Home Beauty Plus

Beauty Plus

[rev_slider alias=”ad-slider-1″]

বোটক্স নকৰাকৈ মুখত পৰা বয়সৰচাপ নিৰ্মূল কৰিবলৈ এই ফেচপেক

পিঁয়াজৰ ৰসৰ সৈতে মৌ, হালধি, নেমুৰ ৰস মিহলাই এটা পেক প্ৰস্তুত কৰক৷ প্ৰয়োজন হ’লে ভিটামিন-ই কেপছুল এটাও মিহলাই ল’বলৈ নাপাহৰিব৷ এই মিশ্ৰণটোৰে...

ৰাতি হালধি দিয়া গাখীৰখালে আচৰিত লাভ পাব

যেতিয়াই শৰীৰৰ কোনো অংশ আঘাতপ্ৰাপ্ত হয়, তেতিয়া বয়োজ্যেষ্ঠ লোকসকলে হালধিযুক্ত গাখীৰ খাবলৈ পৰামৰ্শ দিয়া আপোনালোকে নিশ্চয় দেখিছে৷ কিয়নো হালধি দিয়া গাখীৰে ঘা...

ঘৰত পৰুৱাৰ উৎপাতনিয়ন্ত্ৰণৰ বাবে কি কৰিব?

সাধাৰণতে খৰালিতকৈ বাৰিষা কাল আমাৰ সকলোৰে ঘৰত পৰুৱাৰ সংখ্যা বাঢ়ি উৎপাতৰ সৃষ্টি কৰে৷ ঘৰত পৰুৱাৰ উৎপাত আমাৰ সকলোৰে এটা ডাঙৰ সমস্যা৷ ঘৰৰ...

বৰফে কিদৰে ছালখনৰযতনত সহায় কৰে?

যেতিয়াই ছালৰ যত্নৰ কথা আহে, তেতিয়া সকলোৱে কেৱল মুখৰ মসৃণতা তথা উজ্জ্বলতাৰ কথাহে ভাবিবলৈ লয়৷ সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ বিকিৰণ, বায়ু প্ৰদূষণ, অস্বাস্থ্যকৰ...

শৰীৰত জমা হোৱা ময়লাআঁতৰাবলৈ ঘৰুৱাভাৱে এই টিপছ

প্ৰায়ভাগ মানুহে মুখৰ সৌন্দৰ্য বঢ়াবলৈ নানা উপায় অৱলম্বন কৰে, কিন্তু শৰীৰৰ আন অংগসমূহ ফালে মনোযোগ দিয়াত অৱহেলা কৰে৷ যাৰ কাৰণে ক্ৰমান্বয়ে ছালখনত...

অকাৰণত এডালো চুলি নসৰিবলৈএলোভেৰাৰ সৈতে এইবিধ লগাওক

চুলিৰ যত্নত এলোভেৰা জেলে খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ চুলি সৰা বন্ধ কৰা, স্কাল্পৰ আৰ্দ্ৰতা ধৰি ৰখাত এলোভেৰা...

বাথৰূম, দমকলৰ পানীৰ হালধীয়াদাগ গুচাবলৈ এই পদ্ধতি লওক

বাথৰূমৰ ৱাল বা মজিয়া তথা আমি পানী খোৱা দমকলটোৰ চাৰিওফালে পানী পৰি পৰি পানীৰ হালধীয়া দাগ বহে৷ পানীৰ এনেদৰে হোৱা হালধীয়া দাগবোৰ...

বিবাহিত জীৱনত সুখীথাকিবলৈ এইবোৰ সহজ উপায়

সকলো ল’ৰা-ছোৱালীৰে জীৱনক লৈ এটা সপোন থাকে৷ পঢ়া-শুনা কৰি ডাঙৰ মানুহ হোৱাৰ, পৰৱৰ্তী সময়ত বিয়া-বাৰু কৰাই এখন সুখী-সুন্দৰ ঘৰৰ গৰাকী হৈ জীৱনটো...

মুখৰ বলিৰেখাৰ সমস্যাৰ বাবেঘৰুৱাভাৱে এলোভেৰাৰ নাইট ক্ৰিম

বয়স বঢ়াৰ লগে লগে চুলি পকিবলৈ ধৰে, মুখত বাৰ্ধক্যৰ চিন ফুটি উঠে৷ কিন্তু বয়সৰ আগতে যদি মুখত বাৰ্ধক্যৰ চাপ পৰে, তেনেহ’লে ব্যৱস্থা...

মিক্সিত ভুলতোএইবোৰ খাদ্য নিপিচিব

পাকঘৰৰ এটা অন্যতম গুৰুত্বপূৰ্ণ সামগ্ৰী হ’ল মিক্সি বা মিক্সাৰ গ্ৰাইণ্ডাৰ৷ এইবিধ সামগ্ৰী অবিহনে আজিৰ চাম ৰান্ধনীয়ে ৰন্ধন কাৰ্যৰ কথা ভাবিব নোৱাৰে৷ যিদিনাৰ...

শুষ্ক, ৰ’দে পোৰা হাতৰ যত্ন ল’বলৈঘৰুৱাভাৱে প্ৰস্তুত কৰক এই ৫ স্ক্ৰাব

দিনটোৰ কাম-কাজ সামৰি ঘৰ সোমাওঁতে ভাগৰ-ক্নান্তি যিমানে লাগক কিয়, মুখৰ যত্ন লোৱাৰ ক্ষেত্ৰত অলপো কাৰ্পণ্য নকৰে, বিশেষকৈ মহিলাসকলে৷ মুখত লগা ধূলি বালি...

নিয়মিত এই পানীয় খালেব্লেকহেডছৰ সমস্যা দূৰ হয়

বহুতৰে ব্লেকহেডছৰ সমস্যা থাকে৷ ব্লেকহেডছৰ সমস্যাটোৱে মানুহজনক দেখিবলৈ অশুৱনি কৰে৷ সেয়েহে এই সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি সপ্তাহৰ মূ্‌ৰ মূৰে পাৰ্লাৰলৈ ঢাপলি...

Most Read

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট

অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...