Health Plus
4938 POSTS0 COMMENTS
http://newshealthplus.comআশ্চৰ্য ! মৰুভূমিৰ তলত নগৰ
Health Plus - 0
যিহেতু মানুহ সমাজপ্ৰিয় জীৱ বা সামাজিকভাৱে থাকি ভাল হয়৷ সেয়ে মানুহে পৃথিৱীত ঘৰ সাজিয়েই বাস কৰে, ইয়াত নতুনত্ব একো নাই৷ কিন্তু এইখন...
প্ৰতিবেদনত প্ৰকাশ : ভাৰতে তীব্ৰ খাদ্য, জল সংকটত ভুগিব
Health Plus - 0
বিশ্বৰ উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱৰ্তনে বিশ্বৰ কেইবাখনো দেশত খাদ্য সংকটৰ সৃষ্টি হৈছে৷ শেহতীয়াভাৱে প্ৰকাশ পোৱা এখন প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ভাৰতত...
বিৰল মুহূৰ্ত : একে স্থানতে অৱস্থান কৰিব পাঁচটা গ্ৰহই
Health Plus - 0
২৮ মাৰ্চত মহাকাশত এক বিৰল মহাজাগতিক ঘটনা সংঘটিত হ’ব৷ সেইদিনা সূৰ্যাস্তৰ পাছত পাঁচটা গ্ৰহক একে স্থানতে একে ৰৈখিক...
এখন ৰেস্তোৰাঁ, য’ত খাদ্য নষ্ট কৰিলেই জৰিমনা : ক’ত?
Health Plus - 0
ইণ্ডোৰত এনেকুৱা এখন ৰেস্তোৰাঁ আছে, য’ত খাদ্য নষ্ট কৰিলে জৰিমনা ভৰিব লাগে৷ ৰেস্তোৰাঁখনৰ বিভিন্ন স্থানত জৰিমনাৰ পৰিমাণো লিখা আছে৷ এই ৰেস্তোৰাঁখনত মাত্ৰ...
অভাৱনীয়ভাৱে হ্ৰাস পাইছে শিশুৰ জন্মৰ হাৰ : ক’ত?
Health Plus - 0
বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে বিবাহৰ প্ৰতি যেন আগ্ৰহ কমি হৈছে নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ৷ উপযুক্ত বয়সত বিবাহৰ কথা ক’লে কৰ্মসংস্থাপন, আৰ্থিক নাটনি আদি...
পৃথিৱীত সৃষ্টি হ’ব আৰুএখন নতুন মহাসাগৰ!
Health Plus - 0
আফ্ৰিকা মহাদেশ সম্পূৰ্ণ দুটা ভাগত বিভক্ত হৈ পৰিব আৰু তাৰ ফলত পৃথিৱীৰ এখন নতুন মহাসাগৰৰ উৎপত্তি হ’ব৷ জিঅ’ফিজিকেল...
আশ্চৰ্য! মহিলাইজন্ম দিলে ‘ষ্ট’ন বেবী’
Health Plus - 0
মানুহৰ শৰীৰৰ গঠন অতি জটিল৷ বিশ্বৰ মানুহৰ শৰীৰতকৈ জটিল শৰীৰ আন কোনো প্ৰাণীৰে নাই৷ আমাৰ শৰীৰৰ অভ্যন্তৰ কি ঘটি থাকে সেই কথা...
স্নায়ু সুস্থ-সবল কৰি ৰাখিবলৈএইবোৰ খাদ্য নিয়মিতৰূপে খাওক
Health Plus - 0
স্নায়ু শৰীৰৰ অন্ত্যন্ত গুৰুত্বপূৰ্ণ অংশ৷ মস্তিষ্কৰ বিভিন্ন সংকেত নাৰ্ভ বা স্নায়ুৰ জৰিয়তে শৰীৰৰ বিভিন্ন অংগলৈ সম্প্ৰসাৰিত হয়৷ এই স্নায়ুবোৰে বিদু্যতৰ তাঁৰ লেখীয়া...
শীঘ্ৰে পিম্পল দূৰ কৰিবলৈলওক এইবোৰ ঘৰুৱা উপায়
Health Plus - 0
পম্পল বা ব্ৰুন ছালৰ এটা সাধাৰণ সমস্যা৷ প্ৰায় ৮৫ শতাংশ কিশোৰ-কিশোৰীয়ে এই ব্ৰুনৰ সমস্যাত ভোগে৷ হৰমনজনিত কাৰণতো বহু সময়ত ব্ৰন ওলোৱা দেখা...
মহাকাশত নতুন ধূমকেতুৰ আৱিষ্কাৰনিশ্চিত কৰিলে বিজ্ঞানীয়ে
Health Plus - 0
ৰহস্যৰে ভৰপূৰ মহাকাশত এটা নতুন ধূমকেতুৰ সন্ধান পোৱা গৈছে৷ জ্যোতিৰ্বিদসকলে এই কথা প্ৰকাশ কৰিছে৷ নতুনকৈ আৱিষ্কাৰ হোৱা এই ধূমকেতুটোক পৃথিৱীৰ পৰা অহা...
Most Read
মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব
জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...
মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা
মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...
গৰম পানীৰ সৈতে মৌ সেৱন কৰাটো উচিতনে?
স্বাস্থ্য ৰক্ষাৰ বাবে মৌ অত্যন্ত উপকাৰী৷ মৌত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ সেয়েহে স্বাস্থ্যৰ উপকাৰৰ বাবে মৌ বিভিন্ন প্ৰকাৰে...
মদ্যপান কৰিলে এইবোৰ ঔষধ খোৱা উচিত নহয়
মদ্যপান কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ এনে বহু লোক আছে গোটেই নিশা পাৰ্টিত মদ্যপান কৰে৷ মদ্যপান কৰাৰ পাছতহে মনত পৰিল যে তেওঁৰ...