Health Plus

4833 POSTS0 COMMENTS
http://newshealthplus.com

বাচন মাজা স্ক্ৰাবেই কিডনীৰ সৰ্বনাশ ঘটাব পাৰে

ৰান্ধনী ঘৰত বাচন-বৰ্তন চাফা কৰিবলৈ আপুনি স্পঞ্জ বা স্ক্ৰাব নি(য় ব্যৱহাৰ কৰে৷ এই স্ক্ৰাবৰ জৰিয়তে খোৱাৰ ক্ষেত্ৰত দৈনিক ব্যৱহাৰ হোৱা ৰন্ধন সঁজুলি...

আপুনি টোপনিতো কথা কয় নেকি? কেনেকৈ আঁতৰাব এই কু-অভ্যাস

আমাৰ কিছুমান লোকৰ টোপনি মাৰি থকাৰ মাজতে কথা কোৱাৰ অভ্যাস আছে৷ তেনে লোকৰ ওচৰত আপুনি শুলে ভাবিব যে মানুহজনে হয়তো কাৰোবাৰ...

এইবোৰ Dry fruits-এ ভিটামিন-ডিৰ অভাৱ পূৰ কৰে

ভিটামিন-ডি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়৷ ইয়াৰ অভাৱ হ’লে শৰীৰৰ নানা বিসংগতিয়ে দেখা দিয়ে৷ কিছুমান খাদ্যই এই অভাৱ পূৰ কৰে৷ তাৰ ভিতৰত...

কিডনী হস্পিটেল iUKDৰ ১০২ সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ১৪ মে’, ২০২৫, বুধবাৰে বাক্সা জিলাৰ মুছলপুৰৰ ডাঃ ৰবি বড়ো চিভিল হস্পিটেলৰ...

পঁইতাভাত মানেই উপকাৰী কিন্তু এইসকলে খোৱা অনুচিত

পঁইতাভাতৰ নাম শুনিলেই বহুতৰে জিভাৰ পানী সৰকে৷ বহু প্ৰাচীন কালৰে পৰা পঁইতাভাত খোৱাৰ ৰীতি আছে৷ গৰমৰ দিনকেইটাত পুৱা পঁইতাভাত একাঁহী খোৱাৰ তৃপ্তিয়েই...

গাঞ্জাৰ পাত কেঞ্চাৰ প্ৰতিৰোধক! এই দাবী গৱেষকৰ

কেঞ্চাৰৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন পথৰ সন্ধান পোৱা গৈছে৷ গাঞ্জা পাতৰ পৰা প্ৰস্তুত কৰা ঔষধে কেঞ্চাৰৰ কোষ নষ্ট কৰিব পাৰে বুলি দাবী...

লিভাৰৰ কাম আৰু ইয়াক সুস্থ ৰখাৰ উপায়

আমি সুস্থ-সবল হৈ থাকিবলৈ শৰীৰৰ বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়া সুচল হৈ থকাটো জৰুৰী৷ বাহ্যিক অংগবোৰৰ তুলনাত শৰীৰৰ আভ্যন্তৰীণ অংগবোৰৰ ভূমিকা উল্লেখনীয়৷...

এইবোৰ খাদ্য কিডনী বিকল হোৱাৰ অন্যতম কাৰণ

কিডনীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ফিল্টাৰ কৰে আৰু শৰীৰৰ পৰা পানী আৰু খনিজৰ ভাৰসাম্য বজাই ৰাখে৷ যদিও কিডনী নিজেই এটা পৰিষ্কাৰক অংগ,...

দূৰ হ’ব হাজাৰবিধ ৰোগ কিদৰে কৰিব এই অভ্যাস

আপুনি আপোনাৰ ভাব-চিন্তাত পৰিৱৰ্তন ঘটাওক৷ আপোনাৰ দেহৰ পৰা আঁতৰি যাব হাজাৰবিধ ৰোগ৷ মাইণ্ডফুলনেছ আৰু ধ্যানৰ মাজত প্ৰভেদ আছে৷ ধ্যান নিৰিবিলি তথা শব্দহীন...

ইমিউনিটি ধৰি ৰাখিবলৈ এইবোৰ চুপ খাওক

চুপ হৈছে এবিধ গৰমে গৰমে সেৱন কৰা পানীয়, যি শাক-পাচলি, মাংস আদিৰে তৈয়াৰ কৰা হয়৷ যিহেতু চুপত বিভিন্ন ধৰণৰ শাক-পাচলি ব্যৱহাৰ...

TOP AUTHORS

Most Read

কিডনী হস্পিটেল iUKDৰ ১১৫সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ২ জুলাই, ২০২৫, বুধবাৰে ডবকাৰ ২৭নং ৰাষ্ট˜ীয় ঘাইপথৰ ডিফু বাইপাছত অৱস্থিত নিউ...

দিনৰ কোন সময়ত আম খোৱা স্বাস্থ্য উপযোগী

সুস্বাদু বতৰৰ আম খাবলৈ সকলোৱে ভাল পায়৷ আনহাতে ইয়াৰ উপকাৰো আছে যথেষ্ট৷ ফলৰ ৰজা আম এইকেইদিন সহজলভ্যৰ লগতে সকলোৰে ঘৰতে মজুত থাকে৷...

মাহত দুবাৰ ঋতুস্ৰাৱ! স্বাভাৱিক নে কোনো ৰোগৰ লক্ষণ

মহিলাসকলৰ দুই ঋতুস্ৰাৱৰ মাজৰ ব্যৱধান সাধাৰণতে ২৮ দিনৰ পৰা ৩৬ দিন হয়৷ যদি ঋতুচক্ৰ অনিয়মিত হৈ যায়, তেনেহ’লে মাহৰ ভিতৰতে দুবাৰ...

কিডনীৰ ৰক্ষাকৱচ এই দাইলৰ পানী

এই দাইলে অকল কিডনীৰ পাথৰৰ যন্ত্ৰণা উপশম নকৰে, বৰং কিডনীৰ পাথৰ প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ কৰি দিব পাৰে৷ দিনক দিনে...