Health Plus

4859 POSTS0 COMMENTS
http://newshealthplus.com

মহাকাশত নতুন ধূমকেতুৰ আৱিষ্কাৰনিশ্চিত কৰিলে বিজ্ঞানীয়ে

ৰহস্যৰে ভৰপূৰ মহাকাশত এটা নতুন ধূমকেতুৰ সন্ধান পোৱা গৈছে৷ জ্যোতিৰ্বিদসকলে এই কথা প্ৰকাশ কৰিছে৷ নতুনকৈ আৱিষ্কাৰ হোৱা এই ধূমকেতুটোক পৃথিৱীৰ পৰা অহা...

অত্যধিক মানসিক চাপ হৈছে নেকি?তেন্তে এইবোৰ খাব পাৰে

বিভিন্ন কাৰণত মাজে-সময়ে আমাৰ মন বেয়া লাগি থাকে৷ অফিচ-কাছাৰীৰ কাম, ঘৰুৱা বা পঢ়া-শুনা, পাৰিবাৰিক সমস্যা আদিয়ে মনটোক জুমুৰি দি ধৰে৷ এইদৰে মানসিক...

এইবোৰ ডায়েট মানি চলকছালখন চিৰ নতুন হৈ থাকিব

আমি মুখখনৰ সৌন্দৰ্য তথা ইয়াৰ সাৱলীল গঠন একে থকাটো সকলোৱে বিচাৰোঁ৷ কিন্তু বয়স বঢ়াৰ লগে লগে মুখৰ ছালৰো পৰিৱৰ্তন হয়, মুখ শোতোৰা...

মঙলপৃষ্ঠৰ তলত নতুন স্তৰৰ সন্ধান লাভ !

আমেৰিকাৰ মহাকাশ সংস্থা নাছাই অলপতে এইবুলি দাবী কৰিছিল যে চীনৰ জুৰোং ৰভাৰ যোৱা আঠ মাহে মঙলপৃষ্ঠৰ উপৰিভাগত একেখিনি ঠাইতে ৰৈ আছে৷ শেহতীয়াকৈ...

এইবোৰ প্ৰাকৃতিক উপায়েৰে নিয়ন্ত্ৰণকৰিব পাৰে ইউৰিক এচিডৰ সমস্যা

খাদ্যাভ্যাসৰ পৰিৱৰ্তনৰ কাৰণে শৰীৰত ইউৰিক এচিডৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ খাদ্যৰ জৰিয়তে উৎপন্ন হোৱা ইউৰিক এচিড তেডত মিহলি হৈ কিডনীলৈ পঠিয়াই দিয়ে৷...

মহাকাশত বিৰল ঘটনা শুক্ৰ আৰু বৃহস্পতি একেবাৰে ওচৰত!

মহাকাশত ঘটি থকা ঘটনা-পৰিঘটনাবোৰে বিজ্ঞানীসকলৰ লগতে সাধাৰণ লোককো আকৰ্ষণ কৰে৷ মহাকাশত তেনে এক বিৰল মহাজাগতিক ঘটনা দেখিবলৈ পোৱা গ’ল এক মাৰ্চত৷ সেইদিনা...

গৱেষণাত প্ৰকাশ : আদবয়সীয়া মানুহ অধিক সক্ৰিয়

আদবয়সীয়া মানুহৰ এতিয়া চিন্তা-ধাৰণা সলনি হৈছে৷ এনে বয়সৰ মানুহে এতিয়া স্থায়িত্ব আৰু আৰামদায়ক জীৱন-যাপন কটোৱাৰ হাবিয়াস কৰিবলৈ...

মহাকাশত বিজ্ঞানীৰ দুৰ্লভতাৰকাৰাজ্যৰ সন্ধান লাভ

জ্যোতিৰ্বিদসকলে মহাকাশত এখন দুৰ্লভ তাৰকাৰাজ্যৰ সন্ধান লাভ কৰিছে৷ এই তাৰকাৰাজ্যত তিনিটা বিশাল কৃষ্ণ গহ্বৰো আছে৷ এই তাৰকাৰাজ্য বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰতে সৰ্ববৃহৎ হ’ব বুলি...

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

TOP AUTHORS

Most Read

ব্লাড কেঞ্চাৰ নিয়ন্ত্ৰণৰ বাবে ‘ট্ৰ’জান হৰ্ছ’ থেৰাপী

ব্লাড কেঞ্চাৰ ধৰা পৰিলে ৰোগীৰ আতংকৰ শেষ নাথাকে৷ মৃত্যু ভয়ৰ গ্ৰাসে সকলো সময়তে খেদি ফুৰে৷ ব্লাড কেঞ্চাৰ ইমান দ্ৰুতভাৱে সংক্ৰমিত হয় যে...

গাৰ বৰণৰ ওপৰত নিৰ্ভৰ কৰে সূৰ্যালোকত ভিটামিন-ডি শোষণ

ঘণ্টাৰ পাছত ঘণ্টা ধৰি ৰ’দৰ পোহৰ ৰশ্মি বা পোহৰ লগালে ভিটামিন-ডি প্ৰস্তুত হয়নে? উত্তৰত– মুঠেও নহয়৷ ওলোটাই সূৰ্যৰ ৰশ্মিয়ে ছালখনৰ ক্ষতিসাধন কৰি...

ঘৰতে আছে ওঁঠৰ ক’লা দাগ দূৰ কৰাৰ উপায়

ওঁঠ ক’লা পৰা সমস্যাৰ পৰা সমাধান পাবলৈ আপোনাৰ ৰান্ধনী ঘৰৰ লুকাই আছে সমাধানৰ উপায়৷ বহু সময়ত লক্ষ্য কৰা যায় যে ওঁঠযুৰি ক্ৰমে...

গাখীৰতকৈও এইবোৰ খাদ্যত বেছি কেলচিয়াম পোৱা যায়

স্বাস্থ্য ভালে ৰাখিবলৈ ভিটামিন, মিনাৰেলত লগতে কেলচিয়ামৰো প্ৰয়োজন হয়৷ গাখীৰতকৈও এইবোৰ খাদ্যত বেছি পৰিমাণে কেলচিয়াম পোৱা যায়৷ শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে সকলোতকৈ...