Home Beauty Plus

Beauty Plus

[rev_slider alias=”ad-slider-1″]

নাকেৰে তেজ ওলোৱা বন্ধৰ কেইটামান ঘৰুৱা উপায়

গৰমৰ দিনত শিশুৰ প্ৰায়ে তেজ ওলোৱা দেখা যায়৷ ই তেনেই স্বাভাৱিক কথা৷ ইয়াক লৈ ভয় কৰাৰ কোনো প্ৰয়োজন নাই৷ শৰীৰত অধিক গৰম...

এইবোৰে ইলেক্ট্ৰ’লাইটৰ সমতা বজাই ৰাখিব পাৰে

গৰমত শৰীৰৰ সুস্থ তথা সবল কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো অতি আৱশ্যক৷ অতিৰিক্ত গৰমৰ বাবে শৰীৰৰ পৰা বৃহৎ পৰিমাণৰ পানী ঘাম...

মন বেয়া হ’লে মিঠাই খোৱাৰ প্ৰৱণতা বাঢ়ে কিয় ?

আমাৰ আৱেগৰ সৈতে খোৱাৰ নিবিড় সম্পৰ্ক আছে৷ বিভিন্ন সময়ত নানা কাৰণত মন বেয়া থাকিলে বা অৱসন্নবোধে নিৰ্দিষ্ট কিছুমান খাদ্য খাবলৈ মন যায়...

আপুনি সাংঘাতিক ভোকত আছে নেকি : তেনেহ’লে এইবোৰ নাখাব

আজিকালি ব্যস্ততাপূৰ্ণ জীৱনত প্ৰায়ভাগ লোকৰে পুৱাৰ খাদ্য খাবলৈ সময় নাথাকে৷ এনে ক্ষেত্ৰত দুপৰীয়াৰ সময়ত যেতিয়া অত্যধিক ভোক লাগে, তেতিয়া তেওঁলোকে এনেকুৱা কিছুমান...

মাছ খোৱাৰ অভ্যাসে ষ্ট্ৰ’কৰ পৰা বচাব পাৰে

মাছ আমিষভোজী লোকৰ বাবে এবিধ প্ৰিয় খাদ্য৷ অতি সহজে পোৱা মাছৰ পৰা সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰা হয়৷ মাছ স্বাস্থ্য বাবে উপকাৰী৷ মাছত...

ভাল টোপনি বিচাৰে নেকি ? তেন্তে এইবোৰ খাওক

সু-স্বাস্থ্যৰ বাবে ভাল টোপনি অহাটো খুবেই প্ৰয়োজন৷ ভাল টোপনিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি বিভিন্ন ৰোগৰ লগত মোকাবিলা কৰিবৰ বাবে আপোনাৰ শৰীৰটোক...

যৌন মিলনৰ আগতে কি কি কৰা উচিত নহয়

যৌন মিলনৰ সময়খিনি পৃথিৱীৰ আটাইতকৈ সুখৰ সময় বুলি বিবেচনা কৰা হয়৷ এই বিশেষ সময়খিনিত আপুনি সংগীৰ পৰা একান্তই একাগ্ৰতা তথা সহযোগিতা...

সাৱধান : ঠাণ্ডা চাহ পুনৰ গৰম কৰি নাখাব

সমগ্ৰ বিশ্বতে চাহৰ যথেষ্ট সমাদৰ আছে৷ পুৱা শুই উঠিয়েই চাহকাপ নাপালে শৰীৰটোৱে যেন শক্তিয়ে নাপায়৷ অৰ্থাৎ পুৱাৰ চাহকাপে আমাক দিনটোৰ কাৰণে সক্ৰিয়...

হাই প্ৰেছাৰত ধন্বন্তৰি : খাওক এই ছুপাৰফুড

হাই ব্লাড প্ৰেছাৰ বা হাইপাৰ টেনশ্যন বা উচ্চ ৰক্তচাপ মূলতঃ লাইফষ্টাইল সংক্ৰান্তীয় অসুখ৷ এই ৰোগত ঔষধৰ লগতে ডায়েট...

সাৱধান : তিয়ঁহৰ সৈতে এইবোৰ কেতিয়াও নাখাব

তিয়ঁহ এবিধ পুষ্টিকৰ খাদ্য৷ ইয়াত যথেষ্ট পানী পোৱা যায় বাবে তিযঁþহ খালে শৰীৰে লাগতিয়াল পানী পায়৷ কিন্তু কিছুমান বস্তুৰ সৈতে তিয়ঁহ খালে...

কেশৰ তিওৱা পানী খাওক : ভাবিব নোৱাৰিব লাভালাভ

পুষ্টিবিদে কোৱা মতে কেশৰৰ বিশেষত্ব হ’ল ইয়াৰ ৰং৷ ৰন্ধনত কেশৰ দিলে ইয়াৰ সোৱাদেই সুকীয়া হয়৷ কেশৰৰ পুষ্টিগুণ জানিলে আপুনি হয়তো আচৰিত হৈ...

ৰোগ নহ’লেও বছৰত এবাৰ এইকেইটা টেষ্ট কৰা প্ৰয়োজন

শৰীৰৰ কোনো ৰোগৰ সংক্ৰমণৰ আগতে ইয়াৰ উপসৰ্গ তথা লক্ষণবোৰৰ পৰাই বুজা যায়৷ অৱশ্যে সকলো ৰোগৰ ক্ষেত্ৰতে এইটো সম্ভৱ নহয়৷ বিভিন্ন সময়ত শৰীৰত...

Most Read

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট

অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...