Health Plus
4940 POSTS0 COMMENTS
http://newshealthplus.comসাৱধান : দেশৰ কিছু ৰাজ্যত পৰিব ঘূৰ্ণীবতাহ মোকাৰ প্ৰভাৱ
Health Plus - 0
সোমবাৰ অৰ্থাৎ আঠ মে’ৰ পৰা সাগৰৰ ঘূৰ্ণীবায়ু দক্ষিণ পূব বংগোপসাগৰৰ ওপৰত নিম্নচাপত পৰিণত হ’ব পাৰে৷ তাৰ পৰা এই...
২০৬০ চনলৈ ১২-১৮ দিনপৰ্যন্তবৃদ্ধি পাব গ্ৰীষ্মপ্ৰবাহৰ প্ৰকোপ
Health Plus - 0
এইবাৰ এপ্ৰিল মাহৰ পৰা উৎকট গৰমে জনসাধাৰণক ত্ৰাহিমধুসূদন দেখুৱাইছে৷ সূৰ্যৰ প্ৰখৰ তাপত বাহিৰলৈ ওলাবলৈকে দহবাৰ ভাবিবলগীয়া হৈছে৷ সূৰ্যৰ তাপৰ পাৰাস্তম্ভ কোনোবাদিনা ৪০...
তীব্ৰ গৰমত ডাবৰ পানী নে ORSকোনবিধ বেছি উপকাৰী
Health Plus - 0
গ্ৰীষ্মৰ উত্তাপে দহিছে ৰাজ্যবাসীক৷ এপ্ৰিল মাহতে সূৰ্যৰ দহনে সহ্যৰ সীমা চেৰাই গৈছে৷ এই উত্তাপত খাদ্যৰ লগতে শৰীৰৰ প্ৰতি খেয়াল ৰখাটো জৰুৰী৷ নহ’লে...
দাঁতৰ অযত্নত হ’ব পাৰে হৃদৰোগ ! দাঁতৰ যত্ন কিদৰে ল’ব ?
Health Plus - 0
আমাৰ দাঁত দুপাৰী হৈছে সৌন্দৰ্যৰ প্ৰতীক৷ দাঁত দুপাৰীয়ে মানুহৰ সৌন্দৰ্য গুগুণে বঢ়াই দিয়ে৷ ইয়াৰ লগতে দাঁতে আমাৰ শাৰীৰিক শক্তি বজাই ৰাখে৷ দাঁতৰ...
গৰমৰ দিনত তিয়ঁহ খাওকজানক ইয়াৰ চমৎকাৰ গুণাগুণ
Health Plus - 0
গৰমৰ দিনত অত্যধিক পানীৰ পিয়াহ লাগি গল শুকাই গৈছে যদি এটা তিয়ঁহ কাটি খাই দিবচোন৷ লগে লগে পিয়াহ নাইকিয়া হৈ যাব লগতে...
উদ্বেগজনক তথ্য : ভজা খাদ্যই মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়
Health Plus - 0
ফ্ৰেন্স ফ্ৰাইডৰ দৰে ভজা খাদ্য যিমান জুতি লগা সিমানেই ক্ষতিকাৰকো৷ গৱেষকসকলে এটা নতুন অধ্যয়নত এই তথ্য লাভ কৰিছে৷ গৱেষকসকলৰ মতে, ই মানুহৰ...
বিজ্ঞানীৰ অনুসন্ধান : ৰহস্যময় শব্দ আহিছে মহাকাশৰ পৰা
Health Plus - 0
পৃথিৱীৰ বাদে আন গ্ৰহত প্ৰাণী আছে নে নাই, আছে যদি ক’ত আছে সেই বিষয়ে জনাৰ বাবে বিজ্ঞানীসকলে অহৰহ চেষ্টা কৰি আছে৷ আন...
শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ হ’ব : ক’ত?
Health Plus - 0
আমেৰিকাত অচিৰেই ১৩ বছৰতকৈ কম বছৰৰ শিশুৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব৷ দেশখনৰ উচ্ছ সদন ছিনেটত এই সম্পৰ্কত...
আৰ্ছেনিকযুক্ত পানী আৰ্ছেনিকমুক্তকৰিবলৈ কেপছুল উদ্ভাৱন
Health Plus - 0
অসমত বহু ঠাইত এতিয়াও আৰ্ছেনিকুক্ত পানী সেৱন কৰাৰ লগতে নিত্য প্ৰয়োজনীয় বিভিন্ন কামত ব্যৱহাৰ কৰি আহিছে৷ যাৰ ফলত...
উপগ্ৰহৰ ইন্ধনৰ বাবেমহাকাশত গেছ ষ্টেচন !
Health Plus - 0
বাহনত ইন্ধন শেষ হ’লে পুনৰ ভৰাব পাৰি৷ পৃথিৱীত থকা সকলো বাহনৰ ক্ষেত্ৰতে এই সুবিধা আছে৷ কিন্তু মহাকাশত উৰি ফুৰা কৃত্ৰিম উপগ্ৰহৰ বাবে...
Most Read
পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ
যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...
নিয়মিত ছচ্মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?
ছচ্মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...
মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব
জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...
মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা
মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...