Health Plus
4940 POSTS0 COMMENTS
http://newshealthplus.comৰাতি কমোডত এফোটা নহৰু ৰাখকফল দেখি চমকি উঠিব
Health Plus - 0
নহৰুৰ ঔষধি তথা খাদ্যগুণৰ তুলনা নাই৷ মছলা হিচাপে খোৱা নহৰুৱে আমাৰ স্বাস্থ্যৰক্ষা যথেষ্ট সহায় কৰাৰ লগতে নানা ৰোগ-ব্যাধিৰ পৰা শৰীৰক সুৰক্ষা প্ৰদান...
মহাকাশত প্ৰথম ব্লাড ষ্টেম চেল কোনে প্ৰস্তুত কৰিলে ?
Health Plus - 0
প্ৰাথমিক পৰ্যায়ত মহাকাশত ব্লাড ষ্টেম চেল বৃদ্ধিৰ বাবে বিশ্বৰ প্ৰথম দেশ হোৱাৰ দৌৰত এঢাপ আগবাঢ়িছে চীনে৷ চীনা বিজ্ঞানীসকলে...
সমীক্ষা : আটাইতকৈ বেছি সুৰাপান কৰে ইউৰোপীয় লোকে
Health Plus - 0
সুৰাপান এক বদঅভ্যাস বুলি সকলোৱে জানো৷ সমগ্ৰ বিশ্বত সুৰা পানৰ কৰাৰ ফলত বিভিন্ন দুৰ্ঘটনাজনিত কাৰণত বছৰি কেইবা লাখ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷...
নাম এণ্ডি : বিশ্বৰ উশাহ ল’ব পৰা প্ৰথমটো ৰবট
Health Plus - 0
বৰ্তমান বিশ্বত ৰবটৰ ব্যাপকভাৱে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে৷ মানুহে কৰিব নোৱৰা বহু কাম ৰবটৰ দ্বাৰা সম্ভৱপৰ হৈ উঠিছে৷ আনকি হোটেল-ৰেস্তোৰাঁত এতিয়া ৰবটে...
নাছাৰ যানে বিচাৰি পালেসৌৰ ধুমুহাৰ উৎস
Health Plus - 0
সূৰ্যৰ ৰহস্য উদঘাটনৰ বাবে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰেৰণ কৰা মহাকাশ যান পাৰ্কাৰ ছ’লাৰ প্ৰবে বৃহৎ সফলতা লাভ কৰিছে৷ যানখনে সূৰ্যপৃষ্ঠত...
অসমত এম বি বি এছ বি ডি এছপাঠ্যক্ৰমৰ সংৰক্ষিত আসন বৃদ্ধি
Health Plus - 0
ৰাজ্য চৰকাৰে গুৱাহাটী মেডিকেল কলেজসমূহৰ এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত ছয় জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসন বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ...
দৃষ্টি-বিভ্ৰম : শূন্যত ভাহিছে নৌ জাহাজ
Health Plus - 0
জাহাজ বা যিকোনো নৌকা পানীত চলাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু এই জাহাজ পানীত নচলি যদি শূন্যত উৰি ফুৰে, তেতিয়াহ’লে চকু কপালত উঠাটো...
জ্যোতিৰ্বিদৰ বহিঃগ্ৰহত বাষ্পআৰু গেছৰ সন্ধান লাভ
Health Plus - 0
আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই সৌৰজগতৰ বাহিৰৰ এটা গ্ৰহত পানী থকাৰ তথ্য লাভ কৰিছে৷ ২০০৯ চনত আৱিষ্কাৰ কৰা এই গ্ৰহটোৰ নাম দিয়া...
স্মাৰ্টফোনটো slow হৈছে নেকি?এই উপায়েৰে দ্ৰুত কৰক
Health Plus - 0
কিছুসংখ্যক এণ্ড্ৰয়ড ফোন ব্যৱহাৰকাৰীয়ে মাজে মাজে অভিযোগ কৰা দেখা যায় যে ফোনটো ব্যৱহাৰৰ কিছুদিন পাছতেই তেওঁলোকৰ মোবাইলটোৰ গতি মন্থৰ বা slow হৈ...
ঘৰতে কিদৰে প্ৰ’টিন পাউডাৰ প্ৰস্তুত কৰিব ?
Health Plus - 0
আমাৰ শৰীৰ বাবে প্ৰ’টিন নিতান্তই প্ৰয়োজনীয় উপদান৷ যিসকলে শৰীৰৰ ওজন বঢ়াবলৈ বিচাৰে বা যিসকলে নিয়মিতভাৱে জিমলৈ যায়, তেওঁলোকে প্ৰ’টিন পাউডাৰ গ্ৰহণ কৰে৷...
Most Read
পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ
যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...
নিয়মিত ছচ্মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?
ছচ্মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...
মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব
জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...
মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা
মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...