[rev_slider alias=”ad-slider-1″]
বেছিদিন চেনি নাখালে শৰীৰৰ কি পৰিৱৰ্তন হ’ব পাৰে
Health Plus - 0
চেনি খোৱা আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয়৷ চাহ, কফি, জুচ, চকলেট, মিঠাই আদি সকলোতে চেনি থাকে৷ ইয়াৰ লগতে খোৱা খাদ্যত চেনি ব্যৱহাৰ অপৰিহাৰ্য৷...
শুকান ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায়
Health Plus - 0
আপুনি শুকান ছালৰ গৰাকী নেকি? ছাল উপযুক্ত যতন নহ’লে ছালখন শুকান আৰু ৰুক্ষ হৈ পৰে৷ ইয়াৰ ফলত ছাল ফাটি তাত বগা দাগ...
জানেনে কোন প্ৰজাতিৰ কুকুৰ আটাইতকৈ বুধিয়ক
Health Plus - 0
কুকুৰক প্ৰভিভক্ত বুলি কোৱা হয়৷ গৰাকীক ৰখীয়া হিচাপে কাম কৰাত কুকুৰ সিদ্ধহস্ত৷ আনহাতে সৈন্য বাহিনীৰ কুকুৰক প্ৰশিক্ষণ প্ৰদান কৰি অপৰাধী চিনাক্ত কৰাৰ...
ৰোগৰ পৰা মুক্তি পাবলৈ চাহত দিয়ক এচিকুট নিমখ
Health Plus - 0
প্ৰায়ভাগ মানুহৰে দৈনন্দিন ৰুটিনত চাহ অবিচ্ছেদ্য অংশ৷ বিছনাৰ পৰা শুই উঠি দাঁত ব্ৰাছ কৰিয়েই কণ্ঠ নিতিতালৈকে চাহত চুমুক নিদিলে যেন দিনটোৰ একো...
ডিঙিৰ ‘ডবল চিন’ নোহোৱা কৰিবলৈ এই ব্যায়াম কৰক
Health Plus - 0
বহুতেই ফটো উঠি ভাল পায়৷ কিন্তু এই ক্ষেত্ৰত সমস্যা হিচাপে দেখা দিয়ে ডিঙিৰ ডবল চিন অৰ্থাৎ ডিঙিত জমা হোৱা চৰ্বি৷ ডিঙিত জমা...
কলৰ তিনিটা বিশেষ উপকাৰিতা জানো আহক
Health Plus - 0
আপুনি কল খাই ভাল পায় নেকি? তেন্তে আজি আপুনি নিশ্চয় লেখাটো পঢ়ি ভাল পাব৷ কলক ফলৰ ৰজা বুলি কোৱা হয়৷ ই এনেকুৱা...
বাথৰূমৰ ষ্টিলৰ পাইপৰ দাগ কিদৰে গুচাব ?
Health Plus - 0
বাথৰূমটো নতুনকৈ সাজিছেহে৷ ভিতৰৰ চাৰিওফালৰ ৱাল কাৰুকাৰ্যখচিত মাৰ্বল পাথৰৰ টাইলছ লগোৱা, ৱালত প্ৰকৃতিৰ ছবি৷ তাৰ ওপৰত দেখনিয়াৰকৈ সজাইছে চাবোন, ছেম্পুৰ বটল থ’ব...
কোন ভিটামিনৰ অভাৱত মানুহ ‘বুঢ়া’ হয়
Health Plus - 0
কম বয়সতে দেহত বাৰ্ধক্যৰ লক্ষণে দেখা দিছে৷ সাৱধান হোৱা দৰকাৰ৷ এইবিধ ভিটামিনৰ অভাৱত শৰীৰত এই অস্বাভাৱিক প্ৰক্ৰিয়া আহিব পাৰে৷ আমি জনা উচিত...
হাড় মজবুত কৰি ৰাখিবলৈ এইবোৰ খাওক
Health Plus - 0
এটা বয়সত আমাৰ সকলোৰে গাঁঠিৰ বিষ, হাড়ৰ বিষ আদিয়ে যিকোনো সময়তে দেখা দিয়া আৰম্ভ কৰে৷ অষ্টিঅ’পৰোছিছ এনে এটা সমস্যা, য’ত আমাৰ হাড়বোৰ...
কুকুৰে কামুৰিলে এইবোৰ নাখাব
Health Plus - 0
কুকুৰে কামুৰিলে আমাৰ বহুতেই ভয় খাই মানসিকভাৱে ভাঙি পৰে৷ আনহাতে কুকুৰে কামোৰাৰ পাছত আমি কি খোৱা উচিত বা অনুচিত সেই সম্পৰ্কে স্পষ্ট...
শৰীৰ-মন সুস্থ ৰাখিবলৈ গা ধোৱা পানীত এই মিহলাওক
Health Plus - 0
গা ধোৱাৰ প্ৰয়োজন কি কেৱল পৰিচ্ছন্ন থকাৰ বাবে নহয়৷ বৰং গা ধোৱাৰ সৈতে ক্লান্তি দূৰ কৰা, শৰীৰৰ সঠিক তাপমাত্ৰা বজাই ৰখা তথা...
তেজ পৰিষ্কাৰ কৰিবলৈ এইবোৰ খাওক
Health Plus - 0
শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দেহত সঠিকভাৱে ৰক্ত সঞ্চালন হোৱাটো অতি প্ৰয়োজনীয়৷ সমান্তৰালকৈ শৰীৰ ৰোগমুক্ত কৰি ৰাখিবলৈ তেজ পৰিষ্কাৰ হোৱাটোও জৰুৰী৷ তেজ পৰিষ্কাৰ...
Most Read
ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক
মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...
নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট
অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...
এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়
সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...
পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?
পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...