Home Beauty Plus

Beauty Plus

[rev_slider alias=”ad-slider-1″]

কম বয়সতে হাতৰ ছাল শোতৰিছে : লওক এই ব্যৱস্থা

আমি মুখৰ ছালখন ভালে ৰাখিবলৈ অশেষ যত্ন কৰোঁ৷ বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী, স্ত্ৰাবিং কৰা, উন্নত ব্ৰেণ্ডৰ ক্ৰিম লগোৱা আদি নানা পৰিচৰ্যা কৰোঁ৷...

ব্লেক ৱাটাৰৰ জনপ্ৰিয়তা তথা গুণাগুণ জানেনে?

পানীয়েই জীৱৰ প্ৰাণ বুলি কোৱা হয়৷ পানী অবিহনে কোনেও জীয়াই থাকিব নোৱাৰে৷ এজন সুস্থ মানুহে দিনটোৰ ভিতৰত কমেও আঢ়ৌ- তিনি লিটাৰ পানী...

হাতৰ এইবোৰ অংশত থাকে বিভিন্ন ৰোগৰ সমাধান

চিকিৎসা বিজ্ঞানৰ বিভিন্ন ধৰণৰ পদ্ধতিৰ ভিতৰত আকুপানচাৰ অন্যতম৷ আকুপানচাৰত শৰীৰৰ বিভিন্ন অংশৰ কিছুমান গুৰুত্বপূৰ্ণ বিন্দুত হেঁচা প্ৰয়োগ কৰি চিকিৎসা প্ৰদান কৰা...

বদহজম নিৰাময়ৰ এইসমূহ ঘৰুৱা উপায়

আজিকালি সকলো লোকৰে বদহজম হোৱা দেখা পাওঁ৷ কৰ্মময় ব্যস্ত জীৱনত আমাৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট তাৰতম্যই দেখা দিয়ে৷ অনিয়মিত খাদ্য তালিকাৰ বাবে...

এইবোৰ কাৰণত শুক্ৰাণুৰ সংখ্যা কমি যাব পাৰে

মেছুৰিটাছ জাৰ্নালত প্ৰকাশিত গৱেষণা পত্ৰত কোৱা হৈছে যে বয়স বঢ়াৰ লগে লগে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা আৰু গুণগত মান কমি যাব পাৰে৷ বিশেষজ্ঞৰ...

ইফটাৰৰ সময়ত কোনবিধ চাহ খোৱাটো উপকাৰী

ৰমজান মাহৰ ইফটাৰৰ পাছত আপোনাৰ একাপ সতেজ চাহ খাবলৈ মন যায় নেকি? কাৰো কাৰো ইফটাৰৰ পাছত একাপ চাহ খালেহে যেন পৰম প্ৰশান্তি...

নহৰুৱে চুলিৰ স্বাস্থ্য কেনেদৰে সহায় কৰে

চুলিৰ স্বাস্থ্য ভালে ৰাখিবলৈ নহৰু এটা অপৰিচিত নাম৷ সাম্প্ৰতিক কালত এক গৱেষণাত যি তথ্য পোৱা গৈছে, তাত উল্লেখ আছে যে জৈৱ...

ইফটাৰৰ কাৰণে কোনবিধ পানীয় বেছ উপকাৰী

পৱিত্ৰ ৰমজান মাহত ৰোজা পালনৰ ইফটাৰৰ আৰম্ভ হয় চৰবত, ডাবৰ পানী. ফলৰ ৰস আদি বিভিন্ন ৰকমৰ পানীয়ৰে৷ কিছুমানে সাধাৰণ পানীও গ্ৰহণ কৰে৷...

এইবোৰ লক্ষণ দেখিলে আজিয়েই ব্লাড ছুগাৰ পৰীক্ষা কৰাওক

বৰ্তমান বিশ্বত ভয়াৱহভাৱে ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ প্ৰত্যেকদিনে অগণন লোক এই ৰোগৰ চিকাৰ হৈছে৷ ভয়ংকৰ ব্যাধিৰূপে দেখা দিছে৷ এইবিধ...

পেচাব জ্বলা-পোৰা সমস্যাৰ পৰা কিদৰে পৰিত্ৰাণ পাব?

গৰমৰ দিনত প্ৰায়ভাগ লোকৰে হোৱা এটা অসুবিধা হ’ল পেচাব জ্বলা-পোৰা কৰা৷ অত্যধিক গৰমৰ ফলত ৰ’দত ঘূৰি ফুৰা কাম কৰিলে সাধাৰণতে পেচাব...

টেবলেটৰ সোঁমাজতে এটা দাগ থকাৰ অৰ্থ আপুনি জানেনে ?

জ্বৰ, কাহ, মূৰৰ বিষ আদি বিভিন্ন ধৰণৰ অসুখৰ টেবলেটত একেবাৰে সোঁমাজতে এটা দীঘলকৈ দাগ দিয়া থাকে৷ সেই কথা হয়তো সকলোৱে লক্ষ্য কৰিছে৷...

আপুনি জানেনে? মহানগৰৰ মাছ-মাংস কিমান স্বাস্থ্যসন্মত?

মহানগৰত মাছ-মাংসৰ ব্যৱসায় কৰা অধিকাংশ ব্যৱসায়ীয়েই অজ্ঞ৷ স্বাস্থ্যসন্মতভাৱে মাছ-মাংস বিক্ৰী কৰাৰ ক্ষেত্ৰত ইও একপ্ৰকাৰ সমস্যা হৈ পৰিছে৷ গুৱাহাটী মহানগৰত প্ৰতিদিনে বিক্ৰী...

Most Read

শৰীৰত কলেষ্টৰেল বঢ়াৰ এইবোৰ প্ৰাথমিক লক্ষণ

তেজত কলেষ্টৰেলৰ মাত্ৰা বাঢ়ি গ’লে ধমনীত ব্লকেজৰ সৃষ্টি হয়৷ যাৰ ফলত তেজ হাৰ্টলৈ সৰবৰাহৰ ক্ষেত্ৰত যথেষ্ট সমস্যাই দেখা দিব পাৰে৷ ফলস্বৰূপে হাৰ্টৰ...

৪০ৰ পাছত কিছুমান ব্যায়াম নকৰিব তেনেহ’লে কিহত গুৰুত্ব দিব?

আমাৰ বয়স বঢ়াৰ লগে লগে শৰীৰৰ অংগবোৰৰো কাৰ্যক্ষমতা তথা শক্তি কমি আহিবলৈ ধৰে৷ তেনে অৱস্থাত শৰাীৰে সকলো সহ্য কৰাত অসমৰ্থ হয়৷ বিশেষকৈ...

হাৰ্টৰ ব্লকেজ হোৱা-নোহোৱা জানিবলৈ এই তিনি উপায়

মূৰটো ৰিমঝিম কৰা, চকুৰে অন্ধকাৰ দেখা তাৰ পাছত জ্ঞানশূন্য হৈ পৰা, আধা মিনিটৰ পাছত পুনৰ জ্ঞান ফিৰি আহি স্বাভাৱিক অৱস্থা৷ এবাৰ...

উজ্জ্বল-সতেজ ছালৰ অধিকাৰী হ’বলৈ এই ফেচপেক

এখন উজ্জ্বল, সতেজ ছালৰ অধিকাৰী হ’বলৈ সকলোৱে বাঞ্ছা কৰে৷ ছালখন যত্নৰ বাবে কোনেও অকণো অৱহেলা নকৰে৷ ছোৱালীবোৰে ছালৰ যত্নৰ বাবে দৈনিক...