Health Plus
4940 POSTS0 COMMENTS
http://newshealthplus.comX AI-এ কৃত্ৰিমবুদ্ধিমত্তাক প্ৰত্যাহ্বান জনাব
Health Plus - 0
বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুতগতিত উত্থান ঘটিছে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে আকাশত বিমান উৰুওকাকে ধৰি বাতৰি পৰিৱেশনৰ...
পৃথিৱীত দাৰিদ্ৰ্যৰ কবলত১৬.৫০ কোটি লোক
Health Plus - 0
ক’ভিড-১৯ মহামাৰী, জীৱন নিৰ্বাহৰ ব্যয় বৃদ্ধিৰ সংকট আৰু ইউক্ৰেইনৰ যুদ্ধই ২০২০ চনৰ পৰা পৃথিৱীৰ ১৬ কোটি ৫০ লাখ লোকক দাৰিদ্ৰ্যলৈ ঠেলি দিলে৷...
ভুৱনেশ্বৰস্থিত এইমছলৈ আমন্ত্ৰিত ডাঃ অৰূপ কুমাৰ নাথ
Health Plus - 0
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট ইউৰ'লজিষ্ট ডাঃ অৰূপ কুমাৰ নাথ শেহতীয়াকৈ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ্), ভুৱনেশ্বৰলৈ Operating Faculty...
গ্ৰহাণুৰ খনিজ পৃথিৱীলৈঅনাৰ কৌশল উদ্ভাৱন
Health Plus - 0
বিশ্বব্ৰহ্মাণ্ড খনিজ পদাৰ্থৰে ভৰপূৰ হৈ আছে৷ বিশেষকৈ বৃহস্পতি আৰু মঙল গ্ৰহৰ মাজত থকা গ্ৰহাণুৰ বেল্টত থকা কেইবা লাখ গ্ৰহাণুৰ একাংশ খনিজাত পদাৰ্থৰ...
সকলো নিৰ্দেশনা ধোঁৱা চাঙতঅসমত ছিংগল প্লাষ্টিকৰ অবাধ প্ৰচলন
Health Plus - 0
অসমৰ লগতে গুৱাহাটী মহানগৰীতো ৰাজ্য প্ৰশাসনে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ কৰিছিল যদিও সকলো যেন ফুটুকাৰ ফেনত পৰিণত হ’ল৷...
ডায়েবেটিছ ৰোগীয়ে ডায়েটত ৰাখক এইকেইবিধ খাদ্য
Health Plus - 0
পৰিৱৰ্তিত জীৱন ধাৰা আৰু ভুল খাদ্যাভ্যাসৰ কাৰণে সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগীৰ সংখ্যা দ্ৰুতভাৱে বাঢ়িবলৈ লৈছে৷ তেজত গ্লুকজৰ মাত্ৰা খুব বেছি বাঢ়ি গ’লে...
গ্ৰীষ্ম প্ৰবাহৰ মাজতে হঠাৎ বনজুই : ক’ত ?
Health Plus - 0
যোৱা কেইদিনমানত বিশ্বৰ কেইখনমান দেশত গ্ৰীষ্ম প্ৰবাহ দ্ৰুত গতিত বাঢ়িবলৈ লৈছে৷ ইতিমধ্যে গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপত ইটালিৰ ৰোমৰে ধৰি বিশ্বৰ ১৬ খন চহৰত...
বিশ্বৰ উষ্ণায়নৰ প্ৰভাৱতসমুদ্ৰৰ পানীৰ ৰং সলনি
Health Plus - 0
পৃথিৱীখনৰ আধা অংশই পানীয়ে আগুৰি আছে আৰু এই পানীভাগৰ সিংহভাগেই মহাসমুদ্ৰৰ দখলত৷ বিশ্বজুৰি যি স্থলভাগ আছে, তাৰ তিনিগুণৰ ওপৰত আছে পানী৷ জানিব...
নিঃসংগতা বহুমূত্ৰ ৰোগীৰবাবে প্ৰাণঘাতক হ’ব পাৰে
Health Plus - 0
নিঃসংগতা কাৰো কাৰণে ভাল নহয়৷ বিশেষকৈ ৰুগীয়া লোকৰ বাবে নিঃসংগতাই অধিক প্ৰভাৱিত কৰে৷ কিন্তু শেহতীয়াকৈ কৰা এটা অধ্যয়নৰ পৰা জানিব পৰা মতে,...
কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰেকৃত্ৰিম ছুইটেনাৰ এস্পাৰটেমে
Health Plus - 0
বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হু-এ কয় যে কৃত্ৰিম ছুইটেনাৰ এস্পাৰটেমে মানুহৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে৷ ছফট ড্ৰিংক্ছত এস্পাৰটেম সচৰাচৰ ব্যৱহাৰ কৰা...
Most Read
পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ
যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...
নিয়মিত ছচ্মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?
ছচ্মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...
মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব
জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...
মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা
মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...