Health Plus
4869 POSTS0 COMMENTS
http://newshealthplus.comবিশ্বৰ আটাইতকৈ দামী পানীয়বিধৰ দাম জানেনে ?
Health Plus - 0
আমাৰ শৰীৰৰ বাবে পানী অতি গুৰুত্বপূৰ্ণ৷ পানীয়ে আমাৰ শৰীৰক বিভিন্ন ধৰণৰ খনিজৰ যোগান ধৰে৷ নিজকে সম্পূৰ্ণভাৱে সুস্থ কৰি...
মোবাইলৰ বেটাৰী দীৰ্ঘস্থায়ীৰাখিবলৈ চাৰ্জ দিয়াৰ পদ্ধতি
Health Plus - 0
বৰ্তমান জীৱনশৈলীত মোবাইল ফোনটো এটা এৰাব নোৱৰা সামগ্ৰীত পৰিণত হৈছে৷ মোবাইল ফোনৰ ব্যৱহাৰ অপ্ৰত্যাশিতভাৱে বাঢ়িছে৷ দৈনন্দিন সকলো কামটো মোবাইল ব্যৱহাৰ সৰ্বাধিক৷ এতিয়া...
কোন জংঘলত খোজ মিলিল৫ হাজাৰ বছৰ আগৰ সভ্যতাৰ !
Health Plus - 0
গুজৰাটৰ দেবগড় বৰিয়া বনাঞ্চলৰ ঐতিহাসিক গুৰুত্ব অপৰিসীম৷ অতীজৰে পৰা মধ্যপ্ৰস্তৰ যুগৰ বহু প্ৰত্নতাত্ত্বিক নিদৰ্শনৰ সমল পোৱা গৈছে এই বনাঞ্চল তথা ইয়াৰ সংলগ্ন...
বিবাহৰ নামত প্ৰতিদিনে ভাৰতীয়ই কিমান ব্যয় কৰে জানেনে ?
Health Plus - 0
ভাৰতীয় সমাজ ব্যৱস্থাত বিবাহ এক পৰম্পৰা৷ এই মাংগলিক অনুষ্ঠানটোৰ দ্বাৰা, বিধি ব্যৱস্থা মতে ভাৰতীয় পুৰুষ আৰু মহিলাসকলে বিবাহ পাশত আবদ্ধ হৈ সাংসাৰিক...
নাছাৰ ছবি : শনিৰ উপগ্ৰহত পানীৰ ফোৱাৰ !
Health Plus - 0
আমাৰ সৌৰ জগতৰ আটাইতকৈ বেছি উপগ্ৰহ থকা গ্ৰহটো হ’ল শনি৷ শনিৰ ১৪৫টা উপগ্ৰহ আছে৷ ইয়াৰ ভিতৰত ইনচেলেডাছো এটা৷ ইনচেলেডাছ শনিৰ ষষ্ঠ সৰ্বূহৎ...
ৰন্ধন গেছত খাদ্য ৰন্ধাটো স্বাস্থ্যসন্মতনে ?
Health Plus - 0
বৰ্তমান সময়ত ৰন্ধন কাৰ্যত খৰিৰ ব্যৱহাৰ নাইকিয়া হৈছে৷ তাৰ ঠাই দখল কৰিছে ৰন্ধন গেছে৷ হোটেল, ৰোস্তোৰাঁ, বিবাহ আদি অনুষ্ঠান আনকি ঘৰুৱাভাৱে প্ৰস্তুত...
আপুনি জানেনে?স্মাৰ্টফোনৰো এক্সপায়াৰি ডেট থাকে
Health Plus - 0
বজাৰৰ পৰা আমি যিবোৰ বস্তু ক্ৰয় কৰোঁ, সেই সকলো বস্তুৰে একেটা নিৰ্দিষ্ট ম্যাদ বা এক্সপায়াৰি ডেট থাকে৷ সেয়া...
বিজ্ঞানীৰ প্ৰস্তুতিমঙলত থাকিব এবছৰ !
Health Plus - 0
মঙল গ্ৰহত থকাটো শুনিবলৈ আচৰিত নহয়নে৷ তাতো এদিন দুদিন নহয় সম্পূৰ্ণ এবছৰ থাকিব মঙলত৷ এই বাতৰিয়ে সকলোকে স্তম্ভিত কৰিছে৷ হয়, কথাটো শুনিবলৈ...
উদ্বেগজনক তথ্য : বিশ্বত বৃদ্ধি পাইছে ক্ষুধাতুৰৰ সংখ্যা
Health Plus - 0
সমগ্ৰ বিশ্বতে ভয়াৱহভাৱে ক্ষুধাতুৰ লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ বিভিন্ন ৰাষ্ট্ৰৰ চৰকাৰ-প্ৰশাসনে যিমানেই ঢাক-ঢোল নবজাওক কিয়, অনাহাৰে জীৱন কটোৱা লোকৰ সংখ্যা যে...
ডিমেনছিয়াক লৈ নতুন গৱেষণামিথানলে আনিছে আশাৰ বতৰা
Health Plus - 0
আলজেইমাৰ এতিয়া সমগ্ৰ বিশ্বতে এক ডাঙৰ মানসিক সমস্যাৰূপে দেখা দিছে৷ বিশ্বত কমেও ৪ কোটি ৪০ লাখ লোক আলজেইমাৰত আক্ৰান্ত হৈছে৷ ভাৰতত ডিমেনছিয়াত...
Most Read
দ্ৰুতগতিত বৃদ্ধি মগজু, কিডনী বাবে বিপজ্জনক এইবিধ ভেঁকুৰ
এছপাৰগিলাছ ফুমিগেটাছ নামৰ ভেঁকুৰবিধৰ দ্ৰুতগতিত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ যাৰ বাবে ক্ৰমশঃ অসুস্থ হৈছে মানুহ৷ বতাহত সহজে ভাহি আহি আক্ৰমণ কৰিছে মানুহক৷...
আম অকল সুস্বাদুইনে? জানক ইয়াৰ উপকাৰিতা
আম এবিধ অতি সুস্বাদু ফল৷ গ্ৰীষ্মকালত পোৱা ফলসমূহৰ ভিতৰত আম সকলোতকৈ আকৰ্ষণীয় আৰু এবিধ পুষ্টিকৰ ফল৷ আমত প্ৰচুৰ পৰিমাণে ভিটামিন-এ আৰু...
সন্তানৰ বুদ্ধিৰ ধাৰ বৃদ্ধিত এই আসন শিকাওক
সন্তানৰ মস্তিষ্কৰ শ্ৰীবৃদ্ধি তথা বৃদ্ধিৰ কাৰণে সৰুৰে পৰা যত্ন লোৱা উচিত৷ সৰুতে শিশুৱে সকলোখিনি আয়ত্ত কৰি লয়৷ এই ক্ষেত্ৰত সঠিক পথ...
একেবাৰে নিৰ্মূল হ’ব পাৰ্কিনশ্যন! স্নায়ুৰ ৰোগৰ নতুন আশাৰ পোহৰ
বয়স বৃদ্ধিৰ লগে লগে যিবোৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে, তাৰ ভিতৰত পাৰ্কিনশ্যন অন্যতম৷ বিশ্বব্যাপী লাখ লাখ মানুহ পাৰ্কিনশ্যনত আক্ৰান্ত হয়৷ মূলতঃ...