Health Plus

4835 POSTS0 COMMENTS
http://newshealthplus.com

দৈনিক চাবোনেৰে গা ধোৱাছালৰ বাবে ক্ষতিকাৰক

সুস্থ থাকিবলৈ অকল স্বাস্থ্যকৰ খাদ্য খালেই নহয়, শৰীৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা খুবেই জৰুৰী৷ ব্যক্তিগত স্বাস্থ্যবিধিয়ে আমাৰ স্বাস্থ্য সুস্থ ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সেয়ে...

অসম্ভৱকো সম্ভৱ :মহাশূন্যত ফুল ফুলালে নাছাই

পৃথিৱীৰ দৰে কি কি ঘটনা ঘটে মহাকাশত৷ কিধৰণৰ ঘটনা পৃথিৱীৰ দৰে মহাকাশতো ঘটাটো সম্ভৱ হয়৷ মহাকাশ বিজ্ঞানীৰ এই...

ভূগৰ্ভৰ অধিক পানী উলিওৱাৰ ফলপৃথিৱীৰ মেৰুদণ্ড হৈছে অধিক হেলনীয়া

ভূগৰ্ভৰ পৰা অত্যধিক পৰিমাণে পানী উলিওৱাৰ ফলত পৃথিৱীৰ ভৰৰ ভাৰসাম্যতাত প্ৰভাৱ পৰিছে৷ ইয়াৰ ফলত পৃথিৱীৰ মেৰুদণ্ডও অধিক হেলনীয়া...

গৱেষণাৰ বাবে থকা মানৱঅংগৰ অনলাইন ব্যৱসায়

বিশ্বত চিকিৎসা বিজ্ঞান যিমানে আগবাঢ়ি গৈছে, সিমানেই যেন মানুহ অমানুহ হৈ গৈছে৷ আমি যাক বা যি ক্ষেত্ৰত লগত জড়িতসকলক ভগৱান বুলি জ্ঞান...

মহাকাশত এনে ভয়ংকৰবিস্ফোৰণ আগতে ঘটা নাছিল

মহাকাশত বিস্ফোৰণ কোনো নতন কথা নহয়৷ মহাকাশত বিস্ফোৰণ হৈয়েই থাকে৷ কিন্তু ইমান ভয়ংকৰ বিস্ফোৰণ আগতে কেতিয়াও হোৱা নাছিল৷ যি মহাকাশৰ বিস্ফোৰণ ধৰা...

শাক-পাচলিৰ নমুনাৰ পৰীক্ষাঅসমলৈ আহিল বাৰ্ক বায়’কিট

বজাৰত পোৱা একেবাৰে সতেজ, সজীৱ পাচলি বা ফল-মূলে গ্ৰাহকক আকৰ্ষণ কৰে৷ অত্যধিক দাম দি হ’লেও সেইবোৰহে কিনিবলৈ গ্ৰাহকে হেতা-ওপৰা লগায়৷ কিন্তু তেনেধৰণৰ...

ভাৰতৰ কফ ছিৰাপৰ বিষক্ৰিয়াWHO-ৰ তদন্তৰ নিৰ্দেশ

ভাৰতত প্ৰস্তুত কৰা কফ ছিৰাপ সেৱন কৰি বিষক্ৰিয়া সংঘটিত হয়৷ ইয়াৰ বাবে ভাৰতত প্ৰস্তুত কৰা মুঠ সাতটা কফ...

বিজ্ঞানীৰ পূৰ্বাভাস : এই বছৰ সবাতোকৈ বেছি গৰম হ’ব

এইবাৰ গৰমৰ প্ৰকোপ বৃদ্ধি পাব৷ এপ্ৰিল-মে’ৰ পৰাই যিটো উত্তাপৰ সৃষ্টি হৈছে তাৰ প্ৰতি লক্ষ্য কৰিয়েই বছৰৰ বাকী গ্ৰীষ্মৰ...

পৃথিৱীৰ গৰ্ভত মাউণ্ট এভাৰেষ্টতকৈপাঁচগুণ ওখ পৰ্বত আৱিষ্কাৰ

পৃথিৱীৰ গৰ্ভত কি লুকাই আছে সেই কথা সকলোৱে জানিবলৈ বিচাৰে৷ বিজ্ঞানীসকলেও এই প্ৰশ্নৰ উত্তৰ উলিওৱাৰ চেষ্টা কৰি আছে৷ শেহতীয়াকৈ বিজ্ঞানীসকলে জানিব পৰা...

জটিল সমস্যা সমাধানতবুদ্ধিমান লোকে সময় লয়

বুদ্ধিমান লোকে সাধাৰণতে ক্ষিপ্ৰতাৰে চিন্তা-চৰ্চা কৰে, কিন্তু জটিল সমস্যা সমাধান কৰাৰ সময়ত তেওঁলোকৰ মগজুৱে অধিক সময় লয়৷ শেহতীয়াকৈ কৰা এটা অধ্যয়নৰ পৰা...

TOP AUTHORS

Most Read

এই পানীয়ৰ আছে বহুতো উপকাৰী গুণাগুণ

পুৱা উঠিয়েই একাপ গৰম পানী লৈ তাত অলপ আদা আৰু নেমুৰ ৰস মিহলাই এবিধ পানীয় প্ৰস্তুত কৰিব৷ এই পানীয় সদায় পুৱা...

পুষ্টিগুণেৰে ভৰপূৰ গাজৰৰ উপকাৰিতা কিছু জানো আহক

শীতকালৰ পাচলি হিচাপে গাজৰ উৎকৃষ্ট৷ পুষ্টিগুণেৰে সমৃদ্ধ গাজৰ কেঁচা চালাড কৰি বা ৰান্ধি দুইধৰণেই খোৱা হয়৷ বিভিন্ন প্ৰয়োজনীয় উপাদানেৰে সমৃদ্ধ গাজৰ...

কিডনী হস্পিটেল iUKDৰ ১১৫সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ২ জুলাই, ২০২৫, বুধবাৰে ডবকাৰ ২৭নং ৰাষ্ট˜ীয় ঘাইপথৰ ডিফু বাইপাছত অৱস্থিত নিউ...

দিনৰ কোন সময়ত আম খোৱা স্বাস্থ্য উপযোগী

সুস্বাদু বতৰৰ আম খাবলৈ সকলোৱে ভাল পায়৷ আনহাতে ইয়াৰ উপকাৰো আছে যথেষ্ট৷ ফলৰ ৰজা আম এইকেইদিন সহজলভ্যৰ লগতে সকলোৰে ঘৰতে মজুত থাকে৷...