[rev_slider alias=”ad-slider-1″]
কামৰ মাজতেই টোপনি মৰাটো স্বাস্থ্য উপকাৰী
Health Plus - 0
কাম কৰি থকাৰ মাজে মাজে বা দিনৰ ভাগত সময়-সুবিধা পালে অলপ সময়ৰ বাবে হ’লেও টোপনি মৰাটো শৰীৰ তথা মনৰ স্বাস্থ্যৰ বাবে উপকাৰী...
মমেৰে কৰক গোৰোহা ফটা সমস্যাৰ সমাধান
Health Plus - 0
বৰ্তমানো শীতৰ সময় আছেই ৷ এই সময়ত জ্বৰ, কাহ, চৰ্দি আদি বিভিন্ন ভাইৰেলজনিত ৰোগ হোৱাৰ লগতে ছালৰো বিভিন্ন সমস্যাই দেখা দিয়ে ৷...
দাঁতৰ লগতে দৈনিক জিভাখনো চাফা কৰক
Health Plus - 0
দাঁতৰ লগতে জিভাখন দৈনিক চাফা কৰাটো আমাৰ বাবে খুবেই দৰকাৰী৷ কিয়নো আমাৰ শৰীৰৰ বাবে লাগতিয়াল খাদ্যবস্তু আমি মুখেৰে গ্ৰহণ কৰোঁ, যাৰ বাবে...
মানিমুনি শাকৰ স্বাস্থ্য উপকাৰিতা জানো আহক
Health Plus - 0
মানিমুনি এবিধ লতাজাতীয় উদ্ভিদ৷ ইয়াক শাকৰ ‘ৰজা’ বুলি কোৱা হয়৷ সেউজ বৰণৰ পাতৰ আকৃতি ঘূৰণীয়া বিচনীৰ আকৃতিৰ৷ সাধাৰণতে মানিমুনি জেকা ঠাইত হয়৷...
তেজপাতৰ ইমান গুণ আছেনে ? আপুনিও জানি থওক
Health Plus - 0
তেজপাত– যাক সাধাৰণতে ৰন্ধন প্ৰণালীত মছলা হিচাপে ব্যহৱাৰ কৰা হয়৷ ৰন্ধন প্ৰকৰণত অকল স্বাদ অথবা গোন্ধৰ বাবেই তেজপাত ব্যৱহাৰ কৰা নহয়৷ তেজপাতক...
ভজা-পোৰা খোৱাৰ পাছত এইবোৰ খাওক
Health Plus - 0
আমি প্ৰায় সকলোৱে ভজা-পোৰা খাদ্য পচন্দ কৰোঁ৷ প্ৰায়ভাগৰে ভাতৰ পাতত বহি মৰমৰিয়া ভজা এখন নহ’লে যেন খোৱা আধৰুৱা হয়৷ ফ্ৰেন্স ফ্ৰাই খাই...
বয়স অনুযায়ী কিমান সময় শোৱা উচিত
Health Plus - 0
এজন ব্যক্তিৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ পৰ্যাপ্ত মাত্ৰাত টোপনিৰ প্ৰয়োজন৷ নিশাৰ ভাল টোপনিয়ে আপোনাক গোটেই দিনটোৱে এনাৰ্জেটিক কৰি ৰখাৰ লগতে...
শাৰীৰিক তথা মানসিক উদ্বেগ দূৰ কৰিবলৈ তাডাসন কৰক
Health Plus - 0
ঘৰ আৰু বাহিৰৰ কাম চম্ভালিবলৈ একো উৱাদিহ নোপোৱা হৈছে৷ কাম বোজাই থানথিন নোহোৱা কৰিছে৷ কাম ব্যস্ততাৰ পাছতো যিকণ সময় ওলায়, সেইকণ বিভিন্ন...
জ্বলোৱা তেজপাতৰ গোন্ধ ল’লে সমাধান হয় এইসমূহ সমস্যা
Health Plus - 0
বিভিন্ন ব্যঞ্জনত তেজপাত ব্যৱহাৰ কৰা হয়৷ খাদ্যৰ সুগন্ধি বৃদ্ধিত তেজপাতৰ ভূমিকা অতুলনীয়৷ কিন্তু এবাৰ খাদ্য তৈয়াৰ হোৱাৰ পাছত তেজপাত খাদ্যৰ পৰা বাহিৰ...
ৰাতি সোনকালে শুলে এইবোৰ হয় শাৰীৰিক লাভ
Health Plus - 0
বেঞ্জামিন ফ্ৰেংকলিনৰ এষাৰ কথাই আছে– Early to bed, early to rise, makes a man healthy, wealthy and wise.৷ অৰ্থাৎ ৰাতি সোনকালে শোৱা...
মেগনেচিয়ামৰ নাটনিৰ এইবোৰ প্ৰাথমিক লক্ষণ
Health Plus - 0
মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ, ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা তথা হাড়ৰ স্বাস্থ্য ভালে ৰাখিবলৈ মেগনেচিয়ামৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ বিশেষকৈ মহিলাসকলৰ প্ৰিমেনষ্ট্ৰুয়াল...
ওটছৰ স্বাস্থ্য উপকাৰী গুণাগুণসমূহ জানো আহক
Health Plus - 0
সুষম আহাৰ গ্ৰহণেৰে দিনটো আৰম্ভণি কৰিলে গোটেই দিনটো শৰীৰৰ শক্তি অটুট থাকে৷ তেনে এবিধ সুষম আহাৰ হৈছে ওটছ৷ খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে...
Most Read
প্ৰস্ৰাৱৰ তীব্ৰ দুৰ্গন্ধই দিয়ে কিডনীৰ সমস্যাৰ নিৰ্দেশ
প্ৰস্ৰাৱৰ দুৰ্গন্ধৰ কাৰণ কি হ’ব পাৰে৷ প্ৰস্ৰাৱ হ’ল এক বৰ্জ্য পদাৰ্থ, যি শৰীৰৰ পৰা বাহিৰ হয়৷ সেয়ে ইয়াৰ পৰা সামান্য পৰিমাণ গোন্ধ...
এইবোৰ অভ্যাসে হেপ্পী হৰমনৰ নিঃসৰণত বাধা দিয়ে
হেপ্পী হৰমনৰ নিঃসৰণ কমিলে বা উৎপাদনৰ প্ৰভাৱ পৰিলে মন-মেজাজ অস্বস্তিকৰ, বেয়া হৈ থাকিব পাৰে৷ দৈনন্দিন কোনবোৰ অভ্যাসে এই কাম কৰিব পাৰে৷ ধৰক...
শৰীৰত কলেষ্টৰেল বঢ়াৰ এইবোৰ প্ৰাথমিক লক্ষণ
তেজত কলেষ্টৰেলৰ মাত্ৰা বাঢ়ি গ’লে ধমনীত ব্লকেজৰ সৃষ্টি হয়৷ যাৰ ফলত তেজ হাৰ্টলৈ সৰবৰাহৰ ক্ষেত্ৰত যথেষ্ট সমস্যাই দেখা দিব পাৰে৷ ফলস্বৰূপে হাৰ্টৰ...
৪০ৰ পাছত কিছুমান ব্যায়াম নকৰিব তেনেহ’লে কিহত গুৰুত্ব দিব?
আমাৰ বয়স বঢ়াৰ লগে লগে শৰীৰৰ অংগবোৰৰো কাৰ্যক্ষমতা তথা শক্তি কমি আহিবলৈ ধৰে৷ তেনে অৱস্থাত শৰাীৰে সকলো সহ্য কৰাত অসমৰ্থ হয়৷ বিশেষকৈ...