Health Plus

4942 POSTS0 COMMENTS
http://newshealthplus.com

বিশ্বত প্ৰথমবাৰলৈ গাহৰিৰদেহত মানৱ কিডনীৰ বিকাশ

গাহৰিৰ কিডনী মানৱ দেহত সফলতাৰে সংৰোপণ কৰাৰ পাছত এতিয়া বিজ্ঞানীসকলে প্ৰথমবাৰলৈ গাহৰিৰ দেহত মানৱ কিডনীৰ বিকাশ ঘটাবলৈ সক্ষম হৈছে৷ এই কথা জানিব...

গুৱাহাটীৰ এইমছৰ মুকলি হ’লহালধীয়া জ্বৰৰ প্ৰতিষেধক কেন্দ্ৰ

ৰাজ্যবাসীৰ বাবে সুখবৰ যে এতিয়াৰে পৰা গুৱাহাটীত উপলব্ধ হ’ব হালধীয়া জ্বৰৰ টিকাকৰণ কাৰ্যসূচী৷ বিশেষকৈ যিসকল লোকে সঘনাই বিদেশ ভ্ৰমণ কৰে, তেওঁলোকৰ বাবে...

সাৱধান : কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণ

কেৰালাৰ কোঝিকোড় জিলাত নিপা ভাইৰাছত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত কেৰালা চৰকাৰে কোঝিকোড়ৰ সাতখন গাঁও পঞ্চায়তক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

হাৰ্ট ভালে ৰাখিবলৈদৈনিক এইবোৰ কৰক

বৰ্তমান সমগ্ৰ বিশ্বতে হাৰ্ট এটেক অথবা হাৰ্টৰ বিভিন্ন সমস্যাত ভুগি মৃত্যু হোৱা লোকৰ সংখ্যাই অধিক৷ সেয়েহে এনে সময়ত আপুনি আপোনাৰ হাৰ্টটো সুস্থ...

বৰফে কিদৰে ছালখনৰযতনত সহায় কৰে?

যেতিয়াই ছালৰ যত্নৰ কথা আহে, তেতিয়া সকলোৱে কেৱল মুখৰ মসৃণতা তথা উজ্জ্বলতাৰ কথাহে ভাবিবলৈ লয়৷ সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ বিকিৰণ, বায়ু প্ৰদূষণ, অস্বাস্থ্যকৰ...

এই ঘৰুৱা উপায়েৰে ইউৰিকএচিডৰ সমস্যাৰ পৰা চিৰমুক্তি পাওক

ইউৰিক এচিড হ’ল তেজত উপস্থিত থকা একপ্ৰকাৰ বৰ্জ্য পদাৰ্থ৷ পিউৰিন নামৰ যৌগৰ বিপাকৰ মাধ্যমেৰে ইউৰিক এচিড তৈয়াৰ হয়৷ সাধাৰণ অৱস্থাত ইউৰিক এচিড...

কাণৰ কাষত মহে কিয় গুণগুণায়কাৰণ জানিলে অবাক হ’ব

কাণৰ ওচৰত মহে যেতিয়া গুণগুণাবলৈ ধৰে আপুনি নি(য় বিৰক্তি অনুভৱ কৰে আৰু খং উঠে৷ এইটো সকলোৰে ক্ষেত্ৰতে হোৱা এটা ঘটনা৷ সময়-অসময় নাই...

মাছৰ তেলে হাৰ্ট সুস্থ ৰাখে কি কয় পুষ্টিবিদে ?

মাছৰ লগতে মাছৰ তেলো খাবলৈ বহুতেই পচন্দ কৰে৷ মাছৰ লগতে ইয়াৰ তেলো খাদ্যগুণেৰে ভৰপূৰ৷ মাছৰ তেল নিয়মিতভাৱে খালে হাৰ্টৰ স্বাস্থ্যৰ ক্ষেত্ৰত উপকাৰীনে,...

শৰীৰত জমা হোৱা ময়লাআঁতৰাবলৈ ঘৰুৱাভাৱে এই টিপছ

প্ৰায়ভাগ মানুহে মুখৰ সৌন্দৰ্য বঢ়াবলৈ নানা উপায় অৱলম্বন কৰে, কিন্তু শৰীৰৰ আন অংগসমূহ ফালে মনোযোগ দিয়াত অৱহেলা কৰে৷ যাৰ কাৰণে ক্ৰমান্বয়ে ছালখনত...

অমিতা স্বাস্থ্যৰ বাবেকিমান উপকাৰী জানেনে?

কেঁচাই হওক বা পকা অমিতা খাবলৈ সকলোৱে পচন্দ কৰে৷ ইয়াৰ স্বাদো সুস্বাদু৷ অতি সহজে পোৱা এইবিধ ফল নিৰোগী বুলি গণ্য কৰা হয়৷...

TOP AUTHORS

Most Read

ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী

আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...

মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক

আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...

পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ

যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...

নিয়মিত ছচ্‌মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?

ছচ্‌মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্‌মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...