Health Plus
4837 POSTS0 COMMENTS
http://newshealthplus.comভাৰতীয় গ্ৰামাঞ্চলবাসীৰ দুৰৱস্থাহস্পিটেলত ভৰ্তি হ’বলৈ ঋণ ল’ব লাগে
Health Plus - 0
ভাৰতৰ বৃহৎসংখ্যক লোকক চিকিৎসা ব্যয়ে দৰিদ্ৰ কৰি তোলে, বিশেষকৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত গ্ৰাম্য আৰু চহৰীয়া অঞ্চলৰ ভালেসংখ্যক লোক ধৰুৱা হৈ পৰে৷...
সামুদ্ৰিক খাদ্যৰ প্ৰতি সংকটৰসৃষ্টি কৰিছে জলবায়ু পৰিৱৰ্তনে
Health Plus - 0
জলবায়ু তথা পৰিৱেশত হোৱা পৰিৱৰ্তনে বিশ্বৰ নব্বৈ শতাংশতকৈও অধিক সামুদ্ৰিক খাদ্যৰ প্ৰতি সংকটৰ সৃষ্টি কৰিছে৷ আটাইতকৈ বেছি ভাবুকিৰ সন্মুখীন হৈছে চীন, নৰৱে...
ছুপাৰফুড কঁঠালে স্বাস্থ্যৰকিদৰে উপকাৰ সাধন কৰে
Health Plus - 0
এই সময়খিনি বজাৰত চাৰিওফালে কঁঠাল আৰু কঁঠাল৷ অতি সুস্বাদুৰে ভৰা কঁঠাল সকলোৰে প্ৰিয় এবিধ ফল৷ ইয়াৰ গোন্ধে সকলোকে আকৰ্ষণ কৰে৷ কঁঠালৰ সোৱাদ...
আশ্চৰ্য পাথৰ ! যাৰ পৰা সৃষ্টি হয় নতুন পাথৰৰ
Health Plus - 0
পাথৰ স্থৱিৰ৷ পাথৰবোৰ হাজাৰ হাজাৰ বছৰ ধৰি এটা নিৰ্দিষ্ট ঠাইত স্থিৰ হৈ থাকে৷ ইয়াৰ কোনো গতিশক্তি নাই৷ যাৰ বাবে এঠাইৰ পৰা আন...
মাংসৰ বাবে মানুহে প্ৰতিবছৰে কিমান জন্তু হত্যা কৰে ?
Health Plus - 0
মানুহ সৰ্বভোক্ষী হোৱাৰ বাবে মাছ, মাংসকে ধৰি সকলো খাদ্য খায়৷ প্ৰায়ভাগ মানুহে ভাতৰ সৈতে মাংস খোৱাটো পচন্দ কৰে৷...
বিমান ভ্ৰমণত মোবাইল ফ্লাইট মুড কৰাৰ কাৰণ জানেনে ?
Health Plus - 0
বিমানত ভ্ৰমণ বা বিমানত যাত্ৰাৰ কৰাৰ সময়ত ফ্লাইটটো টেক অফ যোৱাৰ লগতে যাত্ৰীসকলক তেওঁলোকৰ স্মাৰ্টফোনটো ফ্লাইট মুড বা এৰোপ্লেন মুডত ৰাখিবলৈ কোৱা...
ইউৰোপত দ্ৰুতগতিতবৃদ্ধি পাইছে তাপমাত্ৰা
Health Plus - 0
জলবায়ুৰ পৰিৱৰ্তনে সমগ্ৰ বিশ্বৰে উষ্ণতা বৃদ্ধি কৰিছে৷ কিন্তু এই ক্ষেত্ৰত সকলোৰে আগত আছে ইউৰোপ মহানগৰ৷ যোৱা দুবছৰত ইউৰোপত...
অসমক দক্ষিণ-পূব এছিয়াৰ চিকিৎসাশিক্ষাৰ হাবৰূপে গঢ়াৰ সংকল্প
Health Plus - 0
দক্ষিণ-পূব এছিয়াৰ চিকিৎসা কেন্দ্ৰৰ হাব হিচাপে অসমক গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে অহৰহ কাম কৰি আছে৷ এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী...
এখন দেশৰ নাগৰিকৰ নিশাৰভিতৰতে বয়স কমিল এবছৰ-দুবছৰ !
Health Plus - 0
মানুহৰ বয়স জানো কমিব পাৰে, তাকো এজন-দুজন নহয়– এখন দেশত বাস কৰা সকলো নাগৰিকৰে কমিছে বয়স৷ কথাটো আচহুৱা লাগিলেও একেবাৰে সঁচা৷ এখন...
চাঞ্চল্যকৰ তথ্য : কৰ’না ভাইৰাছ চীনে প্ৰস্তুত কৰা জৈৱিক অস্ত্ৰ
Health Plus - 0
যোৱা দুটা দশক ধৰি সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছে বিভীষিকাৰ সৃষ্টি কৰিছিল৷ এই ভাইৰাছে মানৱ সমাজক সম্পূৰ্ণ বিধবস্ত কৰি...
Most Read
ফেটি লিভাৰৰ নিৰ্মূলৰ বাবে এই পাঁচটি পৰামৰ্শ
আধুনিক জীৱন যাত্ৰাত বহুতেই কম-বেছি পৰিমাণে ফেটি লিভাৰত আক্ৰান্ত হয়৷ যকৃতত যদি অতিৰিক্ত পৰিমাণৰ মেদ জমা হ’বলৈ আৰম্ভ কৰে, তেনেহ’লে ছিৰোছিছ,...
দাঁতৰ গুৰিৰ পৰা তেজ ওলালে কি কৰিব?
সাধাৰণতে আমাৰ দাঁত ব্ৰাছ কৰিলে বহুতৰে দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা দেখা যায়৷ আমি প্ৰায়ে এনে হ’লে হেয় জ্ঞান কৰোঁ৷ কোনোধৰণৰ ব্যৱস্থা...
এই পানীয়ৰ আছে বহুতো উপকাৰী গুণাগুণ
পুৱা উঠিয়েই একাপ গৰম পানী লৈ তাত অলপ আদা আৰু নেমুৰ ৰস মিহলাই এবিধ পানীয় প্ৰস্তুত কৰিব৷ এই পানীয় সদায় পুৱা...
পুষ্টিগুণেৰে ভৰপূৰ গাজৰৰ উপকাৰিতা কিছু জানো আহক
শীতকালৰ পাচলি হিচাপে গাজৰ উৎকৃষ্ট৷ পুষ্টিগুণেৰে সমৃদ্ধ গাজৰ কেঁচা চালাড কৰি বা ৰান্ধি দুইধৰণেই খোৱা হয়৷ বিভিন্ন প্ৰয়োজনীয় উপাদানেৰে সমৃদ্ধ গাজৰ...