Health Plus
4944 POSTS0 COMMENTS
http://newshealthplus.comঔষধ আৱিষ্কাৰ : মেদবহুল খাদ্যৰসিকৰ বাবে সুখবৰ
Health Plus - 0
মেদবহুলতাই প্ৰকৃততে ভালেমান ৰোগক শৰীৰলৈ মাতি আনে৷ এনে লোকৰ বাবে আন এটা সমস্যা হ’ল বিভিন্ন সুস্বাদু খাদ্য পালেও লোভ সম্বৰণ কৰি চলিবলগীয়া...
নাছাই ইউৰোপাত জীৱ থকাৰসম্ভাৱনাৰ সম্ভেদ ব্যক্ত কৰিছে
Health Plus - 0
পৃথিৱীৰ বাহিৰত জীৱৰ সন্ধানত চলোৱা অভিযানত বৃহস্পতি গ্ৰহৰ উপগ্ৰহ ইউৰোপাই আশাৰ বতৰা কঢ়িয়াই আনিছে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ জেম্ছ ৱেব দূৰবীণে...
ভৱিষ্যদ্বাণী : কৃত্ৰিম বুদ্ধিমত্তা হ’ব পৃথিৱী ধবংসৰ অন্যতম কাৰণ
Health Plus - 0
পৃথিৱীৰ সৃষ্টি হৈছিল কোটি কোটি বছৰৰ আগতে৷ ইয়াৰ পাছত প্ৰায় প্ৰতি ছেকেণ্ডতে পৃথিৱীত কিবা এটা নহয় এটা পৰিৱৰ্তন হৈ আহিছে৷ এই পৰিৱৰ্তনবোৰৰ...
ৰাতি হালধি দিয়া গাখীৰখালে আচৰিত লাভ পাব
Health Plus - 0
যেতিয়াই শৰীৰৰ কোনো অংশ আঘাতপ্ৰাপ্ত হয়, তেতিয়া বয়োজ্যেষ্ঠ লোকসকলে হালধিযুক্ত গাখীৰ খাবলৈ পৰামৰ্শ দিয়া আপোনালোকে নিশ্চয় দেখিছে৷ কিয়নো হালধি দিয়া গাখীৰে ঘা...
২০২৩ৰ জুন-আগষ্ট আছিল এতিয়ালৈকেপৃথিৱীৰ আটাইতকৈ বেছি গৰমৰ সময়
Health Plus - 0
আমেৰিকাৰ মহাকাশ সংস্থা নাছা আৰু নেশ্যনেল অছেনিক এণ্ড এটম’স্ফেৰিক এডমিনিষ্ট্ৰেশ্যনে কয় যে এই বছৰৰ জুন-আগষ্টৰ সময়ছোৱা এতিয়ালৈকে পৃথিৱীৰ আটাইতকৈ বেছি গৰমৰ...
পৃথিৱী, সৌৰজগতৰ জন্মৰ বিষয়েতথ্য লাভ কৰিব নাছাৰ কেপছুলে
Health Plus - 0
মহাকাশত থকা বেন্নু নামৰ এটা গ্ৰহাণুৰ পৰা নমুনা সংগ্ৰহ কৰি আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ অ’ৰিছিছ-ৰেক্স নামৰ যানখন পৃথিৱী অভিমুখে আহি আছে৷...
ঘৰত পৰুৱাৰ উৎপাতনিয়ন্ত্ৰণৰ বাবে কি কৰিব?
Health Plus - 0
সাধাৰণতে খৰালিতকৈ বাৰিষা কাল আমাৰ সকলোৰে ঘৰত পৰুৱাৰ সংখ্যা বাঢ়ি উৎপাতৰ সৃষ্টি কৰে৷ ঘৰত পৰুৱাৰ উৎপাত আমাৰ সকলোৰে এটা ডাঙৰ সমস্যা৷ ঘৰৰ...
ভয়ংকৰ তথ্য : নদীৰ পানীত হ্ৰাস পাইছে অক্সিজেনৰ পৰিমাণ
Health Plus - 0
জলবায়ু পৰিৱৰ্তন তথা বিশ্বৰ উষ্ণতা বৃদ্ধিয়ে সমগ্ৰ পৃথিৱীতে গভীৰ প্ৰভাৱ পেলাইছে৷ ইয়াৰ ফলত বিশ্বৰ সাগৰ-মহাসাগৰসমূহৰ লগতে বায়ুমণ্ডলো গৰম হ’বলৈ ধৰিছে৷ শেহতীয়াভাৱে আমেৰিকাৰ...
সাফল্য : চাহৰ কলঘৰৰ পেলনীয়া সামগ্ৰীৰে ঔষধ-খাদ্য সামগ্ৰী প্ৰস্তুত
Health Plus - 0
চাহ উদ্যোগৰ পেলনীয়া সামগ্ৰীৰ পৰা আই আই টি, গুৱাহাটীৰ এদল গৱেষকে প্ৰস্তুত কৰি উলিয়াইছে ঔষধ আৰু খাদ্য সামগ্ৰী৷...
ভাৰতীয় এমবিবিএছ ডিগ্ৰীধাৰীয়ে বিদেশতোলাভ কৰিব চিকিৎসা প্ৰদানৰ সুবিধা
Health Plus - 0
ভাৰতীয় চিকিৎসা বিজ্ঞানৰ এম বি বি এছ ডিগ্ৰীধাৰীসকলৰ বাবে সুখবৰ৷ এতিয়াৰ পৰা ভাৰতীয় চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰীয়ে অৰ্থাৎ এম বি বি এছে...
Most Read
বহি থাকিলে ভৰি লৰাই থকাৰ অভ্যাসেও হ’ব পাৰে ৰোগৰ লক্ষণ
বহুতৰে বহি থাকিলে ভৰি লৰাই থকাৰ এটা অভ্যাস থাকে৷ য’তেই নহওক কিয় বহিবলৈ সুবিধা পালেই এইচাম লোকৰ ভৰি জোকাৰণি আৰম্ভ হয়৷ পিছে...
যেতিয়াই-তেতিয়াই উজুটি খায়? শিকক ৩০ ছেকেণ্ডৰ ‘বেলেন্স টেষ্ট’
কামৰ তাগিদাত খৰধৰকৈ ৰাস্তাত খোজকাঢ়িলে হঠাতে উজুটি খাই পৰি অঘটন হোৱা দেখা যায়৷ এই ক্ষেত্ৰত বয়সিয়ালসকলৰ সমস্যা আৰু বেছি হয়৷ মূৰ ঘূৰোৱা,...
ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী
আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...
মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক
আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...