Health Plus

4940 POSTS0 COMMENTS
http://newshealthplus.com

সমীক্ষাত প্ৰকাশ : পুৰুষতকৈ মহিলাই অধিক কাম কৰে

সমাজলৈ মহিলাসকলে পুৰুষৰ সমানেই অৱদান আগবঢ়াই আহিছে, সেয়া লাগিলে ঘৰুৱা দায়িত্বই হওক বা আন কিবা কামেই হওক৷ তথাপি মহিলাসকলে নিজৰ কামৰ লগতে...

বিশ্বৰ সকলোতকৈ দামী পাচলিবিধৰমূল্য প্ৰতিকেজিত ৮৫ হাজাৰ টকা

বজাৰত কিনিবলৈ পোৱা পাচলি দাম কিলোগ্ৰামত কিমা হ’ব পাৰে, সেইটো আমি সহজে অনুমান কৰিব পাৰোঁ৷ আমি লগতে কে দিব পাৰোঁ কিলোই প্ৰতি...

দুটা নতুন প্ৰজাতিৰ পতংগৰ সন্ধান পালে : ক’ত?

ভাৰতত দুটা নতুন প্ৰজাতিৰ পতংগ আৱিষ্কাৰ হৈছে৷ এই নতুন পতংগৰ প্ৰজাতি দুটা ছিকিম আৰু অৰুণাচল প্ৰদেশত পোৱা গৈছে৷...

অসমত পাৰাস্তম্ভ ঊৰ্ধবমুখীস্বাভাৱিকতকৈ ৬ ডিগ্ৰী উষ্ণতা বৃদ্ধি

জলবায়ু পৰিৱৰ্তনে দেশ তথা ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ গ্ৰীষ্মকাল সোমাইছে মাত্ৰ, দেশ তথা ৰাজ্যত এপ্ৰিল মাহৰ পৰাই আৰম্ভ হৈছে প্ৰচণ্ড গ্ৰীষ্ম...

ৰোগ প্ৰতিৰোধ ব্যৱস্থাত বায়ুপ্ৰদূষণৰ বিৰূপ প্ৰভাৱ পৰে

এটা অধ্যয়নত কোৱা হৈছে যে কভিড মহামাৰীৰ আগতে অতিমাত্ৰা বায়ু প্ৰদূষণৰ কবলত পৰা লোকসকলৰ কভিড-১৯ৰ ভেকচিনৰ এণ্টিবডি ৰেছ্‌পন্‌ছ কম হোৱা দেখা গৈছে৷...

‘সকলোৰে বাবে স্বাস্থ্য’ৰ লক্ষ্যৰWHO-ৰ আহ্বান

বিশ্ব স্বাস্থ্য দিৱসৰ প্ৰাক্‌ক্ষণত বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ডব্লিউ এইচ অ’-এ কভিড-১৯ মহামাৰীৰ ফলত সৃষ্ট ফাকবোৰ দূৰ কৰিবলৈ আৰু সাৰ্বজনীন স্বাস্থ্য ব্যৱস্থাৰ...

পৃথিৱীসদৃশ মাটি-শিল থকাপ্ৰথমটো গ্ৰহৰ সম্ভাৱনা লাভ

পৃথিৱীৰ সমান আকাৰৰ এটা গ্ৰহৰ পৰা অহৰহ আহি থকা বেতাৰ সংকেত বিজ্ঞানীসকলে ধৰা পেলাইছে৷ এই গ্ৰহটো আমাৰ সৌৰজগতৰ...

বিজ্ঞানীৰ চমৎকাৰ ! কৃত্ৰিম ভ্ৰূণেৰে বান্দৰক কৰালে গৰ্ভৱতী

বিজ্ঞানীসকলে গৱেষণাগাৰত তৈয়াৰ কৰা কৃত্ৰিম ভ্ৰূণৰ অৰ্থাৎ ইঞ্জিনীয়াৰ্ড এব্ৰিয়’ৰ দ্বাৰা বান্দৰক গৰ্ভৱতী কৰাত সফলতা লাভ কৰিছে৷ বান্দৰৰ ষ্টেম চেলৰ পৰা গৱেষণাগাৰত এই...

প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ্থেসাজিছে আঢ়ৈ লাখ চৰাইৰ বাহ

ভাৰতৰ ‘নেষ্ট মেন’ বুলি কোৱা হয় ৰাকেশ খত্ৰীক৷ খত্ৰীয়ে সমগ্ৰ দেশতে চৰাইৰ বাবে সাজিছে প্ৰায় আঢ়ৈ লাখ বাহ৷ খত্ৰীৰ মতে, প্ৰকৃতিক আমাৰ...

জানেনে : দিনৰ কোন সময়ত সূৰ্যৰ পৰা ভিটামিন-ডি পাব পাৰি

ভিটামিন-ডি আমাৰ শৰীৰৰ বাবে প্ৰয়োজন৷ শৰীৰত এই ভিটামিন-ডি অভাৱ হ’লে নানাবিধ সমস্যাই দেখা দিব পাৰে৷ হাড় ক্ষয় যোৱা, ইমিউনিটি শক্তি হ্ৰাস পোৱা...

TOP AUTHORS

Most Read

পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ

যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...

নিয়মিত ছচ্‌মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?

ছচ্‌মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্‌মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...

মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব

জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...

মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা

মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...