[rev_slider alias=”ad-slider-1″]
ভিটামিন-ই কেপছুলৰ আছেযৌৱন ধৰি ৰখাৰ মন্ত্ৰ
Health Plus - 0
সুন্দৰ হ’বলৈ কোনেনো হাবিয়াস নকৰে৷ সেয়ে সুন্দৰ, দেখনিয়াৰ হ’বলৈ বিশেষকৈ মুখৰ সৌন্দৰ্যতা বঢ়াবলৈ বিভিন্ন নামী-দামী প্ৰডাক্ট, ক্ৰিম আদি ব্যৱহাৰ কৰে৷ এইদৰে বহু...
কয়েল অবিহনে ঘৰৰ পৰামহ খেদাৰ দুৰ্দান্ত উপায়
Health Plus - 0
সাধাৰণতে গৰমৰ দিনতকৈ শীতকালতকৈ মহৰ উৎপাত বেছি দেখা যায় যদিও আজিকালি প্ৰায়ভাগ সময়তো মহৰ উপদ্ৰৱ দেখিবলৈ পোৱা যায়৷ মহৰ উপদ্ৰৱৰ পৰা ৰক্ষা...
শৰীৰৰ ওজন হ্ৰাসৰ লগতেচকুৰ বাবে উপকাৰী গাজৰ
Health Plus - 0
শীতকালত পাচলিবোৰৰ ভিতৰত অন্যতম জনপ্ৰিয় তথা প্ৰিয় হ’ল গাজৰ৷ সাধাৰণতে গাজৰ চালাড, ভাজি বা চৰকাৰী আদি বিভিন্ন ধৰণে খোৱা হয়৷ আনহাতে গাজৰৰ...
নাভীত লগাওক এইবিধ তেলচিৰদিন চছ্মাক দিয়ক বাই বাই
Health Plus - 0
চকুযুৰি হৈছে আমাৰ অবিচ্ছেদ্য অংগ৷ যাৰ জৰিয়তে আমি প্ৰকৃতিৰ ৰূপ, সৌন্দৰ্য উপভোগ কৰিব পাৰে৷ ভগৱান দান চকুযুৰিৰ দ্বাৰা আমি ওচৰ নাইবা দূৰৰ...
ছাল আৰু চুলিৰ পৰা পেটৰ সমস্যালৈকে…বটৰ গুণ জানিলে আপুনি অবাক হ’ব
Health Plus - 0
.প্ৰকৃতিৰ বুকুত এনে বহুতো গছ-গছনি আছে, যি খুবেই গুৰুত্বপূৰ্ণ৷ ইয়াৰ ভিতৰত কিছুমান গছক মানুহে দেৱতা জ্ঞান কৰি পূজা-অৰ্চনা কৰাও দেখা যায়৷ এইসমূহ...
নহৰুৱে চুলি গজাতকিদৰে সহায় কৰে?
Health Plus - 0
চুলিৰ স্বাস্থ্য ভালে ৰাখিবলৈ নহৰু এটা অপৰিচিত নাম৷ সাম্প্ৰতিক কালত এক গৱেষণাত যি তথ্য পোৱা গৈছে, তাত উল্লেখ আছে যে জৈৱ গুণসম্পন্ন...
ঘৰত পৰুৱাৰ উৎপাত নিয়ন্ত্ৰণৰ বাবে কি কৰিব ?
Health Plus - 0
সাধাৰণতে খৰালিতকৈ বাৰিষা কাল আমাৰ সকলোৰে ঘৰত পৰুৱাৰ সংখ্যা বাঢ়ি উৎপাতৰ সৃষ্টি কৰে৷ ঘৰত পৰুৱাৰ উৎপাত আমাৰ সকলোৰে এটা ডাঙৰ সমস্যা৷ ঘৰৰ...
আনৰ মেকআপ কিট শ্বেয়াৰ কৰিলেহ’ব পাৰে ছালৰ এই সমস্যা
Health Plus - 0
কোনো অনুষ্ঠানেই হওক বা উৎসৱ-পাৰ্বণ, বিয়া-বাৰু আদিত যেতিয়া মেকআপৰ কথা আহে, তেতিয়া মহিলাসকলৰ মাজত ইয়াক লৈ প্ৰতিযোগিতা আৰম্ভ হয়– মেকআপ কৰি কোনে...
শৰীৰৰ ওজন কমাবলৈকেঁচা জলকীয়া কাৰ্যকৰী
Health Plus - 0
বৰ্তমান প্ৰায়ভাগ লোকৰে মেদবহুলতাৰ সমস্যাই ভয়াৱহভাৱে দেখা দিছে৷ ইয়াৰ ফলত শৰীৰৰ একাধিক ৰোগৰ সৃষ্টি হ’ব পাৰে৷ প্ৰধানতঃ খাদ্যাভ্যাস, ফাষ্টফুডৰ প্ৰতি আকৰ্ষণ, শাৰীৰিক...
কাঠৰ সামগ্ৰীৰ পৰা ভেঁকুৰআঁতৰাবলৈ কি কৰিব?
Health Plus - 0
আজিকালি পাকঘৰত ষ্টিলৰ বাচন-বৰ্তনৰ লগতে কাঠৰ বাচন-বৰ্তন তথা অন্যান্য সামগ্ৰীও ব্যৱহাৰ কৰা হয়৷ অৱশ্যে কাঠৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পাছত ইয়াৰ চাফ-চিকুণতাৰ ওপৰত...
নিতৌ খালী ভৰিৰে ২০ মিনিট খোজ কাঢ়ক : ফলাফল নিশ্চিত
Health Plus - 0
খালী ভৰিৰে খোজ কঢ়াটো স্বাস্থ্যৰ পক্ষে উপকাৰী বুলি আগৰ দিনৰ বয়সস্ক লোকসকলে কোৱা প্ৰায়ে শুনিবলৈ পোৱা গৈছিল৷ কিন্তু আজিৰ জীৱনশৈলীত মানুহে খালী...
জীৱন-যুদ্ধত হাৰি নাযাবলৈএইবোৰ কথালৈ মন দিয়ক
Health Plus - 0
আপোনাৰ জীৱনত যিমানেই জটিল তথা ডাঙৰ সমস্যাই নাহক কিয়, কিছুমান বিষয়ত ধ্যান দিলে জীৱন-যুঁজত পৰাজিত হোৱাৰ ভয় নাথাকে৷ আনহাতে বিভিন্ন লেখাত লেখকে...
Most Read
ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক
মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...
নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট
অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...
এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়
সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...
পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?
পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...