Health Plus

4940 POSTS0 COMMENTS
http://newshealthplus.com

জনসংখ্যা বৃদ্ধিৰ লক্ষ্য : অকলশৰীয়া মহিলাক সন্তান ধাৰণৰ অনুমতি : ক’ত?

সমগ্ৰ বিশ্বই এক অভাৱনীয় জনসংখ্যা বৃদ্ধিৰ ভৰ সহ্য কৰিবলগীয়া হৈছে৷ বিশ্বতে দৈনিক হাজাৰগুণে সন্তান জন্ম হোৱাৰ ফলত জনসংখ্যাৰ বৃদ্ধিৰ লেখডাল ক্ৰমে ঊৰ্ধ্বমুখী...

অৱলুপ্তি প্ৰাণীৰ জিনেৰে কৃত্ৰিম মাংস প্ৰস্তুত : কেনেকৈ?

পৃথিৱীৰ এনে এটা সময় আহিব, য’ত নেকি প্ৰাণীজ মাংস খোৱাৰ অৱকাশ নাথাকিব৷ তেতিয়া কৃত্ৰিমভাৱে তৈয়াৰী মাংসতে পৃথিৱীবাসী ভৰসা কৰিবলগীয়া হ’ব৷ অলপতে নেদাৰলেণ্ডাৰ...

দৈ খোৱাৰ সময়তএইবোৰ ভুল নকৰিব

দৈ খোৱা শৰীৰৰ স্বাস্থ্যৰ বাবে খুব ভাল৷ নিয়মিতভাৱে দৈ সেৱন কৰিলে শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে৷ ইয়াৰ লগতে শাৰীৰিক অন্য সমস্যাও সমাধান হয়৷...

সতৰ্ক হওক : ফ্ৰীজত ভুলতো এইকেইবিধ নাৰাখিব

শাক-পাচলি সতেজ তথা বহুদিনলৈ নষ্ট নোহোৱাকৈ ৰাখিবলৈ ফ্ৰীজত ৰখা হyয়৷ কিন্তু আমি সকলো পাচলিয়েই ফ্ৰীজত ৰখা উচিতনে? উত্তৰত ক’ব পাৰি মুঠেও নহয়৷...

নাছাই প্ৰকাশ কৰিলেপৃথিৱীৰ মনোৰম দৃশ্য

মহাকাশৰ পৰা তোলা পৃথিৱীৰ মনোৰম দৃশ্যৰ ফটো প্ৰকাশ কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই৷ উল্লেখ্য যে নাছাই ইনষ্টাগ্ৰামৰ জৰিয়তে নিয়মীয়াকৈ আকৰ্ষণীয় ভিডিঅ’...

তিমি মাছৰ বৃদ্ধি তথাপ্ৰজনন সম্পৰ্কে জানক

তিমি মাছক স্তন্যপায়ী প্ৰাণীৰ সৰ্ববৃহৎ বুলি গণ্য কৰা হয়৷ যদিও তিমিক মাছ বোলা হয়, কিন্তু তিমি মানুহৰ দৰে...

কিডনী আজীৱন সুস্থ ৰাখিবলৈএইবোৰ বাদ দিয়ক

কিডনী দেহৰ এক গুৰুত্বপূৰ্ণ অংগ৷ শৰীৰৰ এই অংগটোৰ প্ৰধান কাম হ’ল ফিল্টাৰ কৰা, যাতে শৰীৰৰ ভিতৰৰ বিষাক্ত পদাৰ্থ বাহিৰ হৈ থাকে৷ কিডনী...

ভাৰতবৰ্ষত গৰ্ভস্থ শিশুৰপ্ৰাণ লৈছে প্ৰদূষিত বায়ুৱে

বিশ্বৰ প্ৰায় সকলো দেশেই প্ৰদূষণৰ কবলত পৰিছে৷ সমগ্ৰ বিশ্বতে ভয়ানকভাৱে বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা৷ যাৰ ফলত দৈনিক ন...

সমুদ্ৰ ওলট-পালট কৰি দিছে ৱাটাৰ স্পাউটে !

সমুদ্ৰৰ উষ্ণ পানীৰ ওপৰত আদ্ৰৰ্ বায়ু বা বতাহৰ ঘূৰ্ণীয়মান স্তম্ভবোৰকে জলস্ৰোত বা ৱাটাৰ স্পাউট বুলি কোৱা হয়৷ এইবোৰ ঘূৰ্ণীবতাহকৈও বিপজ্জনক হ’ব পাৰে৷...

হেপ্পিনেছ ইনডেক্সৰ ভিত্তিতমিজোৰাম আটাইতকৈ সুখী ৰাজ্য

গুৰগ্ৰামৰ মেনেজমেণ্ট ডেভেলপমেণ্ট ইন্‌ষ্টিটিউটৰ কৌশল বিভাগৰ অধ্যাপক ৰাজেশ কে পিল্লানিয়াই চলোৱা এক অধ্যয়নত মিজোৰামক ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ সুখী ৰাজ্য হিচাপে ঘোষণা কৰা...

TOP AUTHORS

Most Read

পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ

যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...

নিয়মিত ছচ্‌মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?

ছচ্‌মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্‌মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...

মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব

জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...

মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা

মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...