Health Plus

4944 POSTS0 COMMENTS
http://newshealthplus.com

মস্তিষ্কত থকা সৰু নীলা বিন্দুটোৰ কাম কি জানেনে ?

মানুহ অংগবোৰৰ ভিতৰত মস্তিষ্কটো এটা গুৰুত্বপূৰ্ণ অংগ৷ মস্তিষ্কই স্মৃতিশক্তি ধৰি ৰাখি দৈনন্দিন কাৰ্যপ্ৰণালী সুশৃংখলিতভাৱে নিয়ন্ত্ৰণত সহায় কৰে৷ ইয়াৰ বাবে মগজুৰ ভিতৰত থকা...

সাৱধান : স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলাইছে মাইক্ৰ’প্লাষ্টিকে

পৰিৱেশৰ লগতে মানুহৰ বাবে এতিয়া অন্যতম ভাবুকিৰ সৃষ্টি কৰিছে প্লাষ্টিকৰ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ কণাই৷ যাক মাইক্ৰ’প্লাষ্টিক বুলি কোৱা হয়৷ এটা অধ্যয়নৰ পৰা...

ইছৰ’-এ ছহেজাৰ মিটাৰগভীৰতাত চলাব অভিযান

চন্দ্ৰযান-৩ৰ সফলতা, আদিত্য এলৰ-ৰ উৎক্ষেপণৰ পাছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এইবাৰ গভীৰ সমুদ্ৰত অভিযান চলাব৷ পৃথিৱী বিজ্ঞান মন্ত্ৰী কিৰেন ৰিজিজুৱে এই...

পৃথিৱীৰ অষ্টমখন মহাদেশআৱিষ্কাৰ কৰিলে বিজ্ঞানীয়ে

আমি সৰুৰে পৰা মহাসাগৰ আৰু মহাদেশ বু্‌লিলে মহাসাগৰ পাঁচখন আৰু মহাদেশ সাতখন বু্‌লিহে পাই আহিছোঁ৷ কিন্তু সকলোকে আচৰিত কৰি সাতখন মহাদেশৰ বাহিৰেও...

জীৱন-যুদ্ধত হাৰি নাযাবলৈএইবোৰ কথালৈ মন দিয়ক

আপোনাৰ জীৱনত যিমানেই জটিল তথা ডাঙৰ সমস্যাই নাহক কিয়, কিছুমান বিষয়ত ধ্যান দিলে জীৱন-যুঁজত পৰাজিত হোৱাৰ ভয় নাথাকে৷ আনহাতে বিভিন্ন লেখাত লেখকে...

সুখবৰ : মহাকাশত চীনৰ শাক-পাচলিৰ খেতি

চীনে মহাকাশ অভিযানত এনে কিছুমান কাম-কাজ কৰি আছে, যিবোৰে সমগ্ৰ বিশ্বকে আকৰ্ষিত কৰিছে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাকে ধৰি আন মহাকাশ সংস্থাবোৰে...

বিভিন্ন ৰোগক আমন্ত্ৰণ জনোৱাৰ লগতেধূমপানে বৃদ্ধত্বৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰে

ধূমপান স্বাস্থ্যৰ বাবে যে ক্ষতিকাৰক সেই কথা সকলোৱে জানে৷ তাৰ পাছতো মানুহে ধূমপান কৰিবলৈ নেৰে৷ ধূমপানে বিভিন্ন ধৰণৰ ৰোগকো আমন্ত্ৰণ জনায়৷ এই...

সাপৰ উপদ্ৰৱৰ পৰা মুক্তি পাবলৈএই তিনিবিধ গছ বাগিচাত ৰাখক

ভয়ংকৰ সৰীসৃপবোৰৰ ভিতৰত সাপো অন্যতম৷ সাপে কামোৰাৰ ফলত দেশত বছৰি কেইবা হাজাৰ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা যায়৷ আনহাতে বাৰিষা কালত খৰালি...

দেশৰ এখন নদী, যাৰ নামশুনিলেও আজিলৈকে কোনেও দেখা নাই

বৈদিক যুগৰ সকলোতকৈ পৱিত্ৰ নদী হিচাপে বিবেচিত কৰা হয় সৰস্বতী নদীক৷ এই নদীৰ পানী সেৱন কৰিলেই ঋষি মুনিসকলে...

বেক্টেৰিয়াৰ পৰা বিদ্যুৎউৎপাদনৰ প্ৰক্ৰিয়া উদ্ভাৱন

বিদ্যুৎ উৎপাদন বিভিন্ন উৎসৰ পৰা আহৰণ কৰা হয় যদিও শেহতীয়াভাৱে ছুইজাৰলেণ্ডৰ বিজ্ঞানীয়ে বেক্টেৰিয়াৰ পৰা বিদ্যুৎ উৎপাদনৰ পৰিকল্পনা কৰিছে৷ ইয়াৰ বাবে সুৰাৰ ভাতীৰ...

TOP AUTHORS

Most Read

বহি থাকিলে ভৰি লৰাই থকাৰ অভ্যাসেও হ’ব পাৰে ৰোগৰ লক্ষণ

বহুতৰে বহি থাকিলে ভৰি লৰাই থকাৰ এটা অভ্যাস থাকে৷ য’তেই নহওক কিয় বহিবলৈ সুবিধা পালেই এইচাম লোকৰ ভৰি জোকাৰণি আৰম্ভ হয়৷ পিছে...

যেতিয়াই-তেতিয়াই উজুটি খায়? শিকক ৩০ ছেকেণ্ডৰ ‘বেলেন্স টেষ্ট’

কামৰ তাগিদাত খৰধৰকৈ ৰাস্তাত খোজকাঢ়িলে হঠাতে উজুটি খাই পৰি অঘটন হোৱা দেখা যায়৷ এই ক্ষেত্ৰত বয়সিয়ালসকলৰ সমস্যা আৰু বেছি হয়৷ মূৰ ঘূৰোৱা,...

ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী

আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...

মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক

আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...