Health Plus
4940 POSTS0 COMMENTS
http://newshealthplus.comখোজকঢ়াটো মহৌষধ : এই অভ্যাসে মানসিক সুস্বাস্থ্যৰো অধিকাৰী কৰে
Health Plus - 0
আজিকালি বহুতেই পুৱা-গধূলি খোজ কাঢ়ে৷ মৰ্নিং ৱাক অথবা ইভিনিং ৱাক কৰাৰ বাবে পুৱাই হওক বা আবেলিয়েই হওক– ৰাস্তাই-ঘাটে, পাৰ্ক, মুকলি ঠাই আদি...
ভাৰত মহাসাগৰত মাধ্যাকৰ্ষণে সৃষ্টিকৰা ৰহস্য ভেদ ভাৰতীয় বিজ্ঞানীৰ
Health Plus - 0
পৃথিৱীৰ উপৰিভাগ সমান নহয় যদিও সকলো স্থানতে মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ সমান৷ অৱশ্যে এই ক্ষেত্ৰত ব্যতিক্ৰম ভাৰত মহাসাগৰত৷ ভাৰত মহাসাগৰৰ তলত এটা বিশাল...
শাৰীৰিক সক্ৰিয়তাই বিষসহ্য কৰিব পৰা ক্ষমতা বৃদ্ধি কৰে
Health Plus - 0
শাৰীৰিকভাৱে অধিক সক্ৰিয় হৈ থাকিলে মানুহৰ বিষ সহ্য কৰিব পৰা গুণক অধিক শক্তিশালী কৰে৷ এটা অধ্যয়নৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে৷...
ভাৰতীয় গ্ৰামাঞ্চলবাসীৰ দুৰৱস্থাহস্পিটেলত ভৰ্তি হ’বলৈ ঋণ ল’ব লাগে
Health Plus - 0
ভাৰতৰ বৃহৎসংখ্যক লোকক চিকিৎসা ব্যয়ে দৰিদ্ৰ কৰি তোলে, বিশেষকৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত গ্ৰাম্য আৰু চহৰীয়া অঞ্চলৰ ভালেসংখ্যক লোক ধৰুৱা হৈ পৰে৷...
সামুদ্ৰিক খাদ্যৰ প্ৰতি সংকটৰসৃষ্টি কৰিছে জলবায়ু পৰিৱৰ্তনে
Health Plus - 0
জলবায়ু তথা পৰিৱেশত হোৱা পৰিৱৰ্তনে বিশ্বৰ নব্বৈ শতাংশতকৈও অধিক সামুদ্ৰিক খাদ্যৰ প্ৰতি সংকটৰ সৃষ্টি কৰিছে৷ আটাইতকৈ বেছি ভাবুকিৰ সন্মুখীন হৈছে চীন, নৰৱে...
ছুপাৰফুড কঁঠালে স্বাস্থ্যৰকিদৰে উপকাৰ সাধন কৰে
Health Plus - 0
এই সময়খিনি বজাৰত চাৰিওফালে কঁঠাল আৰু কঁঠাল৷ অতি সুস্বাদুৰে ভৰা কঁঠাল সকলোৰে প্ৰিয় এবিধ ফল৷ ইয়াৰ গোন্ধে সকলোকে আকৰ্ষণ কৰে৷ কঁঠালৰ সোৱাদ...
আশ্চৰ্য পাথৰ ! যাৰ পৰা সৃষ্টি হয় নতুন পাথৰৰ
Health Plus - 0
পাথৰ স্থৱিৰ৷ পাথৰবোৰ হাজাৰ হাজাৰ বছৰ ধৰি এটা নিৰ্দিষ্ট ঠাইত স্থিৰ হৈ থাকে৷ ইয়াৰ কোনো গতিশক্তি নাই৷ যাৰ বাবে এঠাইৰ পৰা আন...
মাংসৰ বাবে মানুহে প্ৰতিবছৰে কিমান জন্তু হত্যা কৰে ?
Health Plus - 0
মানুহ সৰ্বভোক্ষী হোৱাৰ বাবে মাছ, মাংসকে ধৰি সকলো খাদ্য খায়৷ প্ৰায়ভাগ মানুহে ভাতৰ সৈতে মাংস খোৱাটো পচন্দ কৰে৷...
বিমান ভ্ৰমণত মোবাইল ফ্লাইট মুড কৰাৰ কাৰণ জানেনে ?
Health Plus - 0
বিমানত ভ্ৰমণ বা বিমানত যাত্ৰাৰ কৰাৰ সময়ত ফ্লাইটটো টেক অফ যোৱাৰ লগতে যাত্ৰীসকলক তেওঁলোকৰ স্মাৰ্টফোনটো ফ্লাইট মুড বা এৰোপ্লেন মুডত ৰাখিবলৈ কোৱা...
ইউৰোপত দ্ৰুতগতিতবৃদ্ধি পাইছে তাপমাত্ৰা
Health Plus - 0
জলবায়ুৰ পৰিৱৰ্তনে সমগ্ৰ বিশ্বৰে উষ্ণতা বৃদ্ধি কৰিছে৷ কিন্তু এই ক্ষেত্ৰত সকলোৰে আগত আছে ইউৰোপ মহানগৰ৷ যোৱা দুবছৰত ইউৰোপত...
Most Read
পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ
যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...
নিয়মিত ছচ্মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?
ছচ্মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...
মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব
জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...
মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা
মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...