Health Plus

4944 POSTS0 COMMENTS
http://newshealthplus.com

সুখবৰ : ইউনেস্ক’ৰ স্বীকৃতিৰ দৌৰত অসমৰ এটা স্থাপত্য

ইউনেস্ক’ৰ স্বীকৃতি পোৱাৰ দিশে অসমৰ এটা স্থাপত্যই আগবাঢ়িছে৷ ইয়াৰ আগতে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যশালী স্থান হিচাপে স্বীকৃতি পাইছিল অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু...

ভাৰতৰ সকলোতকৈ সৰু ৰাষ্ট্ৰীয়পথটো ক’ত, যাৰ দৈৰ্ঘ্য মাত্ৰ ৫ কিঃ মিঃ

আমাৰ দেশত এখন ৰাজ্যৰ লগত আন এখন ৰাজ্যক সংযোগ কৰিবলৈ সুকীয়াকৈ বহু পথ আছে৷ ইয়াৰ বাবে অসংখ্য ডাঙৰ পথ তথা ৰাষ্ট্ৰীয় পথ...

অসমত বাল্য বিবাহৰবিৰুদ্ধে আৰক্ষীৰ পুনৰ অভিযান

অসমত শালনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰে বিভিন্ন সমাজৰ উন্নয়নমূলক তথা জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰিছে৷ চৰকাৰে বিভিন্ন আচনিৰ সৃষ্টিৰে দুখীয়া নিছলাক সহায়ৰ হাত...

এনে এখন স্কুল, য’তফেল কৰিলেহে নামভৰ্তি হয়

নিজৰ সন্তানক পঢ়ুৱাৰ কাৰণে সকলোৱে ভাল স্কুলৰ সন্ধান কৰে৷ বহুতে আনকি স্কুলৰ সম্পূৰ্ণ ইতিহাস তথা তথ্য অধ্যয়ন কৰিও লয়৷ স্কুলেও নামভৰ্তিৰ বাবে...

নতুন ‘এক্স ভাইৰাছ’কলৈ বিশেষজ্ঞৰ সতৰ্কবাণী

ক’ভিড মহামাৰীয় সমগ্ৰ বিশ্বকে কোঙা কৰি থৈ গৈছে৷ ক’ভিডৰ আতংক তথা ইয়াৰ প্ৰাদুৰ্ভাৱৰ ফলত বিশ্বৰ ধন-জনকে ধৰি অৰ্থনৈতিক অৱস্থা বেয়াৰ ফালে গতি...

আলু সদৃশ ক্ষুদ্ৰ গ্ৰহতআছে সোণৰ ভাণ্ডাৰ

মহাকাশত বিজ্ঞানীয়ে আমাৰ সৌৰজগতত এটা বিশেষ ধৰণৰ গ্ৰহাণু আৱিষ্কাৰ কৰিছে৷ আলুৰ আকাৰৰ এই গ্ৰহাণুটো সোণৰ ভাণ্ডাৰ বুলি কোৱা হয়৷ এই গ্ৰহাণুটোক ক্ষুদ্ৰ...

সাৱধান : স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলাইছে মাইক্ৰ’প্লাষ্টিকে

পৰিৱেশৰ লগতে মানুহৰ বাবে এতিয়া অন্যতম ভাবুকিৰ সৃষ্টি কৰিছে প্লাষ্টিকৰ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ কণাই৷ যাক মাইক্ৰ’প্লাষ্টিক বুলি কোৱা হয়৷ এটা অধ্যয়নৰ পৰা...

অধ্যয়নৰ তথ্য : হিমালয়ত নোহোৱা হ’ব আধাখিনি হিমবাহ

জলবায়ু পৰিৱৰ্তন তথা উষ্ণতা বৃদ্ধিয়ে কেৱল সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিয়েই কৰা নাই, পৰ্বতৰ ওপৰত থকা হিমবাহসমূহকো প্ৰভাৱিত কৰিছে৷ বৰফেৰে আবৃত অঞ্চলত থকা হ্ৰদসমূহৰ...

বিমানত কোনবিধ ফল নিয়া নিষিদ্ধধৰা পৰিলে হ’ব পাৰে জে’ল

বিমানত ভ্ৰমণ কৰাৰ সময়ত বিভিন্ন নিয়ম যে মানি চলিবলগীয়া হয়, সেই কথাটো আমি সকলোৱে জানোহক৷ বিমান যাত্ৰাৰ সময়ত কি সামগ্ৰী নিব পাৰি...

সুখবৰ : কৰ্কটৰ চিকিৎসাৰ বাবে সূৰ্যতকৈও উজ্জ্বলতৰ লেজাৰ উদ্ভাৱন

কৰ্কট ৰোগ সমগ্ৰ বিশ্বতে ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ এই ৰোগ নিৰাময়ৰ বাবে বিভিন্ন দেশৰ বিজ্ঞানী মহলে অহৰহ চেষ্টা কৰি আছে যদিও ফলপ্ৰসূ সমাধান...

TOP AUTHORS

Most Read

বহি থাকিলে ভৰি লৰাই থকাৰ অভ্যাসেও হ’ব পাৰে ৰোগৰ লক্ষণ

বহুতৰে বহি থাকিলে ভৰি লৰাই থকাৰ এটা অভ্যাস থাকে৷ য’তেই নহওক কিয় বহিবলৈ সুবিধা পালেই এইচাম লোকৰ ভৰি জোকাৰণি আৰম্ভ হয়৷ পিছে...

যেতিয়াই-তেতিয়াই উজুটি খায়? শিকক ৩০ ছেকেণ্ডৰ ‘বেলেন্স টেষ্ট’

কামৰ তাগিদাত খৰধৰকৈ ৰাস্তাত খোজকাঢ়িলে হঠাতে উজুটি খাই পৰি অঘটন হোৱা দেখা যায়৷ এই ক্ষেত্ৰত বয়সিয়ালসকলৰ সমস্যা আৰু বেছি হয়৷ মূৰ ঘূৰোৱা,...

ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী

আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...

মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক

আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...