Health Plus

4940 POSTS0 COMMENTS
http://newshealthplus.com

অবিশ্বাস্য হ’লেও সত্যকৃত্ৰিম মানৱ ভ্ৰূণ প্ৰস্তুত

মানুহ জন্ম-বৃত্তান্ত কোনো এক ঐশ্বৰিক শক্তি হিচাপে জ্ঞান কৰা হয়৷ যুগ যুগ ধৰি এই প্ৰথা চলি আহিছে৷ কথাতে কয় যে জন্ম, মৃত্যু,...

শনিৰ উপগ্ৰহত জীৱ সৃষ্টিৰ বাবেপ্ৰয়োজনীয় ফচফৰাছৰ উপস্থিতিৰ তথ্য

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই আন গ্ৰহত জীৱৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে৷ বিশেষকৈ মঙল গ্ৰহত জীৱৰ সন্ধানত নাছাই অভিযান চলাই আছে৷ ইয়াৰ...

গৰমত ঘামৰ দুৰ্গন্ধ কেনেদৰে নিৰাময় কৰিব !

ঘামৰ সমস্যা মানুহৰ গোটেই বছৰে থাকে যদিও গৰমৰ দিনকেইটাত এই সমস্যা বেছিকৈ বাঢ়িবলৈ লয়৷ উৎকট গৰমত গোটেই দিনটো লৰি-ঢাপৰি ফুৰোঁতে ওলোৱা ঘামে...

২০ হাজাৰ বছৰলৈ বিদ্যুতৰ অভাৱ নহয় : ক’ত?

সমগ্ৰ বিশ্বতে শক্তিৰ চাহিদা বৃদ্ধি পোৱাৰ সময়তে চীনে থৰিয়ামেৰে চলাব পৰা পাৰমাণৱিক ৰিয়েক্টৰৰ অনুমতি দিয়ে৷ এই ৰিয়েক্টৰটো গোবী মৰুভূমিত স্থাপন কৰা হ’ব৷...

কেঞ্চাৰ ৰোগৰ ২০শতাংশ কাৰণ অজ্ঞাত

সমগ্ৰ বিশ্বতে কৰ্কট ৰোগ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত বিগত কেইবছৰমান ধৰি এই ৰোগে মাৰাত্মক ৰূপ ধাৰণ কৰিছে৷ যাৰ ফলস্বৰূপে বছৰি বৃহৎ...

দৈনিক চাবোনেৰে গা ধোৱাছালৰ বাবে ক্ষতিকাৰক

সুস্থ থাকিবলৈ অকল স্বাস্থ্যকৰ খাদ্য খালেই নহয়, শৰীৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা খুবেই জৰুৰী৷ ব্যক্তিগত স্বাস্থ্যবিধিয়ে আমাৰ স্বাস্থ্য সুস্থ ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সেয়ে...

অসম্ভৱকো সম্ভৱ :মহাশূন্যত ফুল ফুলালে নাছাই

পৃথিৱীৰ দৰে কি কি ঘটনা ঘটে মহাকাশত৷ কিধৰণৰ ঘটনা পৃথিৱীৰ দৰে মহাকাশতো ঘটাটো সম্ভৱ হয়৷ মহাকাশ বিজ্ঞানীৰ এই...

ভূগৰ্ভৰ অধিক পানী উলিওৱাৰ ফলপৃথিৱীৰ মেৰুদণ্ড হৈছে অধিক হেলনীয়া

ভূগৰ্ভৰ পৰা অত্যধিক পৰিমাণে পানী উলিওৱাৰ ফলত পৃথিৱীৰ ভৰৰ ভাৰসাম্যতাত প্ৰভাৱ পৰিছে৷ ইয়াৰ ফলত পৃথিৱীৰ মেৰুদণ্ডও অধিক হেলনীয়া...

গৱেষণাৰ বাবে থকা মানৱঅংগৰ অনলাইন ব্যৱসায়

বিশ্বত চিকিৎসা বিজ্ঞান যিমানে আগবাঢ়ি গৈছে, সিমানেই যেন মানুহ অমানুহ হৈ গৈছে৷ আমি যাক বা যি ক্ষেত্ৰত লগত জড়িতসকলক ভগৱান বুলি জ্ঞান...

মহাকাশত এনে ভয়ংকৰবিস্ফোৰণ আগতে ঘটা নাছিল

মহাকাশত বিস্ফোৰণ কোনো নতন কথা নহয়৷ মহাকাশত বিস্ফোৰণ হৈয়েই থাকে৷ কিন্তু ইমান ভয়ংকৰ বিস্ফোৰণ আগতে কেতিয়াও হোৱা নাছিল৷ যি মহাকাশৰ বিস্ফোৰণ ধৰা...

TOP AUTHORS

Most Read

পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ

যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...

নিয়মিত ছচ্‌মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?

ছচ্‌মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্‌মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...

মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব

জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...

মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা

মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...