Health Plus
4944 POSTS0 COMMENTS
http://newshealthplus.com৮০০ কোটি লোকে এক লাখ বছৰ থাকিব পৰাকৈ চন্দ্ৰত আছে অক্সিজেন
Health Plus - 0
চন্দ্ৰৰ দক্ষিণ মেৰুত ভাৰতৰ সফল অভিযানৰ পাছত এতিয়া জোনবাইৰ দেশত মানুহৰ বসতিস্থল স্থাপনক লৈ চৰ্চা আৰম্ভ হৈছে৷ কিন্তু...
ছিৰাম-অক্সফ’ৰ্ডৰ মেলেৰিয়াভেকচিনত WHO-ৰ অনুমোদন
Health Plus - 0
প্ৰয়োজনীয় সুৰক্ষা, গুণ, ফলপ্ৰসূতা মানৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত অক্সফ’ৰ্ড বিশ্ববিদ্যালয় আৰু ছিৰাম ইনষ্টিটিউট অব্ ইণ্ডিয়াই বিকাশ ঘটোৱা আৰ ২১/ মেট্ৰিক্স এম...
অসমৰ ছটা ধান, মাহজাতীয়শস্যৰ জাতলৈ সৰ্বভাৰতীয় অনুমোদন
Health Plus - 0
অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া গৱেষণাৰ জৰিয়তে উদ্ভাৱন কৰা তিনিটা ধানৰ জাত আৰু তিনিটা মাহজাতীয় শস্যৰ জাতে...
GMCH-ৰ পদক্ষেপ : মোবাইলতে উপলব্ধ হ’ব পৰীক্ষাৰ ৰিপ’ৰ্ট
Health Plus - 0
উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰখনৰ প্ৰধান হাব হিচাপে চিহ্নিত হৈছে জি এম চি এইচ৷ বৰ্তমান জি এম চি এইচ সমগ্ৰ উত্তৰ-পূবৰ ৰোগীসকলৰ চিকিৎসাৰ...
সাৱধান : অসমত ডেংগুই লৈছে সংহাৰী ৰূপ
Health Plus - 0
ৰাজ্যত ডেংগু ৰোগে লৈছে ভয়াৱহ ৰূপ৷ যোৱা কেইদিনমান ধৰি অসমৰ বিভিন্ন ঠাইত ডেংগু ৰোগত আক্ৰান্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি...
সুস্বাস্থ্য ধৰি ৰাখিবলৈমাটিৰ কলহত থোৱা পানী খাওক
Health Plus - 0
আদিম কালত মানুহে পানী খাওঁতে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল৷ অকল পানী খোৱাৰ বাবেই নহয়, মাটিৰ পাত্ৰত ৰান্ধিছিলো৷ সেই সময়ত মানুহৰ আজিৰ দৰে...
দেশৰ ১৩৬ বিধ প্ৰজাতিৰউভচৰ প্ৰাণী বিলুপ্তিৰ গৰাহত
Health Plus - 0
জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ পৰিণতি মানৱ সমাজত তড়িৎ গতিত পৰিছে৷ বিশ্বৰ উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ কুফল পৃথিৱীত থকা প্ৰতিটো জীৱৰ ওপৰতে পৰিছে,...
গ্ৰুপ ইনভাইটেশ্যন : হোৱাটছএপৰ এই নতুন ফিচাৰৰ দ্বাৰা কি সুবিধা পাব
Health Plus - 0
এতিয়া সকলোৰে মোবাইলতেই হোৱাটছএপ মূল বস্তু৷ মোবাইলত হোৱাটছএপ নহ’লে সেই মোবাইল ব্যৱহাৰ কৰাৰ অৰ্থই নাথাকে৷ হাজাৰ হাজাৰ নিজা গ্ৰুপ, ছবি, ভিডিঅ’, ভিডিঅ’...
হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ ভিটামিন-Dএ কিদৰে সহায় কৰে
Health Plus - 0
মানুহৰ দীৰ্ঘায়ু কোনে এটা বিষয়ত নিৰ্ভৰ নকৰে আৰু এই কথা ঠিক যে কিছুমান উপাদান শৰীৰৰ সু্স্থ-নিৰোগী আৰু দীৰ্ঘায়ু জীৱন পাবলৈ অৱশ্যেই প্ৰয়োজন৷...
সৌৰজগতৰ কোনটো গ্ৰহ গাতভাঁজ পৰি শুকাই গৈ আছে
Health Plus - 0
সৌৰজগতৰ এটা গ্ৰহ ক্ৰমশঃ শুকাই যাবলৈ ধৰিছে৷ আনহাতে গ্ৰহটোৰ গোটেই গাত ভাঁজ পৰা আৰম্ভ কৰিছে৷ অনাগত দিনত আৰু...
Most Read
বহি থাকিলে ভৰি লৰাই থকাৰ অভ্যাসেও হ’ব পাৰে ৰোগৰ লক্ষণ
বহুতৰে বহি থাকিলে ভৰি লৰাই থকাৰ এটা অভ্যাস থাকে৷ য’তেই নহওক কিয় বহিবলৈ সুবিধা পালেই এইচাম লোকৰ ভৰি জোকাৰণি আৰম্ভ হয়৷ পিছে...
যেতিয়াই-তেতিয়াই উজুটি খায়? শিকক ৩০ ছেকেণ্ডৰ ‘বেলেন্স টেষ্ট’
কামৰ তাগিদাত খৰধৰকৈ ৰাস্তাত খোজকাঢ়িলে হঠাতে উজুটি খাই পৰি অঘটন হোৱা দেখা যায়৷ এই ক্ষেত্ৰত বয়সিয়ালসকলৰ সমস্যা আৰু বেছি হয়৷ মূৰ ঘূৰোৱা,...
ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী
আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...
মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক
আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...