Health Plus
4938 POSTS0 COMMENTS
http://newshealthplus.comবাৰ্ধক্য ৰোধ তথা ওজন হ্ৰাসৰ বাবেনিয়মিতভাৱে এইবিধ ফল খাওক
Health Plus - 0
বাৰ্ধক্যজনিত সমস্যা আৰু শৰীৰৰ ওজন বৃদ্ধিৰ সমস্যাই ভয়াৱহভাৱে দেখা দিছে৷ জীৱনশৈলী তথা খাদ্যাভ্যাসত বিসংগতিয়ে ইয়াৰ প্ৰধান কাৰণ বুলি কোৱা হয় যদিও আনুষংগিক...
সাৱধান ! খোৱাপানীৰবটলত লাখ লাখ বেক্টেৰিয়া
Health Plus - 0
প্লাষ্টিক এতিয়া সকলোৰে জীৱনৰ অংশস্বৰূপ হৈ পৰিছে৷ বিশেষকৈ খোৱাপানীৰ বটল৷ আনহাতে প্লাষ্টিকৰ পানীৰ বটল এতিয়া সকলোতে সহজলভ্য৷ ঘৰে-বাহিৰে যেনিয়ে হাত মেলে সকলোতে...
শূন্য ডিগ্ৰী শীততো এটা হ্ৰদৰ পানী বৰফ নহয় : ক’ত ?
Health Plus - 0
হিমালয়ৰ শীতকালত সকলো হ্ৰদৰে পানী বৰফলৈ ৰূপান্তৰিত হয়৷ ভূপৃষ্ঠৰ পৰা সোতৰ হাজাৰ এশ ফুট উচ্চতাত অৱস্থিত হ্ৰদৰ পানী গোট মাৰি কঠিন বৰফত...
কৃত্ৰিম নিউজ এংকৰ ! পৰিৱেশন কৰিব বাতৰি
Health Plus - 0
আজিৰ যুগ বিজ্ঞান-প্ৰযুক্তিৰ যুগ৷ সমগ্ৰ বিশ্বতে এতিয়া বিজ্ঞানৰ ৰাজত্ব৷ এটা সময়ত কম্পিউটাৰ লৈ মানুহৰ কল্প কাহিনীৰ অন্ত নাছিল৷ কিন্তু এতিয়া যেন বাস্তৱ...
জানক : বাথৰূমত মোবাইল ফোন ব্যৱহাৰ কৰাটো উচিত নে অনুচিত?
Health Plus - 0
বৰ্তমান মোবাইল ফোন অত্যধিক ব্যৱহাৰহাৰ্য সামগ্ৰীবোৰৰ ভিতৰত অন্যতম৷ আমাৰ জীৱন-প্ৰণালীত মোবাইল ফোন এক এবাৰ নোৱৰা সামগ্ৰী হৈ পৰিছে৷ বহুতেই আকৌ দিনটোৰ সৰহভাগ...
প্ৰকৃতিলৈ নতুন ভাবুকি সাগৰীয় দ্বীপত প্লাষ্টিকৰ শিল !
Health Plus - 0
ব্ৰাজিলৰ ত্ৰিনিদাদ আইলেণ্ড ভূ-বিজ্ঞানীৰ বাবে সদায় আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল দ্বীপটোত থকা এটা জ্বালামুখী৷...
হাৰ্ট এটেকৰ বিষয়ে আগতীয়াকৈজানিবলৈ নতুন কৌশল উদ্ভাৱন
Health Plus - 0
শেহতীয়াভাৱে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে হূদৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ আনকি নিয়মিতভাৱে আসন, ব্যায়াম তথা অনুশীলন কৰা লোকেও...
নাছাৰ সতৰ্কবাণী : ঘণ্টাত ৫০ হাজাৰ কিল’মিটাৰ বেগত গ্ৰহাণু
Health Plus - 0
এটা বিশাল আকাৰৰ গ্ৰহাণু পৃথিৱীৰ একেবাৰে কাষ চাপিছে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ নাছাই এই কথা প্ৰকাশ কৰিছে৷ নাছাই সতৰ্কবাণী প্ৰকাশ কৰা...
২৪ বছৰে আন খাদ্য খোৱা নাই নাৰিকলৰ পানীয়েই যাৰ প্ৰাণশক্তি !
Health Plus - 0
মানুহে নিজৰ শৰীৰটো সুস্থ তথা আটিল কৰি ৰাখিবলৈ বিভিন্ন উপায় অৱলম্বন কৰে৷ আনকি খোৱা-বোৱাৰ ক্ষেত্ৰতো বেছ সতৰ্কতা অৱলম্বন...
কেনেকৈ সম্ভৱ ! ৪০০ বছৰৰ পাছত ঘূৰিআহিব বিলুপ্তপ্ৰায় ডোডো পখী
Health Plus - 0
বিলুপ্তিপ্ৰায় প্ৰাণী বা পখীৰ কথা ওলালে প্ৰথমে ডোডো চৰাইৰ কথা উল্লেখ কৰা হয়৷ বিভিন্ন গল্প-কবিতা, উপন্যাসত এই ...
Most Read
মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব
জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...
মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা
মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...
গৰম পানীৰ সৈতে মৌ সেৱন কৰাটো উচিতনে?
স্বাস্থ্য ৰক্ষাৰ বাবে মৌ অত্যন্ত উপকাৰী৷ মৌত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ সেয়েহে স্বাস্থ্যৰ উপকাৰৰ বাবে মৌ বিভিন্ন প্ৰকাৰে...
মদ্যপান কৰিলে এইবোৰ ঔষধ খোৱা উচিত নহয়
মদ্যপান কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ এনে বহু লোক আছে গোটেই নিশা পাৰ্টিত মদ্যপান কৰে৷ মদ্যপান কৰাৰ পাছতহে মনত পৰিল যে তেওঁৰ...