Health Plus
4989 POSTS0 COMMENTS
http://newshealthplus.comভূমিকম্পক লৈ হুগাৰবিটছেকৰা ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত হ’ল
Health Plus - 0
শেহতীয়াভাৱে আফগানিস্তানত ৬.৫ প্ৰাবল্যৰ এটা ভূমিকম্পই জোকাৰি যায়৷ এই ভূমিকম্পটোৰ জোকাৰণি পাকিস্তান, ভাৰত, চীন, তাজিকিস্তানতো অনুভূত হয়৷ মন...
সমীক্ষা : অসমত ৩১ শতাংশ নাবালিকা হয় বাল্য বিবাহৰ চিকাৰ
Health Plus - 0
বৰ্তমান সমাজত পুৰুষৰ সমানে মহিলাৰ সমান অধিকাৰ দিয়া হৈছে যদিও ক’ৰবাত যেন মহিলাক সমান চকুৰে চোৱা নহয়৷ কিয়নো বহু মহিলাই নিজৰ অধিকাৰ...
মানুহক অমৰত্ব কৰিবলৈ সাৰ্থকৰূপ দিয়াৰ চেষ্টা বিজ্ঞানীৰ
Health Plus - 0
পুৰণি কালত মানুহ অমৰ হোৱাটো সাধুকথাত শুনিবলৈ পাইছিল অথবা বিজ্ঞানভিত্তিক কল্প কাহিনী আছিল৷ এতিয়া আমি সপোনতো নভবা কথা এই সাধুকথাৰ কাহিনীয়ে এতিয়া...
আপোনাৰ স্মাৰ্টফোনটো হেকহ’লে কেনেদৰে জানিব
Health Plus - 0
আজিকালি ডিজিটেল যুগত মনোৰঞ্জনৰ সমাগ্ৰী হিচাপে, খোৱা-লোৱা, ভ্ৰমণ বিলাস, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ যোগান ধৰাৰ পৰা আৰম্ভ কৰি বিত্তীয়...
চিন্তনীয় ঘটনা : শুকাবলৈ লৈছে সাগৰৰ পানী
Health Plus - 0
সমুদ্ৰৰ জলপৃষ্ঠ বৃদ্ধিয়ে সকলোতে চিন্তিত কৰি তুলিছে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই অলপতে এখন প্ৰতিবেদনত উল্লেখ কৰিছে যে দেশখনৰ সীমাত থকা সাগৰৰ...
এটকাও খৰচ নকৰাকৈ মহৰউপদ্ৰৱৰ বাবে লওক এই ব্যৱস্থা
Health Plus - 0
গ্ৰীষ্মকালৰ আৰম্ভণি হ’ল মানে মহৰ উপদ্ৰৱো বাঢ়িবলৈ লাগিব৷ আৰু কেইদিনমান যোৱাৰ পাছত আপুনি মহৰ ভয়ত ক’তো এক ছেকেণ্ডো...
বিৰল প্ৰজাতিৰ মাছ উদ্ধাৰমূৰ আছে, ফিচা নাই
Health Plus - 0
পূব ভাৰতৰ বৃহত্তম সামুদ্ৰিক মাছ নিলাম কেন্দ্ৰ, মেদিনীপুৰ জিলাৰ দিঘা মোহনাত এক অদ্ভুত ধৰণৰ মাছ দেখা পোৱা যায়৷ বজাৰত এই অদ্ভুত তথা...
বজাৰৰ বিশুদ্ধ খোৱাপানীৰনামত কি আপুনি খাইছে?
Health Plus - 0
এটুপি খোৱাপানীৰ নামত আপুনি কি খাইছে? যদি বজাৰৰ পৰা মিনাৰেল ৱাটাৰৰ বটলৰ পানী ক্ৰয় কৰি আপুনি ভালকৈ পৰীক্ষা কৰি চাই খোৱা নাই...
উত্তৰ পালে বিজ্ঞানীয়েচন্দ্ৰপৃষ্ঠত আছে পানীৰ ভাণ্ডাৰ
Health Plus - 0
জোনবাইৰ বুকুত পানী আছেনে? বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি এই প্ৰশ্নৰ উত্তৰ বিচাৰি আছে৷ এতিয়া এই প্ৰশ্নৰ উত্তৰ বিচাৰি পাইছে...
কিহনু : য’ত কেৱল মহিলাই আধিপত্য বিস্তাৰ কৰে
Health Plus - 0
পৃথিৱীত এনেকুৱা কিছুমান ঠাই আছে, য’ত নাৰীয়ে আধিপত্য বিস্তাৰ লাভ কৰি আছে৷ মহিলাৰ আধিপত্য থকা তেনেকুৱা এটা দ্বীপ আছে এষ্টনিয়াত৷ এষ্টনিয়াৰ এই...
Most Read
নখ বেঁকা হৈ আগলৈ হাউলি গৈছে নেপথ্যত থাকিব পাৰে আন কাৰণ
নখৰ ৰং, আকাৰ-আকৃতি কেৱল সাজসজ্জাৰ অংগ নহয়, বৰং নখৰ ৰং, আকৃতি সলনি আদিয়ে দেহৰ ভিতৰৰ অৱস্থাৰ ইংগিত দিয়ে৷ সেয়ে ভৰি অথবা...
ড্ৰেগন ফল কিদৰে খালে বেছি উপকাৰ পাব
বিদেশী ফল হ’লেও ড্ৰেগন ফলৰ উপকাৰিতা কেইবাগুণো আছে৷ দৈনিক খাদ্য তালিকাৰ বৈশিষ্ট্য আনিব পাৰে এই ড্ৰেগন ফলে৷ পুষ্টিগুণসমৃদ্ধ এইবিধ ফলৰ এতিয়া বজাৰ...
পুৱা দাঁত ব্ৰাছ কৰাৰ আগেয়ে পানী সেৱন কৰক
এটা সুস্থ জীৱনৰ বাবে দৈনিক জ্জ-জ্জ্ব লিটাৰ পানীৰ আৱশ্যক হয়৷ এই পৰিমাণৰ পানী শৰীৰে নাপালে নানা বিসংগতিয়ে দেখা দিব পাৰে৷ আনহাতে...
কোলন কেঞ্চাৰ প্ৰতিৰোধৰ বাবে এইবোৰ খাদ্য এৰাই চলক
বৰ্তমান কোলন কেঞ্চাৰত আক্ৰান্ত মানুহৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ কেঞ্চাৰৰ এইধৰণৰ সমস্যাৰ সৈতে আছে খাদ্যাভ্যাসৰ এটা ওত্পৰোত সম্পৰ্ক৷ গৱেষণাৰ পৰা জনা...