Health Plus
4940 POSTS0 COMMENTS
http://newshealthplus.comপৃথিৱী বাসোপযোগী হৈ থাকিবনে?নিৰ্ভৰ কৰিছে এইবোৰ দিশৰ ওপৰত
Health Plus - 0
অদূৰ ভৱিষ্যতে আমি বাস কৰা পৃথিৱীখন বাসোপযোগী হৈ থাকিবনে নাই, সেই কথাটো সম্পূৰ্ণ নিৰ্ভৰ কৰিছে কেইটামান দিশৰ ওপৰত৷ গৱেষকসকলে ইয়াক লৈ কৰা...
মোবাইলৰ স্ক্ৰিনগাৰ্ডলগোৱাটো কিয় প্ৰয়োজনীয়
Health Plus - 0
আজিকালি সকলোৱে স্মাৰ্টফোনহে ব্যৱহাৰ কৰে৷ এই স্মাৰ্টফোনবোৰ অতি ব্যয়বহুল হয়৷ সেয়ে এবাৰ কিনাৰ পাছত ইয়াক নিৰাপদে ৰখাৰ এটা দায়িত্ব থাকে৷ বিশেষতঃ স্মাৰ্টফোনৰ...
কৌতূহল : ৮০০টা ৰহস্যময় ঘটনাৰ সম্ভেদ নাছাৰ
Health Plus - 0
ইউ এফ অ’ক লৈ বিশ্বত কৌতূহল অব্যাহত আছে৷ ইউ এফ অ’ই মানৱ জাতিৰ বাবে গভীৰ ৰহস্য৷ এই ৰহস্যৰ মেৰ এতিয়াও খোল খোৱা...
বৰফৰ দ্ৰুত গলনৰ ফলতসমুদ্ৰস্তৰৰ উচ্চতা বৃদ্ধি
Health Plus - 0
ক্ৰমশঃ উষ্ণ হৈছে এণ্টাৰ্কটিকা৷ নেচাৰ পত্ৰিকাত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ হৈছে যে এণ্টাৰ্কটিকাত গ্লেছিয়াৰ গলিবলৈ ধৰিছে৷ এণ্টাৰ্কটিকাৰ যি...
অধ্যয়নে ক’লে : কম টোপনিয়ে মেদ বঢ়ায়
Health Plus - 0
বৰ্তমান সমগ্ৰ বিশ্বৰে বৃহৎসংখ্যক লোক মেদবহুলতাত ভুগিছে৷ কম টোপনিও ইয়াৰ এটা প্ৰধান কাৰণ৷ গৱেষকৰ দল এটাই এই কথা প্ৰকাশ কৰিছে৷ গৱেষকৰ মতে...
গৱেষণাৰ ফল : পৰিচ্ছন্ন বিদ্যুৎ উৎপাদনৰ পদ্ধতি
Health Plus - 0
সাম্প্ৰতিক কালত বিশ্বত পৰিচ্ছন্ন বিদ্যুৎৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও চাহিদা অনুপাতে বিদ্যুৎ উৎপাদন কৰিব পৰা নাই৷ এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই...
গভীৰ সমুদ্ৰত পাঁচ হাজাৰনতুন প্ৰজাতিৰ সন্ধান লাভ
Health Plus - 0
বিজ্ঞানীয়ে প্ৰশান্ত মহাসাগৰৰ এটা অঞ্চলত পাঁচ হাজাৰৰো অধিক নতুন প্ৰজাতিৰ সন্ধান লাভ কৰিছে৷ যাক গভীৰ সমুদ্ৰ খনিৰ বাবে...
নাছাৰ সতৰ্কবাণী : পৃথিৱী অভিমুখে বিশাল গ্ৰহাণু
Health Plus - 0
পৃথিৱীৰ অভিমুখে আহি আছে এটা বিশাল গ্ৰহাণু৷ এই গ্ৰহাণুটো প্ৰকৃততে এটুকুৰা প্ৰকাণ্ড শিলাখণ্ড৷ এই শিলাখণ্ডই অহা দহ দিনৰ ভিতৰত পৃথিৱীক খুন্দিওৱাৰ আশংকা...
উজ্জ্বল পোহৰৰ বিচ্ছুৰণ ঘটাব পৰা খনিজ পদাৰ্থ আৱিষ্কাৰ : ক’ত?
Health Plus - 0
অতিবেঙুনীয়া ৰশ্মিৰ সংস্পৰ্শত উজ্জ্বল জ্যোতিৰ বিচ্ছুৰণ ঘটাব পাৰে, এনে একধৰণৰ নতুন খনিজ পদাৰ্থ আৱিষ্কাৰ হৈছে জাপানত৷ দেশখনৰ ৰাষ্ট্ৰীয়...
বিশ্বৰ কেইবাখনো দেশতজনসংখ্যাৰ হাৰ হ্ৰাস
Health Plus - 0
বৰ্তমান বিশ্বত এটা গুৰুতৰ সমস্যাই দেখা দিছে, সেয়া হৈছে বিশ্বৰ কেইবাখনো দেশত জন্মৰ হাৰ নিম্নগামী হৈছে৷ উদ্যোগিক বিপ্লৱৰ আঢ়ৈশ বছৰৰ পাছত পৃথিৱীৰ...
Most Read
পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ
যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...
নিয়মিত ছচ্মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?
ছচ্মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...
মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব
জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...
মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা
মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...