Health Plus
4940 POSTS0 COMMENTS
http://newshealthplus.comবিজ্ঞানীৰ ৬০ কোটি বছৰ পুৰণিমহাসাগৰৰ অৱশেষ আৱিষ্কাৰ
Health Plus - 0
ভাৰত আৰু জাপানৰ বিজ্ঞানীসকলে হিমালয়ত এখন প্ৰাচীন মহাসাগৰৰ অৱশেষ আৱিষ্কাৰ কৰিছে৷ বেংগালুৰুৰ ইণ্ডিয়ান ইন্ষ্টিটিউট অব্ ছায়েন্স আৰু জাপানৰ নিগাতা বিশ্ববিদ্যালয়ৰ গৱেষকৰ...
ৰেড মিট এলাৰ্জিয়েসৃষ্টি কৰিছে আতংক
Health Plus - 0
আমেৰিকাৰ বিভিন্ন অঞ্চলৰ লোকসকলৰ মাজত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পাছত এইবাৰ ৰেড মিট এলাৰ্জিয়ে আতংকৰ সৃষ্টি কৰিছে৷ দেশখনত ৰেড মিট এলাৰ্জিত ২০১০ চনৰ...
ধূমপানৰ অভ্যাস ত্যাগ কৰাটো কঠিন কিয় ?
Health Plus - 0
সাধাৰণতে দেখা যায় যে ধূমপান কৰা অৰ্থাৎ চিগাৰেট সেৱন কৰা লোকে এই অভ্যাস ত্যাগ কৰাত কঠিন হয়৷ প্ৰায়ে দেখা যায় যে কোনো...
অসমত অইল পামৰ পৰা খাদ্যতেলৰ উৎপাদন বৃদ্ধিত গুৰুত্ব
Health Plus - 0
উত্তৰ-পূবত মেগা অইল প্লেণ্টেশ্যন অভিযান আৰম্ভ কৰিবলৈ একত্ৰিত হৈছে উদ্যোগ বিশেষজ্ঞসকল৷ ৰাষ্ট্ৰীয় ভোজ্য তেল-তেল পাম অভিযান ৰ অধীনত ভাৰত চৰকাৰে ২৫ জুলাইৰ...
চীনে মহাকাশলৈপ্ৰেৰণ কৰিব জীয়া মাছ
Health Plus - 0
চীনে মহাকাশ কাৰ্যসূচীত লাভ কৰা অগ্ৰগতিয়ে আমেৰিকাকে ধৰি বিশ্বৰ আন দেশৰ মহাকাশ গৱেষণা সংস্থাবোৰৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত চীনক...
গ্ৰীনলেণ্ডৰ প্ৰাচীন মাটিয়ে দিছে সতৰ্কবাণী সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব ৫-২০ ফুটলৈ
Health Plus - 0
গ্ৰীনলেণ্ড এতিয়াৰ দৰে সদায় বৰফৰে আবৃত্ত হৈ থকা নাছিল৷ বিজ্ঞানীসকলৰ এটা দলে গৱেষণাৰ জৰিয়তে এই তথ্য লাভ কৰিছে৷...
ব’ৰ্ড গেমে শিশুৰ অংককৰাৰ ক্ষমতা বৃদ্ধি কৰে
Health Plus - 0
ব’ৰ্ড গেমে শিশুৰ অংক কৰাৰ ক্ষমতা বৃদ্ধি কৰে৷ এটা নতুন সমীক্ষাত তথা বিশ্লেষণাত্মক অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ এই অধ্যয়নটো...
যুদ্ধ-জৰ্জৰিত ছিৰিয়াবাসীৰমনোবল বৃদ্ধি কৰিছে যোগে
Health Plus - 0
ছিৰিয়া যোৱা ১২ বছৰে যুদ্ধত জৰ্জৰিত হৈ আছে৷ এই গৃহ যুদ্ধই দেশখনৰ জনসাধাৰণৰ প্ৰায় সকলোখিনি কাঢ়ি নিছে৷ ছিৰিয়াবাসী যিধৰণেৰে অৰ্থনৈতিক, শাৰীৰিক তথা...
কিৱি পক্ষীক বচোৱা তথা সুৰক্ষাৰবাবে অভিযান নিউজিলেণ্ড চৰকাৰৰ
Health Plus - 0
নিউজিলেণ্ডৰ এন্দুৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হৈছে৷ দেশখনক ২০৫০ চনৰ ভিতৰত এন্দুৰৰ সকলো প্ৰজাতিৰ পৰা মুক্ত কৰাৰ লক্ষ্য...
স্কুলত স্মাৰ্টফোন নিষিদ্ধকৰাৰ আহ্বান ইউনেস্ক’ৰ
Health Plus - 0
ক’ভিডকালীন সময়ত সমগ্ৰ বিশ্বতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক ব্যাপক হাৰত স্মাৰ্টফোন ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল৷ এতিয়া ইয়াৰ বিৰূপ প্ৰভাৱ পেলাইছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ওপৰত৷ বৰ্তমান...
Most Read
পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ
যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...
নিয়মিত ছচ্মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?
ছচ্মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...
মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব
জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...
মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা
মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...