Home Beauty Plus

Beauty Plus

[rev_slider alias=”ad-slider-1″]

পাতিনেমুৰে এই বস্তুটো জ্বলাওক মহৰ অস্তিত্ব বিচাৰি নাপাব

গৰম দিনকেইটাত সন্ধিয়া গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বাৰাণ্ডা বা চোতালত কিছুমানে বহে যদিও অত্যধিক মহ পৰাৰ বাবে সাংঘাতিক অস্বস্তিবোধ কৰে৷ শেষত সেই...

দেখিবলৈ অতিকে সুন্দৰ এইফুল যেন সৰ্বৰোগহাৰি

বসন্ত কাল আহিলে লগতে আহে পলাশ৷ পলাশৰ সুন্দৰতাই বসন্ত অহাৰ জাননী দিয়ে৷ এই পলাশ ফুলৰ মাজৰ ৰৈ পখীয়ে সুমধুৰ সংগীত জুৰে৷ প্ৰেমিক-প্ৰেমিকাই...

স্বাস্থ্য সুস্থ ৰাখিবলৈসপ্তাহত এবাৰ কান্দক

মানুহ যেতিয়া সুখত থাকে তেতিয়া মুখত অনৱৰতে হাঁহি বিৰিঙি থাকে৷ হাঁহি থকা মানুহ সদায় সুখী বুলি কোৱা হয়৷ ইয়াৰ লগতে মানুহে সুস্থতাৰ...

বয়সানুযায়ী শৰীৰৰ কিমান ওজনথাকিলে আপুনি ‘পাৰফেক্ট’

শৰীৰৰ আদৰ্শ ওজন কি? কিমান বয়সত শৰীৰৰ ওজন কিমান থকা জৰুৰী৷ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰত বয়স অনুযায়ী কিমান ওজন থকা...

অকল কমলাই নহয়, ইয়াৰবাকলিৰ গুণ জানিলে আচৰিত হ’ব

শীতৰ দিনকেইটাত স্থানীয়ভাৱে উৎপাদন হোৱা লগতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা কমলা টেঙাৰে বজাৰ ভৰি পৰিছে৷ শীতকালি কমলা টেঙা খোৱাটো সকলোৱে পচন্দ...

শীতত গাৰ ছাল শোতোৰানপৰিবলৈ কি কৰিব?

ঠাণ্ডাৰ দিনত গাৰ ছাল শোতোৰা পৰাটো কোনো নতুন কথা নহয়৷ কিন্তু গাৰ ছাল শোতোৰা পৰিলে দেহৰ সৌন্দৰ্যত আঘাত লগাৰ লেখীয়া হয়৷ সাধাৰণতে...

পানীৰ টোপ কিয়গোলাকাৰ হয় জানেনে?

পানীৰ ফোটা বা টোপ গোলাকাৰ হোৱাৰ কাৰণ হৈছে ইয়াৰ পৃষ্ঠটান৷ এই পৃষ্ঠটাননো কি? পৃষ্ঠটান হৈছে তৰল পদাৰ্থৰ এক বিশেষ ধৰ্ম৷ তৰল পদাৰ্থৰ...

মুখৰ সৌন্দৰ্য বৃদ্ধিৰ বাবেশোৱাৰ আগতে এইবোৰ লগাওক

বৰ্তমান কৰ্মব্যস্তৰ যুগত মানুহৰ হাতত সময় খুব কম৷ কাৰোপক্ষে সকলো সময়তে নিয়ম কৰি নিজৰ যতন লোৱা সম্ভৱ নহয়৷ সেয়ে এইদৰে সময় উলিয়াব...

প্ৰচণ্ড শীতকালত পুৱা খোজকঢ়াটো স্বাস্থ্যকৰনে ?

দোকমোকালিতে উঠি খোজ কঢ়াটো স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী, সেই বিষয়ে কাকো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ পুৱা খোজকঢ়াটো আটাইতকৈ শ্ৰেষ্ঠ ব্যায়াম হিচাপে ধৰা...

বেঙেনা খালে পাব এইসাতটা শাৰীৰিক উপকাৰ

কেতিয়াবা বেঙেনা ভাজি, কেতিয়াবা বেঙেনা পোৰা অথবা ৰুটী খোৱাৰ সময়ত তৰকাৰী নহ’লে বেঙেনাকে ভৰসা কৰা হয়৷ এইদৰে বিভিন্ন পদ্ধতিৰে খোৱাৰ বেঙেনাৰ খাদ্য...

গাৰ দুৰ্গন্ধ নোহোৱা কৰিবলৈ কি কৰিব ?

শৰীৰ বা গাৰ পৰা দুৰ্গন্ধ ওলোৱাটোত একো অস্বাভাৱিকতা নাই৷ কিন্তু এই গাৰ গোন্ধ মাত্ৰাধিক হ’লে আনৰ বাবে বিৰক্তি তথা অসহ্যৰ কাৰণ হৈ...

স্মৃতিশক্তি বৃদ্ধিকৰে বাদামে

নিজৰ মগজু তথা স্মৃতিশক্তিক সকলোৱে অধিক শক্তিশালী তথা ক্ষিপ্ৰ কৰিবলৈ বিচাৰে৷ কিন্তু স্মৃতিশক্তি শক্তিশালী কৰি ৰখাত বাদামে যে সহায় কৰে, সেই কথা...

Most Read

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট

অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...