Health Plus

4940 POSTS0 COMMENTS
http://newshealthplus.com

অসমত পোনপ্ৰথমবাৰৰ বাবেমেচবিহীন হাৰ্নিয়া অস্ত্ৰোপচাৰ আৰম্ভ

উত্তৰ-পূৰ্বাঞ্চলৰ মাল্টি স্পেচিয়েলিটি জি এন আৰ চি হস্পিটেলৰ দিছপুৰ শাখাত মেছলেছ স্মল ইনচিছন অ’পেন হাৰ্নিয়া ছাৰ্জাৰী আৰম্ভ কৰা হৈছে৷ এই ন্যূনতম...

ৰাজ্যৰ কোনকেইখন চিকিৎসালয়েA, B, C গ্ৰেড আৰু বঁটা পালে

অসমত পোনপ্ৰথমবাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৰ কলাক্ষেত্ৰত অনুষ্ঠিত স্বাস্থ্য সেৱা উৎসৱৰ অধীনত ২১ খন জিলা চিকিৎসালয়, ১৬ খন মহকুমা অসামৰিক চিকিৎসালয়, ২০৮খন সমূহীয়া...

শংখ বজোৱাৰ ফলত শৰীৰৰ কি কি উপকাৰ হ’ব পাৰে ?

ভাৰতীয় সমাজ ব্যৱস্থাত পূজা-পাতালৰ ব্যৱহূত বাজনাৰ বা যন্ত্ৰৰ ভিতৰত শংখ অন্যতম৷ ঘৰৰ পূজা-পাতালকে ধৰি কোনো মাংগলিক অনুষ্ঠানত শংখ বজোৱাটো পৰস্পৰা হিচাপে যুগ...

বিশ্বৰ বিয়ুৱীয় অঞ্চলতদ্ৰুতগতিত হ্ৰাস পাইছে বনাঞ্চল

মানৱ সমাজৰ আসুৰিক অত্যাচাৰৰ বাবে আজি পৃথিৱীৰ বনাঞ্চল অবাধ গতিত ধবংস হ’বলৈ ধৰিছে৷ বনাঞ্চল ধবংস ৰোধৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে বা বনাঞ্চল...

দাইলৰ ফেন কিয় পেলোৱা হয় দাইলৰ ফেন স্বাস্থ্যকৰ নে ?

দাইল প্ৰ’টিনৰ ভাল উৎস৷ দাইলৰ প্ৰ’টিন যথেষ্ট পৰিমাণে পোৱা যায়, যিয়ে শৰীৰৰ প্ৰ’টিনৰ অভাৱ দূৰ কৰে৷ দাইল তিনি চাৰিবাৰ পানীৰে ধুই পৰিষ্কাৰ...

প্ৰতি দশকত কিমান ডিগ্ৰীকৈবাঢ়িছে পৃথিৱীৰ উষ্ণতা জানেনে?

বিশ্বৰ ৫০ গৰাকী বিজ্ঞানীয়ে এইবুলি সতৰ্কবাণী শুনাইছে যে গ্ৰীন হাউছ গেছৰ অভিলেখ পৰিমাণৰ নিৰ্গমণ আৰু হ্ৰাসমান বায়ু প্ৰদূষণৰ কাৰণে পৃথিৱীৰ উষ্ণতা অতুলনীয়...

ভাৰতৰ এখন বিচিত্ৰ গাঁওয’ত সকলো সুবিধাই উপলব্ধ

বিশ্বৰ ভিতৰতে ভাৰত এনেকুৱা এখন দেশ, য’ত মুঠ জনসংখ্যাৰ আধাতকৈ অধিক গ্ৰামাঞ্চলত বাস কৰে৷ গ্ৰামাঞ্চলৰ বিকাশৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ তথা...

সাগৰৰ তথ্য সংগ্ৰহৰ বাবেমেলি দিলে চোৰাংচোৱা মাছ

সমুদ্ৰৰ ৰহস্য ভেদ কৰাৰ কাৰণে ই টি এইচ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এটা ৰব’টিক মাছ সাজি উলিয়াইছে৷ বেলে নামৰ এই মাছটো তিনি ফুট দীঘল...

বিজ্ঞানীৰ সফলতা : মহাকাশত উৎপন্ন সৌৰশক্তি পৃথিৱীলৈ প্ৰেৰণ

মহাকাশত উৎপন্ন কৰা সৌৰ শক্তি পৃথিৱীলৈ প্ৰেৰণ কৰা বিজ্ঞানীসকলে বৃহৎ সফলতা লাভ কৰিছে৷ মহাকাশত উৎপন্ন কৰা এই সৌৰ শক্তিক তৰংগৰ জৰিয়তে পৃথিৱীলৈ...

এবছৰত ভাৰতীয়ই কিমান সুৰাপানকৰে জানিলে আচৰিত হ’ব

সুৰা সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে অপকাৰী৷ সেই কথাটো সকলোৱে জনাৰ পাছতো কিন্তু সুৰা সেৱনকাৰীৰ সংখ্যা কমা নাই, বৰঞ্চ দিনক দিনে সুৰা সেৱন...

TOP AUTHORS

Most Read

পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ

যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...

নিয়মিত ছচ্‌মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?

ছচ্‌মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্‌মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...

মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব

জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...

মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা

মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...