Health Plus
4940 POSTS0 COMMENTS
http://newshealthplus.comচাঞ্চল্যকৰ তথ্য : অন্য গ্ৰহৰ প্ৰাণীয়ে পৃথিৱী ভ্ৰমণ কৰে
Health Plus - 0
আেআেআমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ পেণ্টাগনে ইউ এফ অ’, উৰন্ত শিখা তথা আন গ্ৰহৰ প্ৰাণীৰ সম্পৰ্কত এক চাঞ্চল্যকৰ তথ্য আগবঢ়াইছে৷ পেণ্টাগনৰ অল ডমেইন এন’মলি...
৩০ হাজাৰ নতুন ভাইৰাছৰসন্ধান লাভ বিজ্ঞানীৰ
Health Plus - 0
বিজ্ঞানীসকলে ৩০ হাজাৰ নতুন ভাইৰাছৰ সন্ধান লাভ কৰিছে৷ এই ভাইৰাছবোৰ এককোষী অণুজীৱৰ ডি এন এত লুকাই আছে৷ এটা অণুজীৱ অতি ক্ষুদ্ৰ আৰু...
বিছনাত শোওঁতে কোনফালেশোৱাটো স্বাস্থ্যৰ পক্ষে উত্তম
Health Plus - 0
টোপনি আমাৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজন৷টোপনিয়ে আমাৰ শৰীৰৰ কাৰ্যসমূহ পুনৰ সক্ৰিয় কৰাত সহায় কৰে৷ গতিকে গোটেই দিনটোৰ ব্যস্ততাৰ...
অভিনৱ আৱিষ্কাৰ : চাহ গছৰ পোক নিৰ্মূল কৰিব কীট-পতংগই
Health Plus - 0
গোলকীয় উষ্ণতা বৃদ্ধিৰ সমান্তৰালভাৱে বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনে বিগত কেইবছৰ ধৰি অসমৰ লগতে সমগ্ৰ দেশৰে চাহ খেতিত বিৰূপ প্ৰভাৱ পেলাইছে৷ বিশেষকৈ দেশৰ মুঠ...
সমুদ্ৰৰ ৮ কিঃমিঃ গভীৰতাতদেখা গ’ল কিছু অজানা কথা
Health Plus - 0
বৰ্তমান বিশ্বৰ উন্নতিয়ে সৰ্বোচ্চ উচ্চতা অতিক্ৰম কৰাৰ পাছতো কিন্তু আজিও কিছুমান অজানা কথা ৰৈ গৈছে৷ বিশ্বত আজিও বহু...
নক্ষত্ৰৰ বিস্ফোৰণে পৃথিৱীত সংকটৰ সৃষ্টি কৰিব পাৰে : নাছা
Health Plus - 0
মহাকাশত কোনো নক্ষত্ৰৰ বিস্ফোৰণে পৃথিৱীৰ দৰে গ্ৰহৰ বাবে নতুন সংকটৰ সৃষ্টি কৰিব পাৰে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এই কথা প্ৰকাশ কৰিছে৷...
সাৱধান : বৰ্নভিটাত পোৱা গৈছে ঘাতক কেঞ্চাৰৰ উপাদান !
Health Plus - 0
বৰ্নভিটা এবিধ শক্তিবৰ্ধক পানীয় হিচাপে বহুল ব্যৱহূত হৈ আহিছে৷ মাৰ্কিন সংস্থাৰ নেচলেণ্ডৰ অধীনত কেডবেৰীয়ে এইবিধ জনপ্ৰিয় শক্তিবৰ্ধক পানীয় প্ৰস্তুত কৰি আহিছে৷ আমাৰ...
প্ৰখৰ ৰ’দত ছাদ, বেলকনিৰগছৰ যত্ন কিদৰে ল’ব
Health Plus - 0
গ্ৰীষ্মকাল সোমোৱাৰ লগে লগে সূৰ্যৰ উত্তাপো যেন ক্ৰমান্বয়ে বাঢ়ি আহিছে৷ সূৰ্যৰ প্ৰখৰ উত্তাপে জনতাক ঘৰৰ বাহিৰ ওলাব নোৱৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ প্ৰখৰ...
বিশ্বৰ গভীৰতম নীলা গহ্বৰৰ সন্ধান ক’ত লাভ কৰিলে বিজ্ঞানীয়ে ?
Health Plus - 0
বিজ্ঞানীয়ে মেক্সিকোৰ উপসাগৰৰ বিশ্বৰ গভীৰতম নীলা গহবৰৰ সন্ধান লাভ কৰিছে৷ সমুদ্ৰতলিৰ ৯০০ ফুট গভীৰত এই বিশাল নীলা গহ্বৰটোৰ আয়তন এক লাখ ৪৭...
ভাৰতৰ এটা কফ ছিৰাপকঅনুপযোগী ঘোষণা WHO-ৰ
Health Plus - 0
ভাৰতত নকল ঔষধ পয়োভৰ ঘটাটো কোনো নতুন কথা নহয়৷ মাজে-সময়ে এনেধৰণৰ খবৰ শুনা যায়৷ আনহাতে ভাৰতত উৎপাদিত ঔষধত...
Most Read
পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ
যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...
নিয়মিত ছচ্মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?
ছচ্মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...
মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব
জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...
মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা
মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...