Health Plus
4944 POSTS0 COMMENTS
http://newshealthplus.comসুখবৰ : বিশ্বনাথ ঘাটে লাভ কৰিছে দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ স্বীকৃতি
Health Plus - 0
অসমবাসীৰ বাবে সুখবৰ৷ দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে বিশ্বনাথ ঘাটে৷ সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড॰...
চন্দ্ৰত এতিয়া সূৰ্যোদয় : ৰ’ভাৰ প্ৰজ্ঞানক জগোৱাৰ চেষ্টা বিজ্ঞানীৰ
Health Plus - 0
চন্দ্ৰপৃষ্ঠত আজি কেইবাদিনো ধৰি টোপনিত নিমগ্ন হৈ আছে চন্দ্ৰযান-৩১ ৰ’ভাৰ প্ৰজ্ঞানে৷ কিয়নো সেই সময়খিনিত তাত ৰাতি হৈ আছিল৷ চন্দ্ৰপৃষ্ঠত দি হোৱাৰ লগে...
চৰাইৰ দৰে আকাশতউৰা উৰণীয়া স্কুটাৰ
Health Plus - 0
চৰাইৰ দৰে আকাশত উৰাৰ সপোন সকলোৱে দেখে৷ এতিয়া এই সপোনক বাস্তৱ ৰূপ দিব পৰা যাব এখন উৰণীয়া স্কুটাৰৰ জৰিয়তে৷ দেখাত এভকেডি নামৰ...
১২৫ বছৰৰ পাছত প্ৰকৃতিলৈপ্ৰত্যাৱৰ্তন বিলুপ্তি হোৱা এই পক্ষী
Health Plus - 0
মাত্ৰ এবছৰ দুবছৰ নহয়, সুদীৰ্ঘ ১২৫ বছৰ ধৰি নিৰুদ্দেশ অৰ্থাৎ নোহোৱা হৈ আছিল এই পক্ষীটো৷ চৰকাৰীভাৱেও বিলুপ্তি ঘোষণা কৰিছিল৷ কিন্তু সকলোকে আচৰিত...
মানুহেই দায়ী : পৃথিৱীত কীট-পতংগৰ সংখ্যা হ্ৰাস
Health Plus - 0
বিশ্বত কীট-পতংগৰ সংখ্যা দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে৷ ইয়াৰ বাবে ঘাইকৈ জগৰীয়া মানুহ৷ বিজ্ঞানীসকলে জানিব পৰা মতে, উত্তৰ আমেৰিকা আৰু ইউৰোপত কীট-পতংগৰ...
আমেৰিকাত হ্ৰাস পাইছেভগৱানত আস্থা থকা লোকৰ সংখ্যা
Health Plus - 0
আমেৰিকাত ভগৱান, স্বৰ্গ তথা নৰক আৰু চয়তানৰ প্ৰতি থকা আস্থাৰ ভাব দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে৷ দেশখনত কৰা এটা সমীক্ষাৰ পৰা এই...
সমীক্ষা : কেইটামান বছৰৰ ভিতৰতে ডুবিব পাৰে পৃথিৱীৰ সিংহভাগ
Health Plus - 0
এইবাৰ পানীয়ে মানৱ সভ্যতাক সংকটত পেলাব নেকি? কিয়নো যি অধ্যয়নৰ তথ্য পোহৰলৈ আহিছে সেয়া যেন তাৰেই ইংগিত দিছে৷...
মানুহে কেৱল চন্দ্ৰতেএৰিছে ২০০ টন আৱৰ্জনা
Health Plus - 0
মহাকাশত আৱৰ্জনাৰ বোজা দিনক দিনে বৃদ্ধি পাইছে৷ মন কৰিবলগীয়া যে এতিয়ালৈকে প্ৰায় চাৰে ছহেজাৰ ৰকেট উৎক্ষেপণ কৰা হৈছে৷ ইয়াৰ অৰ্থ হ’ল মহাকাশত...
মহামাৰীৰ আগজাননী দিবকৃত্ৰিম বুদ্ধিমত্তাৰ নতুন প্ৰণালীয়ে
Health Plus - 0
কৃত্ৰিম বুদ্ধিমত্তাই সমগ্ৰ বিশ্বকে হাত কৰিছে৷ তথ্য-প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে কৃত্ৰিম বুদ্ধিমত্তাই গ্ৰাস কৰি পেলাইছে৷ আধুনিক জগতৰ সকলো কামেই এতিয়া...
সাৱধান! বজাৰত লিভাৰ,কেঞ্চাৰৰ নকল ঔষধ
Health Plus - 0
বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰা সতৰ্কবাণী অনুসৰি ভাৰতৰ ঔষধ মহানিয়ন্ত্ৰকে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ঔষধ নিয়ন্ত্ৰকসকললৈ দুটা ঔষধৰ নকল...
Most Read
বহি থাকিলে ভৰি লৰাই থকাৰ অভ্যাসেও হ’ব পাৰে ৰোগৰ লক্ষণ
বহুতৰে বহি থাকিলে ভৰি লৰাই থকাৰ এটা অভ্যাস থাকে৷ য’তেই নহওক কিয় বহিবলৈ সুবিধা পালেই এইচাম লোকৰ ভৰি জোকাৰণি আৰম্ভ হয়৷ পিছে...
যেতিয়াই-তেতিয়াই উজুটি খায়? শিকক ৩০ ছেকেণ্ডৰ ‘বেলেন্স টেষ্ট’
কামৰ তাগিদাত খৰধৰকৈ ৰাস্তাত খোজকাঢ়িলে হঠাতে উজুটি খাই পৰি অঘটন হোৱা দেখা যায়৷ এই ক্ষেত্ৰত বয়সিয়ালসকলৰ সমস্যা আৰু বেছি হয়৷ মূৰ ঘূৰোৱা,...
ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী
আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...
মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক
আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...