Health Plus

4955 POSTS0 COMMENTS
http://newshealthplus.com

নতুন সংকট: বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছে নতুন কৰ’না ভাইৰাছ

জন্তুৰ পৰা মানুহৰ গালৈ সংক্ৰমণ হ’ব পৰা ই হ’ল অষ্টমটো কৰ’না ভাইৰাছ৷ এই ভাইৰাছে সৃষ্টি কৰিব পৰা বিপদৰ বিষয়ে বিজ্ঞানীসকল এতিয়াও নিশ্চিত...

অমংগলৰ আগজাননী নে স্বাভাৱিক প্ৰাকৃতিক পৰিঘটনা ! ক’ত ঘটিছে?

আচৰিত লাগিলেও সঁচা– এক আচৰিত ধৰণে ঘটা অস্বাভাৱিক ঘটনাই সকলোকে হতভম্ব কৰি তুলিছে৷ উক্ত ঘটনাটো ঘটে উজনি অসমত,...

প্ৰকৃততে ব্লেক ফাংগাছ কি?

https://youtu.be/eifQVK2MbrE বৰ্তমান সমগ্ৰ বিশ্বতে কৰ’না মহামাৰীয়ে কালৰূপ ধাৰণ কৰিছে৷ কৰ’নাৰ সংক্ৰমণৰ ফলত দৈনিক লাখৰ ঘৰত সংক্ৰমিত হৈছে৷...

অসাৱধানতা : ভাৰতীয়ৰ কিমান শতাংশই মাস্ক নিপিন্ধে জানেনে?

https://youtu.be/kghpHEwGo9c কৰ’না মহামাৰী ৰোধৰ মূল উপায়টোৱে হৈছে মুখত মাস্ক পিন্ধা৷ এই লৈ জনসাধাৰণক চৰকাৰে বাৰম্বাৰ অনুৰোধ জনাই...

কভিড পজিটিভ প্ৰসূতিয়ে জন্ম দিলে যমজ সন্তান ক’ত, কেতিয়া?

https://youtu.be/bYqkLUdocqU কভিডৰ সংহাৰী ৰূপত এফালে যদি মৃত্যুৰ বিভীষিকা, আনফালে জীৱন-সংগ্ৰামত সৃষ্টিৰ দস্তাবেজ৷ ডিব্ৰুগড় জিলাত নিতৌ কভিড ৰোগীৰ...

সুখবৰ : কৰ’নাৰ পৰীক্ষা ঘৰতেই কেতিয়াৰ পৰা?

https://youtu.be/uMOObntCvU4 ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰ-এ লোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পাছত এতিয়া ঘৰতে...

ৰাজ্যত বিভিন্ন প্ৰান্তত উচুপিছে কৃষকে

https://youtu.be/0PZupInhM8Y সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো কৰ’নাই কিদৰে সংহাৰী ৰূপ ধাৰণ কৰি আছে, সেয়া আমাৰ সকলোৰে বিদিত৷ সেয়েহে...

বতাহত কিমান মিটাৰপৰ্যন্ত বিয়পিব পাৰে কৰ’না?

দুৱাৰ-খিৰিকী বন্ধ কৰি এ চি চলালে কোঠাৰ ভিতৰত সংক্ৰমিত বায়ু জমা হয় আৰু তাত থকা আন লোকৰো সংক্ৰমণ হোৱাৰ আশংকা বৃদ্ধি কৰে৷...

সাৱধান ! দেশত এইবাৰ নতুন সন্ত্ৰাস– হোৱাইট ফাংগাছ

হোৱাইট ফাংগাছত আক্ৰান্ত হোৱা ৪ জন ৰোগীক চিনাক্ত কৰা হৈছে৷ https://youtu.be/8qEJh80Jpxs বৰ্তমান সময়ত দেশ...

অসমত হ’ব প্ৰবল ধুমুহা আৰু বৃষ্টিপাত: কেতিয়া?

অহা ২৬ মে’ত ‘য়াছ’ নামৰ উক্ত ঘূৰ্ণী বতাহজাকে ওড়িষাৰ উপকূল অঞ্চল স্পৰ্শ কৰাৰ সম্ভাৱনা আছে যদিও ইয়াৰ প্ৰভাৱ এতিয়াৰে পৰাই ৰাজ্যত দেখা...

TOP AUTHORS

Most Read

ভেজাল গুৰ কেনেদৰে চিনাক্ত কৰিব?

গুৰ স্বাস্থ্য ৰক্ষাৰ বাবে অত্যন্ত উপকাৰী৷ কেলচিয়াম, পটাচিয়াম, ফচফৰাছ, আইৰন, জিংক, প্ৰ’টিন তথা ভিটামিন-বি আদি পুষ্টিকৰ উপাদান গুৰ পোৱা যায়৷ গুৰে...

কণীয়ে মস্তিষ্কৰ কি কঠিন ৰোগৰ সম্ভাৱনা কমায়

সপ্তাহৰ প্ৰতিদিনে কণী খোৱা স্বাস্থ্যৰ বাবে উপকাৰী৷ কিন্তু কণীৰ কুহুমত কলেষ্টৰেলৰ মাত্ৰা বেছি থকাৰ বাবে কিছু ক্ষেত্ৰত সতৰ্ক থকা ভাল৷ সেয়ে যিসকলৰ...

লেজাৰমেন ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত ১৩৩সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ২৪ ছেপ্টেম্বৰ, ২০২৫, বুধবাৰে দৰং জিলাৰ বেছিমাৰীৰ আছাম মেডিকেয়াৰত অনুষ্ঠিত হয়...

পোকৰ কামোৰত হ’ব পাৰে ‘লাইম ডিজিজ’ : ইয়াৰ লক্ষণ কি?

মাৰ্কিন পপ তাৰকা জাষ্টিন টিম্বাৰলেক লাইম ডিজিজত আক্ৰান্ত হৈছিল৷ সংগীতশিল্পীগৰাকীয়ে নিজেই এই কথা সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে৷ জাষ্টিনে লিখিছিল– আপু্‌নি যদি কেতিয়াবা...