Health Plus
4837 POSTS0 COMMENTS
http://newshealthplus.com২০২৪-ৰ জলজীৱন মিছনৰ নিৰাপদপানীয়ে হ্ৰাস কৰিব মৃত্যুৰ হাৰ
Health Plus - 0
দেশৰ গ্ৰামাঞ্চলৰ সকলো পৰিয়ালকে বিশুদ্ধ তথা পৰিষ্কাৰ পানী যোগান ধৰাৰ লক্ষ্যত যদি জলজীৱন মিছন উপনীত হয়, তেন্তে বছৰি...
সংক্ৰামক ৰোগৰ বৃদ্ধিৰকাৰণ এল নিনোৰ প্ৰভাৱ
Health Plus - 0
সমুদ্ৰৰ আৱ-হাৱা, সমুদ্ৰৰ জলপৃষ্ঠৰ উচ্ছতা বৃদ্ধি তথা সঘনাই হোৱা বিভিন্ন সময়ত সামুদ্ৰিক চুনামি আদি এল নিনোৰ প্ৰভাৱত ফলতে হৈ আহিছে৷ সঘনাই সংঘটিত...
GMCH-ত ৬টা স্বাস্থ্য সেৱাপ্ৰকল্প জনগণৰ সেৱাত উৎসৰ্গিত
Health Plus - 0
ৰাজ্যৰ স্বাস্থ্য সেৱাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ছটা নতুন...
পৃথিৱীক কৃষ্ণ গহ্বৰে গ্ৰাস কৰাৰ পাছত জীৱ জীয়াই থাকিবনে ?
Health Plus - 0
নিশাৰ আকাশত দেখিবলৈ পোৱা তৰাবোৰেই অকল নহয়, ইয়াৰ লগত থাকে কৃষ্ণ গহবৰো৷ বিশ্বব্ৰহ্মাণ্ডত কৃষ্ণ গহবৰক দানৱ বুলি কোৱা হয়৷ কৃষ্ণ গহবৰে যিকোনো...
আদৰণীয় পদক্ষেপ : প্লাষ্টিকমুক্ত হ’ব মুখ্যমন্ত্ৰীৰ সকলো অনুষ্ঠান
Health Plus - 0
দিনক দিনে প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰ তথা চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ দৈনন্দিন জীৱনত প্লাষ্টিক যেন এৰাব নোৱৰা সামগ্ৰী হৈ পৰিছে৷ প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰে...
নিয়মিত এই পানীয় খালেব্লেকহেডছৰ সমস্যা দূৰ হয়
Health Plus - 0
বহুতৰে ব্লেকহেডছৰ সমস্যা থাকে৷ ব্লেকহেডছৰ সমস্যাটোৱে মানুহজনক দেখিবলৈ অশুৱনি কৰে৷ সেয়েহে এই সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি সপ্তাহৰ মূ্ৰ মূৰে পাৰ্লাৰলৈ ঢাপলি...
টুথপেষ্ট লগোৱাৰ আগতে ব্ৰাছ ভিজোৱা উচিতনে ?
Health Plus - 0
ৰাতি পুৱা টোপনিৰ পৰা উঠি সকলোৰে দাঁত ব্ৰাছ কৰাটো এটা নিয়ম৷ সকলোৱে দাঁত, মুখ ধুই-মেলিহে ব্ৰেক ফাষ্ট কৰিবলৈ টেবুলত বহে৷ দাঁত নষ্ট...
এই পদ্ধতিৰে চিনাক্তকৰক বিশুদ্ধ ঘিউ
Health Plus - 0
ঘিউ হ’ল ঘৰত থকা ৰন্ধন প্ৰণালীৰ এক অবিচ্ছেদ্য অংশ৷ গৰম ভাতৰ সৈতে নিমখ মিহলি ঘিউৰে খোৱা ভাতসাঁজৰ কথা মনত পৰিলে জিভাৰ পানী...
অধ্যয়নে ক’লে : কম টোপনিয়ে মেদ বঢ়ায়
Health Plus - 0
বৰ্তমান সমগ্ৰ বিশ্বৰে বৃহৎসংখ্যক লোক মেদবহুলতাত ভুগিছে৷ কম টোপনিও ইয়াৰ এটা প্ৰধান কাৰণ৷ গৱেষকৰ দল এটাই এই কথা প্ৰকাশ কৰিছে৷ গৱেষকৰ মতে...
বৰফৰ দ্ৰুত গলনৰ ফলতসমুদ্ৰস্তৰৰ উচ্চতা বৃদ্ধি
Health Plus - 0
ক্ৰমশঃ উষ্ণ হৈছে এণ্টাৰ্কটিকা৷ নেচাৰ পত্ৰিকাত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ হৈছে যে এণ্টাৰ্কটিকাত গ্লেছিয়াৰ গলিবলৈ ধৰিছে৷ এণ্টাৰ্কটিকাৰ যি...
Most Read
ফেটি লিভাৰৰ নিৰ্মূলৰ বাবে এই পাঁচটি পৰামৰ্শ
আধুনিক জীৱন যাত্ৰাত বহুতেই কম-বেছি পৰিমাণে ফেটি লিভাৰত আক্ৰান্ত হয়৷ যকৃতত যদি অতিৰিক্ত পৰিমাণৰ মেদ জমা হ’বলৈ আৰম্ভ কৰে, তেনেহ’লে ছিৰোছিছ,...
দাঁতৰ গুৰিৰ পৰা তেজ ওলালে কি কৰিব?
সাধাৰণতে আমাৰ দাঁত ব্ৰাছ কৰিলে বহুতৰে দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা দেখা যায়৷ আমি প্ৰায়ে এনে হ’লে হেয় জ্ঞান কৰোঁ৷ কোনোধৰণৰ ব্যৱস্থা...
এই পানীয়ৰ আছে বহুতো উপকাৰী গুণাগুণ
পুৱা উঠিয়েই একাপ গৰম পানী লৈ তাত অলপ আদা আৰু নেমুৰ ৰস মিহলাই এবিধ পানীয় প্ৰস্তুত কৰিব৷ এই পানীয় সদায় পুৱা...
পুষ্টিগুণেৰে ভৰপূৰ গাজৰৰ উপকাৰিতা কিছু জানো আহক
শীতকালৰ পাচলি হিচাপে গাজৰ উৎকৃষ্ট৷ পুষ্টিগুণেৰে সমৃদ্ধ গাজৰ কেঁচা চালাড কৰি বা ৰান্ধি দুইধৰণেই খোৱা হয়৷ বিভিন্ন প্ৰয়োজনীয় উপাদানেৰে সমৃদ্ধ গাজৰ...