Health Plus

4942 POSTS0 COMMENTS
http://newshealthplus.com

নাছাই আৱিষ্কাৰ কৰিলে৬টা নতুন গ্ৰহ

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই ছটা নতুন গ্ৰহ আৱিষ্কাৰ কৰিছে৷ অৱশ্যে এই গ্ৰহ ছটা আমাৰ সৌৰজগতৰ নহয়৷ নাছাই ইতিমধ্যে আমাৰ সৌৰজগতৰ বাহিৰত...

আশাৰ বতৰা : ভবাতকৈ চন্দ্ৰপৃষ্ঠ অধিক বাসোপযোগী

ভাৰতৰ চন্দ্ৰযান-৩ৰ সফলতাই সমগ্ৰ বিশ্বৰ কাৰণে এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷ চন্দ্ৰ অভিযানৰ বাবে যোৱা চন্দ্ৰযান-৩এ চন্দ্ৰত ৰাতি...

শিশুৰ দৈহিক ওজন বৃদ্ধিত অন্তৰায়হ’ব পাৰে এই পাঁচটি বিষয়

সন্তান এটিৰ জন্মৰ পৰাই চিকিৎসকে ওজন নিৰ্ধাৰণ বা সন্তানৰ জোখ নিৰ্ণয় কৰে৷ চিকিৎসকৰ পৰা এটি শিশুৰ বয়স অনযায়ী ওজন কিমান হোৱা উচিত...

বিজ্ঞানীৰ দাবী : শুক্ৰ গ্ৰহত আছে আন গ্ৰহৰ প্ৰাণী

আমাৰ সৌৰজগতৰ দ্বিতীয়টো গ্ৰহ হ’ল শুক্ৰ৷ সূৰ্যৰ পৰা নিচেই ওচৰত থকাৰ কাৰণে এই গ্ৰহটোৰ উপৰিভাগৰ তাপমাত্ৰা ৪৭৫ ডিগ্ৰী চেলছিয়াছ৷ ইমান বেছি তাপমাত্ৰাত...

বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰদিল্লীৰ বাসিন্দাৰ ১০ বছৰ আয়ুস কমিব

এটা নতুন অধ্যয়ন মতে দিল্লী পৃথিৱীৰ আটাইতকৈ বেছি প্ৰদূষিত মহানগৰ হিচাপে পৰিগণিত হৈছে৷ উক্ত অধ্যয়নটোত লগতে কোৱা হৈছে যে দিল্লীত যদি বৰ্তমানৰ...

১২২ বছৰৰ পাছত ভাৰততআগষ্টত আটাইতকৈ কম বৰষুণ

ভাৰতত এই বছৰৰ আগষ্ট মাহটো ১৯০১ চনৰ পৰা আটাইতকৈ কম বৰষুণ হোৱা মাহ বা ড্ৰায়েষ্ট আগষ্ট হিচাপে...

দ্ৰুতভাৱে পেটৰ চৰ্বি কমাবলৈ কি কৰিব ?

আজিকালি প্ৰায়ভাগ লোকৰে এটা প্ৰধান সমস্যাটো হ’ল পেটত চৰ্বি জমা হোৱাটো৷ এটা নিৰ্দিষ্ট বয়সত পেটত চৰ্বি হোৱাটো যে প্ৰথাগত নিয়মত পৰিণত হৈছে৷...

কেঞ্চাৰৰ সৃষ্টি কৰিব পাৰেটুথপেষ্ট, ছেম্পুয়েও

সমগ্ৰ বিশ্বতে কেঞ্চাৰ এটা মাৰাত্মক ব্যাধিত পৰিণত হৈছে৷ ভাৰতত প্ৰতি বছৰে কেইবা লাখ লোক কেঞ্চাৰত আক্ৰান্ত হয়৷ কেঞ্চাৰ ৰোগৰ সৃষ্টি কৰা কেইবাটাও...

কৰ্কট প্ৰতিৰোধী ইনজেক্‌শ্যনচিকিৎসাৰ বাবে মাত্ৰ সাত মিনিট

যিমানে বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত বিকাশ হৈছে, সিমানেই ন ন ৰোগে বিশ্ববাসীক আতংকিত কৰি তুলিছে৷ বৰ্তমান শতিকাত কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা ভয়াৱহভাৱে মানুহৰ দেহলৈ...

মহিলাৰ মগজুৰ অস্ত্ৰোপচাৰতওলাল জীৱন্ত কৃমি

মানুহৰ মগজুৱে আমাৰ সকলোখিনি নিয়ন্ত্ৰণ কৰে৷ অৰ্থাৎ মগজু হ’ল আমাৰ প্লেনমেকাৰ৷ কিন্তু এই মগজুতো জীৱন্ত কৃমি থাকিব যে পাৰে, সেয়া কল্পনাৰো অগোচৰ৷...

TOP AUTHORS

Most Read

ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী

আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...

মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক

আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...

পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ

যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...

নিয়মিত ছচ্‌মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?

ছচ্‌মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্‌মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...