Health Plus

4940 POSTS0 COMMENTS
http://newshealthplus.com

দেশৰ কোনখন চহৰক শীততাপ নিয়ন্ত্ৰিত চহৰ বোলে জানেনে ?

ভাৰতবৰ্ষৰ এখন চহৰক বোলা হয় এয়াৰ কণ্ডিশ্যনাৰ চিটি বা শীততাপ নিয়ন্ত্ৰিত চহৰ৷ কিন্তু এই বিবিধা কিমানদিন থাকিব এতিয়া তাক লৈ প্ৰশ্ন উঠিছে৷...

মগজুক কিদৰে সুস্থ সবল কৰি ৰাখিব জানক ?

বৰ্তমান মানুহে শৰীৰতকৈ মগজুৰ শক্তিক শাৰীৰিক শক্তিতকৈ অধিক ব্যৱহাৰ কৰিবলৈ লৈছে৷ ফলত এতিয়া মগজুক সুস্থ-সবল কৰি ৰখাৰ অধিক প্ৰয়োজন হৈ পৰিছে৷ একাংশ...

পৃথিৱীলৈ অজ্ঞাত উৎসৰ পৰা আহি আছে ৰহস্যময় সংকেত !

বিশ্বব্ৰহ্মাণ্ডত কিমান ৰহস্য লুকাই সেই কথা কোনেও নাজানে৷ এই ৰহস্যৰ ভেদ ভঙাটোও ইমান সহজ কথা নহয়৷ বিজ্ঞানীসকলে অৱশ্যে নতুন নতুন ৰহস্যৰ ভেদ...

কৃত্ৰিম বুদ্ধিমত্তাৰ সফলতামানুহৰ প্ৰৌঢ়তা প্ৰতিৰোধ কৰিব

মানুহৰ বয়স বৃদ্ধি প্ৰতিৰোধ কৰা ঔষধ অচিৰেই পোৱা যাব পাৰে, কিয়নো চিৰ তৰুণ কৰি ৰাখিব পৰা আটাইতকৈ শক্তিশালী কণা বিচাৰি পোৱা গৈছে৷...

বনজুয়ে লৈছে ভয়াৱহ ৰূপপ্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ কবলত গ্ৰীচ

প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ কবলত পৰিছে গ্ৰীচ৷ দেশখনত যোৱা ৫০ বছৰৰ ভিতৰত সৰ্বাধিক গৰম পৰিছে আৰু তাপমান ৪০ ডিগ্ৰী ছেলচিয়াছৰ অধিক হৈছে৷ ইয়াৰ...

মিক্সিত ভুলতোএইবোৰ খাদ্য নিপিচিব

পাকঘৰৰ এটা অন্যতম গুৰুত্বপূৰ্ণ সামগ্ৰী হ’ল মিক্সি বা মিক্সাৰ গ্ৰাইণ্ডাৰ৷ এইবিধ সামগ্ৰী অবিহনে আজিৰ চাম ৰান্ধনীয়ে ৰন্ধন কাৰ্যৰ কথা ভাবিব নোৱাৰে৷ যিদিনাৰ...

বিশ্ব অভিলেখ : গাড়ীৰে ভ্ৰমণ ১১৬খন দেশ

নিজৰ গাড়ীৰে বিশ্ব ভ্ৰমণ কৰাটো সহজ কথা নহয়, কিন্তু সেই কামকে কৰি দেখুৱালে জেমছ ৰোজাৰ্ছ আৰু তেওঁৰ পত্নী পেজ পাৰ্কাৰে৷ তেওঁলোকে নিজৰ...

বিশ্বৰ বতৰৰ পৰিৱৰ্তনক লৈবিশ্ববাসীক বিজ্ঞানীৰ সকীয়নি

সমগ্ৰ বিশ্বতে বতৰৰ যি পৰিৱৰ্তন ঘটিছে তাক লৈ বিজ্ঞানী মহলে বিশ্ববাসীক সকীয়নি প্ৰদান কৰিছে৷ কিয়নো অলপতে জলবায়ুৰ দুটা...

মাছৰ তেলে হাৰ্ট সুস্থ ৰাখে কি কয় পুষ্টিবিদে ?

মাছৰ লগতে মাছৰ তেলো খাবলৈ বহুতেই পচন্দ কৰে৷ মাছৰ লগতে ইয়াৰ তেলো খাদ্যগুণেৰে ভৰপূৰ৷ মাছৰ তেল নিয়মিতভাৱে খালে হাৰ্টৰ স্বাস্থ্যৰ ক্ষেত্ৰত উপকাৰীনে,...

সৌৰ শিখাই পৃথিৱীতপ্ৰভাৱ পেলোৱাৰ আশংকা

সূৰ্যৰ ১১ বছৰীয়া সৌৰ চক্ৰ যিমানেই অন্ত পৰাৰ দিশে আগবাঢ়িছে সিমানেই সূৰ্যৰ বুকুত বিস্ফোৰণ আৰু তাৰ ফলত সৃষ্টি হোৱা সৌৰ ধুমুহাই ভয়াৱহ...

TOP AUTHORS

Most Read

পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ

যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...

নিয়মিত ছচ্‌মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?

ছচ্‌মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্‌মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...

মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব

জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...

মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা

মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...