Health Plus
4940 POSTS0 COMMENTS
http://newshealthplus.comভাৰতত ১৫ বছৰত ৪১.৪কোটি লোক হ’ল দাৰিদ্ৰ্যমুক্ত
Health Plus - 0
২০০৫-০৬ চনৰ পৰা ২০১৯-২০ চনলৈ মাত্ৰ ১৫ বছৰত ভাৰতত ৪১.৫ কোটি লোকে দৰিদ্ৰতাৰ পৰা পৰিত্ৰাণ পালে৷ বিশ্বৰ আটাইতকৈ...
চিকিৎসকৰ বিস্ময়কৰ অস্ত্ৰোপচাৰবিচ্ছিন্ন কৰা মূৰ পুনৰ সংলগ্ন
Health Plus - 0
চাইকেল চলাই থকা অৱস্থাত ইজৰাইলৰ এজন ১২ বছৰীয়া ল’ৰাক এখন গাড়ীয়ে খুন্দিওৱাত ল’ৰাজনৰ মূৰটো ভিতৰি ডিঙিৰ পৰা বিচ্ছিন্ন হৈ যায়৷ কিন্তু ইজৰাইলৰ...
ভুলভাৱে চাহ খালেবাঢ়িব পাৰে শৰীৰৰ ওজন
Health Plus - 0
পুৱা উঠি উঠিয়েই মুখ-হাত ধুই ধোঁৱা বলি থকা একাপ চাহ খোৱাটো সকলোৱে অভ্যাস৷ তাৰ পাছতহে দিনটোৰ আন কামবোৰ কৰা হয়৷ ৰাতিপুৱাৰ চাহকাপে...
বিশ্বৰ আটাইতকৈ বাসোপযোগী মহানগৰ কোনখন জানেনে ?
Health Plus - 0
ব্ৰিটেইনৰ দ্য ইকনমিষ্ট গ্ৰুপৰ ইকনমিষ্ট ইণ্টেলিজেণ্ট ইউনিট চমুকৈ ই আই ইউ-এ প্ৰকাশ কৰা তালিকা মতে ২০২৩ চনৰ পৃথিৱীৰ আটাইতকৈ উত্তম বাসোপযোগী মহানগৰখন...
কিছু ক্ষেত্ৰত বিলাহী খালেস্বাস্থ্যৰ কি ক্ষতি হ’ব পাৰে
Health Plus - 0
খাদ্য তালিকাত বিলাহীক পাচলিৰ ভিতৰত অন্যতম বুলি ধৰা হয়৷ সকলো খাদ্যতে বিলাহী মিহলাই দি খাব পাৰি৷ যিকোনো চবজিত বিলাহী দিয়ে ব্যঞ্জনখনৰ সোৱাদেই...
অমলেট, সিদ্ধ নে পোচকোনবিধ কণী বেছি উপকাৰী
Health Plus - 0
সকলোতকৈ পুষ্টিকৰ আৰু সহজলভ্য খাদ্যৰ তালিকাত প্ৰথমেই কণীৰ নাম ল’ব পাৰি৷ কণী প্ৰ’টিনৰ ভাল উৎস৷ কণী বেয়া পোৱা মানুহ চাগে নোলাবই৷ কণীৰ...
শতাধিক শতায়ু গৰকাত সহায় কৰিব পাৰে বেক্টেৰিয়া-ভাইৰাছে
Health Plus - 0
কিছুমান মানুহ শতাধিক বছৰ কেনেকৈ জীয়াই থাকে– বিজ্ঞানীসকলেও এই প্ৰশ্নৰ উত্তৰ বিচাৰি আছিল৷ অৱশেষত তেওঁলোকে ইয়াৰ এটা উত্তৰ বিচাৰি পাইছে৷ কোপেনহেগেন বিশ্ববিদ্যালয়ৰ...
গোলকীয় উষ্ণতা প্ৰতিৰোধৰ বাবেসৌৰ ৰশ্মিক বাধা দিয়াৰ পৰিকল্পনা
Health Plus - 0
জলবায়ু পৰিৱৰ্তনৰ ফলত সমগ্ৰ বিশ্বতে প্ৰাকৃতিক দুৰ্যোগকে ধৰি নানা আহুকালৰ সৃষ্টি কৰিছে৷ ইয়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত...
সাৱধান : শক্তিবৰ্ধক পানীয় জনস্বাস্থ্যৰ বাবে ভাবুকি
Health Plus - 0
ব্যাৱসায়িক মুনাফা লাভৰ স্বাৰ্থত একাংশ শীতল পানীয় প্ৰস্তুতকাৰী প্ৰতিষ্ঠান, পেকেজিং ড্ৰিকিং প্ৰস্তুত কৰা প্ৰতিষ্ঠানে অসমৰ নগৰ-চহৰত মিঠাই প্ৰস্তুত কৰা প্ৰতিষ্ঠানে স্বাস্থ্যসন্মত বিধি...
বিজ্ঞানীৰ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰতাৰমাপ জোখাৰ সমাধানৰ সূত্ৰ
Health Plus - 0
বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰ হৈ থকাৰ বিষয়ে বিজ্ঞানী তথা জ্যোতিৰ্বিদসকলে প্ৰায় এশ বছৰ আগতে জানিছিল৷ তেওঁলোকে ১৯২৯ চনত সৰ্বপ্ৰথমে এই তথ্য লাভ কৰিছিল যে...
Most Read
পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ
যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...
নিয়মিত ছচ্মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?
ছচ্মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...
মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব
জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...
মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা
মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...