Health Plus

4309 POSTS0 COMMENTS
http://newshealthplus.com

দুর্গা পূজা উদযাপনৰ বিশেষ নীতি-নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

দুর্গা পূজা উদযাপনৰ বিশেষ নীতি-নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ : দুৰ্গা পূজা...

থাইৰ’ইড ৰোগীৰ খাদ্যাভ্যাস

যদিও থাইৰ'ইড ৰোগ বুলি ক'লে হাইপ' আৰু হাইপাৰ থাইৰ'ইডিজম দুয়োটাকে সাঙুৰি লয়, তথাপি কমনলি হাইপ'থাইৰইডিজম ৰোগীহে প্ৰেক্টিচত খুব বেছিকৈ পোৱা যায়।

ডায়েবেটিছ ৰোগ কি আচলতে?

ডায়বেটিচ এটি বিপাক ৰোগ (metabolic disease) যত ৰক্ত শৰ্কৰাৰ স্তৰ অধিক হয় আৰু এই সমস্যা দীৰ্ঘসময় ধৰি চলি থাকে। উচ্চ ৰক্ত শৰ্কৰাৰ...

ইমান দিনে ১০০% খাটি সৰিয়ঁ‌হৰ তেলৰ নামত আপুনি খাই আছিলে বৰবিষ ?

নিউজ হে’লথ্ প্লাছ, ২৬ ছেপ্টেম্বৰ, ২০২০: আপুনি মিঠাতেল খায় নিশ্চয়। মিঠাতেল অবিহনে এখন সুস্বাদু ব্যঞ্জন অসম্ভৱপ্ৰায়। কিন্তু আমি কম সংখ্যকেহে খেতিপথাৰত উৎপন্ন...

২৬ বছৰীয়া ক’ৰোনা প’জিটিভ অন্তসত্ত্বাই জন্ম দিলে চাৰিটাকৈ সন্তান !!

নিউজ হে'লথ্ প্লাছ, ২৬ ছেপ্টেম্বৰ, ২০২০: উত্তৰ প্ৰদেশৰ দেওৰা জিলাৰ বাসিন্দা তেওঁ। ন মাহৰ অন্তসত্ত্বা। বয়স ২৬ বছৰ। ৰাতি আহিল প্ৰসৱ বেদনা।...

একেলগে ৩৬০ কিলোগ্ৰাম ব্যৱহৃত কনড’ম উদ্ধাৰ ! কিন্তু ক’ত এই ঘটনা?

নিউজ হে’লথ্ প্লাছ, ২৫ ছেপ্টেম্বৰ, ২০২০: ক’ৰোনাই আমাক কি কি শিকোৱা নাই?  কি কি কৰাই যোৱা নাই? ভিয়েটনামতো একেই...

কোন তিনিখন দেশত বিশ্বৰ আধাতকৈ বেছি ক’ৰোনা ৰোগী আছে ?

নিউজ হে'লথ্ প্লাছ, ২৩ ছেপ্টেম্বৰ, ২০২০: এতিয়ালৈ ক'ৰোনাত প্ৰায় ৯ লাখ ৬১ হেজাৰ লোকৰ মৃত্যু হৈছে আৰু ৩.১১ কোটি লোক ক'ৰোনা প'জিটিভ...

বজাৰলৈ আহি গ’ল ফেলুদা টেষ্ট

নিউজ হে'লথ্ প্লাছ, ২২ ছেপ্টেম্বৰ, ২০২০: বিখ্যাত বঙালী লিখক সত্যজিৎ ৰায়ৰ উপন্যাসৰ জনপ্ৰিয় ডিটেক্টিভ চৰিত্ৰ ফেলুদাৰ নামেৰে নামকৰণ কৰা হৈছে এই ফেলুদা।...

কোৰোনাৰ ভেকচিনে ৰোধ কৰিব পাৰিবনে পুনৰ সংক্ৰমণ ?

নিউজ হে’লথ্ প্লাছ, ১৮ ছেপ্টেম্বৰ, ২০২০: ক’ৰোনাৰ লগে লগে দুটা কথাই চিকিৎসা বিজ্ঞানী আৰু মাইক্ৰ’বায়োল’জিষ্ট সকলক চিন্তাক্লিষ্ট কৰি ৰাখিছে। সেয়া হ’ল পোষ্ট...

ৰাছিয়াই অনুমতি প্ৰদান কৰিলে ক’ৰোনাৰ প্ৰথমটো প্ৰেস্ক্ৰিপচন ড্ৰাগ।

নিউজ হে'লথ্ প্লাছ, ১৯ ছেপ্টেম্বৰ, ২০২০: "ক'ৰোনাভিৰ" নামৰ এই ঔষধটো ৰাছিয়াই হাস্পিতালত চিকিৎসাধীন ৰোগীসকলক যোৱা জুলাই মাহৰ পৰাই ব্যৱহাৰ কৰি আহিছে। ১৬৮...

TOP AUTHORS

Most Read

ঔষধি গুণসম্পন্ন অমৰ লতাৰ আচৰিত উপকাৰিতা

অমৰ লতাৰ বিষয়ে আপুনি শুনিছেনে? ঔষধি গুণেৰে সমৃদ্ধ এই অমৰ লতাৰ বিষয়ে খুব কমসংখ্যক মানুহে জ্ঞাত৷ বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক উপাচাৰত অমৰ লতা...

হাৰ্ট এটেকৰ সম্ভাৱনা কমাব পাৰে এইবিধ ফলে

বৰ্তমান সময়ত হাৰ্ট এটেকত আক্ৰান্তৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ বিভিন্ন কাৰণত এই সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ এই সমস্যা ৰোধৰ কৰাৰ বিভিন্ন...

মেৰুদণ্ড নমনীয় তথা সবল কৰিবলৈ সৰ্পাসন কৰক

সুস্থ তথা নিৰোগী শৰীৰৰ বাবে নিয়মিত যোগব্যায়াম অথবা শৰীৰচৰ্চা কৰাটো অতি প্ৰয়োজন৷ যোগে শৰীৰ সুস্থ তথা সবল কৰাত সহায় কৰে৷ মনটো চাপমুক্ত...

নতুন উদ্ভিদ আৱিষ্কাৰ : আলঝেইমাৰৰ চিকিৎসাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি

চীনৰ এক বিশেষজ্ঞৰ দলে চীনৰ জিশুয়াংবান্ন ট্ৰপিকেল বটানিকেল গাৰ্ডেনত নতুন এক মছজাতীয় উদ্ভিদৰ সন্ধান লাভ কৰিছে৷ বিজ্ঞানীয়ে সদৰী কৰা মতে এই নতুনকৈ...