Home Beauty Plus

Beauty Plus

[rev_slider alias=”ad-slider-1″]

ৰাস্তাৰ কাষৰ গছবোৰতবগা ৰং দিয়াৰ ৰহস্য জানেনে?

দৈনন্দিন জীৱনত আমি এনে কিছু প্ৰত্যক্ষ কৰোঁ বা দেখো, যিবোৰ দেখি আমি আচৰিত তথা অবাক হৈ পৰে৷ যদিও এইধৰণৰ বস্তুবোৰ দেখিলে মনত...

৫০-তো দেখিব ২০ বছৰীয়া!মাশ্বৰূমত লুকাই আছে অমৰত্বৰ বীজ

মাশ্বৰূম বা কাঠফুলা এক প্ৰাচীন কালৰ পৰা ব্যৱহৃত পাচলি৷ খুব কম পাচলিতহে এনেধৰণৰ সোৱাদ তথা স্বাস্থ্যগুণ থাকে, যি মাশ্বৰূমত পোৱা যায়৷ গৱেষকে...

অধ্যয়ন : দৈনিক ২৫ মিটাৰ দৌৰে হ্ৰাস কৰে মৃত্যুৰ আশংকা

মানুহে নিজৰ আয়ুস বৃদ্ধি কৰিবলৈ হ’লে নিয়মীয়াকৈ দৌৰিব লাগে৷ এই কথা প্ৰকাশ পাইছে টাইৱানৰ গৱেষকসকলে কৰা এটা অধ্যয়নৰ পৰা৷ টাইৱানৰ গৱেষকৰ দল...

প্ৰতিদিনে নেমু খালেশৰীৰৰ কি ঘটিব পাৰে

সুস্বাদু, ৰসাল তথা ভিটামিন-চিসমৃদ্ধ নেমুক ছুপাৰ ফুড হিচাপে বিবেচনা কৰা হয়, যি বিভিন্ন ধৰণে শৰীৰৰ উপকাৰ সাধন কৰে৷ এই চাইট্ৰিক ফলবিধ বিশ্বৰ...

পালেং শাকে দেহক সতেজকৰি ৰখাত সহায় কৰে

সেউজীয়া শাক-পাচলিৰ নাম ল’লেই সকলোৰে আগত স্থান পায় পালেং শাকে৷ পালেং শাকৰ বিভিন্ন সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰা হয়৷ পালেং শাকত প্ৰচুৰ মাত্ৰাত...

ঘৰুৱা উপায়েৰে উফিনিবাৰণৰ বাবে কি ব্যৱস্থা ল’ব?

শীতকালত ছালৰ যিদৰে বিভিন্ন সমস্যাই দেখা দিয়ে, একেদৰে চুলিৰো ভিন্ন সমস্যাৰ সৃষ্টি হয়৷ এই সময়ছোৱাত চুলি খুব ৰুক্ষ তথা শুষ্ক হয়৷ বায়ুত...

এই তিনি খাদ্য বাদ নিদিলেকম বয়সতে বুঢ়া দেখিব

ছালখন ভালে ৰাখিবলৈ সকলোতকৈ আগতে কি কৰা প্ৰয়োজন জানেনে? আটাইতকৈ প্ৰয়োজনীয়টোৱে হ’ল নিজৰ প্ৰতি যত্নশীল হোৱা৷ ইয়াৰ বাবে নিজৰ জীৱন যাপনৰ দিশত...

কেতিয়াবা ভাবিছেনে প্লাষ্টিকৰ টুলৰমাজ অংশত কিয় এটা ফুটা থাকে?

আজিকালি প্ৰতিখন ঘৰতে সাজসজ্জাৰ সামগ্ৰী হিচাপে প্লাষ্টিকৰ চেয়াৰ, টেবিল, টুল আদি সামগ্ৰীবোৰে বহুলভাৱে ব্যৱহাৰ হয়৷ এইবোৰ সামগ্ৰীয়ে ঘৰখনৰ সৌন্দৰ্য বৃদ্ধিতো অৰিহণা যোগায়৷...

জীৱনত জটিল পৰিস্থিতি এৰাইচলিবলৈ এইবোৰ কথা মনত ৰাখক

মানুহে বিভিন্ন সমস্যাৰ মাজেৰে জীৱন অতিবাহিত কৰে৷ মানৱ জীৱনত ঘাত-প্ৰতিঘাত, উত্থান-পতন, অভাৱ-অভিযোগ, সমস্যাবোৰ মাজেৰে জীৱন নিয়ায়৷ সুখ-দুখ, হাঁহি-কান্দোন মানৱ জীীৱনৰ চিৰলগৰী৷ এইবোৰৰ...

মনটো প্ৰফুল্লিত, ভালেৰাখিবলৈ এইবোৰ সহজ উপায়

হঠতে কোনো বাজে কথা বা বেয়া খবৰ শুনি টোপনিৰ পৰা জাগি উঠা, অত্যধিক কামৰ বোজা অথবা গোটেইদিন যিকোনো ঘটনাৰ বাবে বিব্ৰতবোধ হোৱা,...

গা ধুবলৈ সময়ৰ অভাৱঘৰতে প্ৰস্তুত কৰক ড্ৰাই ছেম্পু

আজিৰ ব্যস্ততাময় জীৱনত সকলোৱে ৰুটিন মাফিক নিয়মত চলে৷ অৰ্থাৎ ঘড়ী আগতে দৌৰিলেহে দৈনিক কামবোৰ সিজে, নহ’লে, অন্যথা নানা পয়মাল হয়৷ কৰ্মব্যস্ত জীৱন-যাত্ৰা...

এই তিনি খাদ্য বাদ নিদিলেকম বয়সতে বুঢ়া দেখিব

ছালখন ভালে ৰাখিবলৈ সকলোতকৈ আগতে কি কৰা প্ৰয়োজন জানেনে? আটাইতকৈ প্ৰয়োজনীয়টোৱে হ’ল নিজৰ প্ৰতি যত্নশীল হোৱা৷ ইয়াৰ বাবে নিজৰ জীৱন যাপনৰ দিশত...

Most Read

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট

অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...