Health Plus
4942 POSTS0 COMMENTS
http://newshealthplus.comপৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীক খোৱাৰ ক্ষেত্ৰত কিদৰে যত্ন ল’ব?
Health Plus - 0
স্কুলত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ সময়ত ভাল ৰিজাল্টৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হয়৷ পৰীক্ষাৰ কেইদিনত পৰীক্ষাৰ্থীসকলৰ ওপৰত যথেষ্ট মানসিক চাপ পৰে৷ সেয়ে...
আপোনাৰ দাঁত সিৰসিৰায় নেকি?
Health Plus - 0
দাঁত দুপাৰিয়ে গোটেই মুখমণ্ডলৰ সৌন্দৰ্য ফুটাই তোলে৷ দুপাৰি উজ্জ্বল, বগা, চিকচিকীয়া দাঁতৰ অধিকাৰী হ’বলৈ আমি সকলোৱে যত্ন কৰোঁ৷ তাৰ বাবে দাঁতৰ বিভিন্ন...
কোনবিধ ৰঙৰ কেপচিকাম বেছি পুষ্টিকাৰক
Health Plus - 0
ৰঙা, সেউজীয়া, হালধীয়া, কমলা আদি বিবিধ ৰঙৰ কেপচিকাম বজাৰত দেখিবলৈ পোৱা যায়৷ এনেধৰণৰ ভিন্নৰঙী কেপচিকাম দেখিবলৈ যেনেকৈ সুন্দৰ, খাবলৈও অতি সোৱাদযুক্ত৷ বিশ্বৰ...
আমি বাওঁহাতে শোৱা কিয় উচিত?
Health Plus - 0
আমি সকলোৱে দিনটোৰ পৰিশ্ৰমৰ অন্তত ভাগৰে-জোগৰে আহি শৰীৰটোক জিৰণি দিবলৈ টোপনি মাৰোঁ৷ টোপনি হৈছে মানুহৰ এনে অৱস্থা, য’ত শৰীৰৰ বিভিন্ন অংগসমূহৰ লগতে...
শৰীৰত ইউৰিক এচিডৰ মাত্ৰা কিয় বাঢ়ে– জানেনে?
Health Plus - 0
আজিকালি আমাৰ সকলোৰে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি যোৱাৰ সমস্যা বৃদ্ধি পাইছে৷ শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ’লে নানা সমস্যাই দেখা দিব...
দৈনিক আদা খালে কি হয়?
Health Plus - 0
বিভিন্ন সময়ত বিভিন্ন মছলাৰ উপকাৰিতাৰ বিষয়ে আমি আলোচনা কৰি আহিছোঁ৷ বিশেষকৈ খাদ্যৰ সোৱাদ বৃদ্ধিৰ ক্ষেত্ৰত বিভিন্ন মছলা ব্যৱহাৰ কৰা হয়৷ এই মছলাসমূহৰ...
গৰম গাখীৰ নে ঠাণ্ডা গাখীৰ– কোনবিধ বেছি উপকাৰী?
Health Plus - 0
বৰ্তমানৰ দ্ৰুততৰ জীৱন-যাত্ৰাত মানুহে সঠিকভাৱে খোৱা-বোৱা কৰাৰ সময় নোহোৱা হৈছে৷ ইয়াৰ ফলত সহজতে পোৱা ফাষ্টফুড খোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে৷ অস্বাস্থ্যকৰ খোৱা বা...
প্ৰস্ৰাৱে আপোনাৰ ৰাতিৰ টোপনি হৰণ কৰিছে নেকি?
Health Plus - 0
ৰাতি শুই থকাৰ সময়ত আপোনাৰ ঘনাই পেচাব লাগে নেকি? আমাৰ সকলোৰে এটা অভিজ্ঞতা আছে যে আপুনি সুন্দৰকৈ টোপনি গৈ আছে, কিন্তু...
ছালৰ দাগ নাইকিয়া কৰে কলৰ বাকলিয়ে কেনেকৈ কৰিব ব্যৱহাৰ?
Health Plus - 0
বহু কমসংখ্যক মানুহ আছে, যিয়ে কল ভাল নাপায়৷ কলত প্ৰচুৰ পৰিমাণে ভিটামিন, ফাইবাৰ, পটেচিয়াম আৰু অন্য পোষক তত্ত্ব পোৱা যায়, যি আমাৰ...
পেটত পানী জমা হ’লে কি হয় জানেনে?
Health Plus - 0
Water Retention– অৰ্থাৎ শৰীৰৰ অংগসমূহত পানী জমা হোৱা সমস্যা৷ এই সমস্যাৰ ফলত শৰীৰৰ কিছু স্থান যেনে– হাত, ভৰি, মুখমণ্ডল আৰু পেটৰ মাংসপেশী...
Most Read
ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী
আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...
মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক
আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...
পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ
যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...
নিয়মিত ছচ্মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?
ছচ্মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...