Health Plus

4942 POSTS0 COMMENTS
http://newshealthplus.com

মহাকাশৰ আৱৰ্জনাইভাবুকিৰ সৃষ্টি কৰিছে

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এই কথা নিশ্চিত কৰিছে৷ নাছাই প্ৰকাশ কৰা...

Hypothyroidism-ৰ সমস্যাতএইবোৰ খাদ্য এৰাই চলক

থাইৰয়েড বিশ্বজুৰি এক পৰিচিত ৰোগ৷ য’ত নেকি আপোনাৰ থাইৰয়েডৰ এই গুৰুত্বপূৰ্ণ হৰমনবোৰ খুব বেছি বা খুব কম উৎপাদন কৰে৷ থাইৰয়েডৰ হাইপাৰথাইৰয়েডিজম, থাইৰয়েডাইটিছ...

বিশ্বৰ আটাইতকৈ গভীৰতথা দ নদী ক’ত আছে

সমগ্ৰ বিশ্বতে প্ৰায় ডেৰ লাখ নদী আছে৷ এই নদীবোৰ বিভিন্ন সভ্যতাৰ উৎপত্তি আৰু ধবংস হোৱাৰ সাক্ষী হৈ আছে৷ পৃথিৱীৰ পাৰিপাশ্বিৰ্ক অৱস্থা বহু...

প্ৰচণ্ড গৰমে মানুহৰস্মৃতিশক্তি হ্ৰাস কৰিছে

জলবায়ু পৰিৱৰ্তনৰ লগতে এল নিনোৰ প্ৰভাৱত সমগ্ৰ বিশ্বই প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ কবলত পৰিছে৷ প্ৰচণ্ড গৰমে মানুহৰ স্মৃতিশক্তি হ্ৰাস কৰাত সহায় কৰিছে৷ এই...

আশাৰ বতৰা : নাছাৰ প্ৰতিবেদনত মঙল গ্ৰহত জীৱ থকাৰ সম্ভাৱনা

মঙল গ্ৰহত জীৱৰ সম্ভাৱনাৰ সম্পৰ্কত আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ যান কিউৰিয়’ছিটি ৰ’ভাৰে এক আশাৰ বতৰা দিছে৷ বিভিন্ন দিশৰ পৰা পৃথিৱীৰ সৈতে...

পুৰুষতকৈ মহিলাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী

আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বিষয়ে এতিয়া সকলোৱে জানে৷ ক’ভিড-১৯ মহামাৰীৰ সময়ত সকলোৱে নিজৰ ৰোগ প্ৰতিৰোধী প্ৰণালীৰ প্ৰতি সচেতন হৈ পৰিছিল৷ কিন্তু...

চন্দ্ৰপৃষ্ঠত ৰ’ভাৰ প্ৰজ্ঞানেগতিপথত কি অসুবিধা পাইছে

চন্দ্ৰযান-৩ৰ ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত আগবাঢ়ি যোৱাৰ সময়ত এটা চাৰি মিটাৰ ব্যাসৰ প্ৰকাণ্ড গাঁতৰ সন্মুখীন হয়৷ ৰ’ভাৰৰ তিনি মিটাৰ আগত এই গাঁতটো আছিল৷...

সুখবৰ : দুই ছেপ্টেম্বৰত ইছৰ’ই চলাব সৌৰ অভিযান

চন্দ্ৰত অৱতৰণৰ অভিযানত সফলতাৰ পাছত এতিয়া ইছৰ’ই টঙালি বান্ধিছে চন্দ্ৰ অভিযানৰ বাবে৷ এসপ্তাহৰ পাছতে, অহা ২ ছেপ্টেম্বৰত ইছৰ’ই সূৰ্যৰ অধ্যয়নৰ বাবে এটা...

আলাস্কা উপসাগৰৰ ধূলিৰ ধুমুহাইবিশ্বৰ জলবায়ুত প্ৰভাৱ পেলোৱাৰ আশংকা

পৃথিৱীত জলবায়ুৰ সৈতে জড়িত এনেকুৱা কিছুমান ঘটনা ঘটে, যিবোৰ দেখাত স্থানীয় যদিও ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিব পাৰে৷ এনেকুৱা এক ঘটনাৰ ইংগিত...

চন্দ্ৰপৃষ্ঠত অক্সিজেন, ছালফাৰকে ধৰি বহুযৌগৰ সন্ধান দিলে ৰ’ভাৰ প্ৰজ্ঞানে

চন্দ্ৰযান-৩ৰ ৰ’ভাৰ প্ৰজ্ঞানে জোনবাইৰ দক্ষিণ মেৰুত অক্সিজেন থকা বুলি নিশ্চিত কৰিছে৷ প্ৰজ্ঞানত থকা পেডল অৰ্থাৎ লেজাৰ ইনডিউচড ব্ৰেকডাউন স্পেক্টªস্কফি বা লিব্‌ছে-এ এই...

TOP AUTHORS

Most Read

ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী

আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...

মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক

আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...

পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ

যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...

নিয়মিত ছচ্‌মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?

ছচ্‌মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্‌মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...