয়ে৷ ইয়াৰ লগতে দাঁতে আমাৰ শাৰীৰিক শক্তি বজাই ৰাখে৷ দাঁতৰ...

জন্মগত দাঁতৰ গঠনৰ পৰিৱৰ্তনেসৌন্দৰ্যলৈ আনিব নতুন সংজ্ঞা

প্ৰাচীন ধৰ্মপুথি, কাব্যৰ পৰা আধুনিক গল্প, কবিতা, উপন্যাস, নাৰীৰ সৌন্দৰ্য বৰ্ণনা কৰালৈকে দাঁত দুপাৰিৰ কথা সচৰাচৰ আহে৷ হাজাৰ বছৰ আগতেও বা সাম্প্ৰতিক...

শীঘ্ৰে পিম্পল দূৰ কৰিবলৈলওক এইবোৰ ঘৰুৱা উপায়

পম্পল বা ব্ৰুন ছালৰ এটা সাধাৰণ সমস্যা৷ প্ৰায় ৮৫ শতাংশ কিশোৰ-কিশোৰীয়ে এই ব্ৰুনৰ সমস্যাত ভোগে৷ হৰমনজনিত কাৰণতো বহু সময়ত ব্ৰন ওলোৱা দেখা...

এইবোৰ ডায়েট মানি চলকছালখন চিৰ নতুন হৈ থাকিব

আমি মুখখনৰ সৌন্দৰ্য তথা ইয়াৰ সাৱলীল গঠন একে থকাটো সকলোৱে বিচাৰোঁ৷ কিন্তু বয়স বঢ়াৰ লগে লগে মুখৰ ছালৰো পৰিৱৰ্তন হয়, মুখ শোতোৰা...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...

Most Read

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট

অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...