Health Plus

4946 POSTS0 COMMENTS
http://newshealthplus.com

কেৰালাত জিকা ভাইৰাছ

২০২১ চনৰ ২ আগষ্টলৈকে কেৰালাত জিকা ভাইৰাছৰ দ্বাৰা ৬৫জন লোক সংক্ৰমিত হৈছে বুলি জানিব পৰা গৈছে৷ লোক সভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ...

১৫ আগষ্টৰ পাছত সান্ধ্য আইন শিথিল হ’ব: ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী

কৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে বলৱৎ কৰা নীতি-নিৰ্দেশনাসমূহ পৰ্যায়ক্ৰমে শিথিল কৰা হ’ব৷ অহা ১৫ আগষ্টৰ পাছত সান্ধ্য আইন অধিক শিথিল কৰাৰ...

অত্যধিক বাদাম সেৱনেও কৰিব পাৰে স্বাস্থ্যৰ ক্ষতি

Dry Fruit সমূহৰ মাজত বাদামৰ এটা সুকীয়া স্থান আছে৷ বহুতো বিশেষজ্ঞই হৃদৰোগৰ সমস্যাৰ পৰা আৰম্ভ কৰি কেঞ্চাৰলৈকে বহুতো বেমাৰৰ বাবে বাদাম খাবলৈ...

শুকান কাহ হ’লে কি খাব?

জলবায়ুৰ পৰিৱৰ্তন, ধূলি-বালি আদিৰ ফলত কাহ হোৱাটো তেনেই এক সাধাৰণ কথা৷ কিন্তু কাহ হোৱাৰ ফলত ভুক্তভোগী ব্যক্তিজনে অত্যন্ত অস্বস্তিত দিন কটাবলগীয়া হয়৷...

সুখবৰ ! সমগ্ৰ ৰাজ্যত এহেজাৰ নতুন চিকিৎসালয় স্থাপন কৰা হ’ব

অসমৰ স্বাস্থ্যখণ্ডত যুগান্তৰকাৰী পৰিৱৰ্তন হৈছে৷ স্বাস্থ্য খণ্ডক আৰু অধিক গতিশীল কৰি তুলিবলৈ সমগ্ৰ ৰাজ্যত ১০০০খন নতুন চিকিৎসালয় স্থাপন কৰা হ’ব৷– এই মন্তব্য...

ইথানল প্ৰস্তুত কৰিবলৈ ৰাজ্য চৰকাৰৰ বিশেষ নীতি

অসমত জৈৱিক ইন্ধন হিচাপে ইথানল প্ৰস্তুত কৰিবলৈ ৰাজ্য চৰকাৰে বিশেষ উৎসাহমূলক নীতি গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰে কালি কেবিনেটত অসম ইথানল উৎপাদন উৎসাহন...

কভিড ভেক্‌চিনৰ বুষ্টাৰ শ্বট্‌ সাময়িকভাৱে স্থগিত ৰখাৰ আহ্বান WHO-ৰ

কভিড-১৯ৰ বুষ্টাৰ শ্বট্‌ অন্ততঃ ছেপ্টেম্বৰৰ শেষপৰ্যন্ত সাময়িকভাৱে স্থগিত ৰাখিবলৈ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-ই আহবান জনাইছে৷ কাৰণ ধনী আৰু দুখীয়া দেশবোৰৰ মাজত...

ৰাতি শুই থাকোঁতে ভৰিৰ নাৰ্ভ টানি ধৰে নেকি?

কেতিয়াবা বহুবাৰ উঠা-বহা কৰাৰ সময়ত, এঙামূৰি কাঢ়োতে অথবা কেতিয়াবা ৰাতি শুই থাকোঁতে হঠাৎ ভৰিৰ নাৰ্ভ টানি ধৰা দেখা যায়৷ দেখাত ই তেনেই...

কৰ্পূৰ: চুলি সৰা সমস্যাৰ পৰা চৰ্দিৰ উপশমলৈকে…..

কৰ্পূৰ– পাকঘৰৰ এবিধ অত্যাৱশ্যকীয় সামগ্ৰী৷ পায়স, নাৰিকলৰ লাড়ু, চুজি আদি বিভিন্ন ব্যঞ্জনত কৰ্পূৰ দিলে তাৰ সোৱাদেই সুকীয়া হয়৷ ইয়াৰ উপৰি কৰ্পূৰে আমাৰ...

ভয়ংকৰ খবৰ ! ড্ৰাগ্‌ছ আসক্তৰ দেহত মাৰাত্মক HIV-ৰ বীজাণু

সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাৰ মুকালমুৱাতো আৰক্ষীয়ে ড্ৰাগ্‌ছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে আন এক ভয়ংকৰ খবৰ৷ অঞ্চলটোৰ...

TOP AUTHORS

Most Read

জৰায়ুত নহয়, লিভাৰত বাঢ়িছে ভ্ৰূণ ‘এক্টোপিক প্ৰেগনেন্সি’ৰ চিকাৰ মহিলা

জৰায়ুৰ সলনি লিভাৰত ভ্ৰূণ বাঢ়িবলৈ লৈছে৷ এনেধৰণৰ বিৰল ঘটনা ভাৰতত প্ৰথমবাৰৰ কাৰণে হৈছে বুলি দাবী কৰিছে চিকিৎসকে৷ সমগ্ৰ বিশ্বত অন্তঃসত্ত্বা 0.২৫ ৰ...

ফিতাকৃমিৰ সংক্ৰমণৰ বাবে ভাৰতত স্নায়ুৰ ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ‘হু’ আৰু চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন ৰ ফালৰ পৰা সতৰ্ক কৰি দিয়া হৈছে যে ভাৰতত...

বহি থাকিলে ভৰি লৰাই থকাৰ অভ্যাসেও হ’ব পাৰে ৰোগৰ লক্ষণ

বহুতৰে বহি থাকিলে ভৰি লৰাই থকাৰ এটা অভ্যাস থাকে৷ য’তেই নহওক কিয় বহিবলৈ সুবিধা পালেই এইচাম লোকৰ ভৰি জোকাৰণি আৰম্ভ হয়৷ পিছে...

যেতিয়াই-তেতিয়াই উজুটি খায়? শিকক ৩০ ছেকেণ্ডৰ ‘বেলেন্স টেষ্ট’

কামৰ তাগিদাত খৰধৰকৈ ৰাস্তাত খোজকাঢ়িলে হঠাতে উজুটি খাই পৰি অঘটন হোৱা দেখা যায়৷ এই ক্ষেত্ৰত বয়সিয়ালসকলৰ সমস্যা আৰু বেছি হয়৷ মূৰ ঘূৰোৱা,...